Class 6 Social Science Sankardev School | Chapter 16 | মৌৰ্য সাম্ৰাজ্য়ঃ মহামতি অশোক আৰু কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 16

মৌৰ্য সাম্ৰাজ্য়ঃ মহামতি অশোক আৰু কৌটিল্য়ৰ অৰ্থশাস্ত্ৰ

১। মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক)চন্দ্ৰগুপ্ত মৌৰ্য

(খ)অশোক

(গ)কৌটিল্য়

উত্তৰঃ (ক)চন্দ্ৰগুপ্ত মৌৰ্য

২। মৌৰ্য সাম্ৰাজ্য়ৰ ৰাজধানী নাম কি আছিল?

(ক)দিল্লী

(খ)এলেহাবাদ

(গ)পাটলিপুত্ৰ

উত্তৰঃ (গ)পাটলিপুত্ৰ

৩। চন্দ্ৰগুপ্তৰ মৃত্য়ুৰ পাছত কোন মৌৰ্য সম্ৰাট হয়?

(ক)চক্ৰধজ সিংহ

(খ)বিন্দুসাৰ

(গ)কৌটিল্য়

উত্তৰঃ (খ)বিন্দুসাৰ

৪। চন্দ্ৰগুপ্তই কিমান চনৰ পৰা কিমান চনলৈ শাসন চলাইছিল

(ক)খিঃপূঃ ৩০০ৰ পৰা খিঃপূঃ ৩২৪ৰ লৈ

(খ)খিঃপূঃ ৪০০ৰ পৰা খিঃপূঃ ৪২০ৰ লৈ

(গ)খিঃপূঃ ২১৩ৰ পৰা খিঃপূঃ ২৬৭ৰ লৈ

উত্তৰঃ (ক)খিঃপূঃ ৩০০ৰ পৰা খিঃপূঃ ৩২৪ৰ লৈ

৫। কলিংগ ৰাজ্য় ভাৰতৰ কোন উপকূলত অৱস্থিত?

(ক)দক্ষিণ ভাৰতৰ পূৱ উপকূলত

(খ)উত্তৰ ভাৰতৰ পূৱ উপকূলত

(গ)দক্ষিণ ভাৰতৰ পশ্চিম উপকূলত

উত্তৰঃ (ক)দক্ষিণ ভাৰতৰ পূৱ উপকূলত

৬। অশোকে কোনজন সন্ন্য়াসী ওচৰত দীক্ষা লয় আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে?

(ক)বিন্দুসাৰ

(খ)উপগুপ্ত

(গ)চন্দ্ৰগুপ্ত

উত্তৰঃ (খ)উপগুপ্ত

৭। অশোকে সন্ন্য়াক্ষী জীৱন-জাপন কৰা বাবে তেওঁক কি নামেৰে জনা যায়?

(ক)ৰাজৰ্ষি অশোক

(খ)চন্দ্ৰ গুপ্ত

(গ)কৌটিল্য়

উত্তৰঃ (ক)ৰাজৰ্ষি অশোক

৮। অশোকৰ জন্মৰ ক’ত হৈছিল?

(ক)অসমত

(খ)দিল্লীত

(গ)পঞ্জাবৰ তক্ষশীলাত

উত্তৰঃ (গ)পঞ্জাবৰ তক্ষশীলাত

৯। বিন্দুসাৰ পৰৱৰ্তী ৰজাজনৰ নাম কি ? 

(ক)অশোক

(খ)উপগুপ্ত

(গ)মহীৰংগ

উত্তৰঃ (ক)অশোক

১০। চন্দ্ৰগুপ্তই আলেকজেন্দাৰক ক’ত লগ পাইছিল?

(ক)অসমত

(খ)পঞ্জাবত

(গ)তক্ষশীলাত

উত্তৰঃ (গ)তক্ষশীলাত