Class 6 Social Science Sankardev School | Chapter 17 | প্ৰাচীন অসমৰ কথা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 17

প্ৰাচীন অসমৰ কথা

১। অসমৰ একেবাৰে পুৰণি নাম কি আছিল?

(ক)পুৰণি কামৰূপ

(খ)প্ৰাগ্জ্য়োতিষপুৰ

(গ)অসম

উত্তৰঃ (খ)প্ৰাগ্জ্য়োতিষপুৰ

২। পুৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত ভাগ কৰা হৈছে?

(ক)২টা ভাগত

(খ)৪টা ভাগত

(গ)৮টা ভাগত

উত্তৰঃ(খ)৪টা ভাগত

৩। কামৰূপত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

(ক)চন্দ্ৰগুপ্ত মৌৰ্য

(খ)ভাস্কৰ বৰ্মন

(গ)পুষ্য় বৰ্মন

উত্তৰঃ (গ)পুষ্য় বৰ্মন

৪। অসমৰ প্ৰাচীনতম ৰজা কোন আছিল?

(ক)মহীৰংগ দানৱ

(খ)সম্বাসুৰ

(গ)ৰত্নাসুৰ

উত্তৰঃ (ক)মহীৰংগ দানৱ

৫। নৰকাসুৰৰ মৃত্য়ুৰ পাছত কোনে প্ৰাগ্জ্য়োতিষপুৰৰ শাসন ভাগ গ্ৰহণ কৰে?

(ক)মহীৰংগ দানৱ

(খ)ভগদত্তই

(গ)হটকাসুৰ

উত্তৰঃ (খ)ভগদত্তই

৬। বান ৰজাৰ জীয়েকৰ নাম কি?

(ক)ঊষা

(খ)ৰুক্মিণী

(গ)ভানুমতীৰ

উত্তৰঃ (ক)ঊষা

৭। ঊষাক কোনে বিয়া কৰাইছিল?

(ক)ৰামে

(খ)শিৱই

(গ)অনিৰুদ্ধই

উত্তৰঃ (গ)অনিৰুদ্ধই

৮। ভীষ্মক ৰজাৰ জীয়ৰী গৰাকিৰ নাম কি?

(ক)ঊষা

(খ)ৰুক্মিণী

(গ)এটাও নহয়

উত্তৰঃ (খ)ৰুক্মিণী

৯। বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?

(ক)চন্দ্ৰগুপ্ত

(খ)কৌটিল্য়

(গ)ভাস্কৰ বৰ্মন

উত্তৰঃ (গ)ভাস্কৰ বৰ্মন

১০। অসমৰ আটাইতকৈ পুৰণি বংশটো নাম কি?

(ক)পাল বংশ

(খ)বৰ্মন বংশ

(গ)মৌৰ্য বংশ

উত্তৰঃ (খ)বৰ্মন বংশ