Class 6 Social Science Sankardev School | Chapter 22 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 22

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

১। চৰকাৰৰ গোটেই কামবোৰ কেইটা ভাগত ভাগ কৰা হয় ?

(ক)২ টা

(খ)৩ টা

(গ)৫ টা

উত্তৰঃ (খ)৩ টা

২। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নাম লিখা ?

(ক)ইংলেণ্ড

(খ)থাইলেণ্ড

(গ)ফ্ৰান্স

উত্তৰঃ (গ)ফ্ৰান্স

৩। আটাইতকৈ পুৰণি শাসন ব্য়ৱস্থা কি ?

(ক)ৰাজতন্ত্ৰৰ

(খ)গনতন্ত্ৰৰ

(গ)এটাও নহয়

উত্তৰঃ (ক)ৰাজতন্ত্ৰৰ

৪। ৰাষ্ট্ৰ হ’বলৈ কি লাগে ?

(ক)এজন শাসক

(খ)যাতায়ত

(গ)চৰকাৰ

উত্তৰঃ (গ)চৰকাৰ

৫। আইনৰ সহায়ত গোচৰ আদি মীমাংসা কৰি জনগণক ন্য়ায় দান কৰা আইনটো কি ?

(ক)আইন প্ৰণয়ন

(খ)আইন প্ৰয়োগ

(গ)আইন বিভাগ

উত্তৰঃ (গ)আইন বিভাগ

৬। আইনৰ মতে শাসন চলোৱা শাখাটোক কি বোলে ?

(ক)কাৰ্যপালিকা

(খ)শিক্ষা

(গ)জনগণ

উত্তৰঃ (ক)কাৰ্যপালিকা

৭। অভিজাততন্ত্ৰ কাক বোলে ?

(ক)এজনৰ শাসনক

(খ)জনগণৰ শাসনক

(গ)কেইজনমান নিৰ্বাচিত ব্য়ক্তিৰ শাসনক

উত্তৰঃ (গ)কেইজনমান নিৰ্বাচিত ব্য়ক্তিৰ শাসনক

৮। আইন সভাত কিমানজন সদস্য় থাকে ?

(ক)২ জন

(খ)১২ জন

(গ)কেইবাজনৰো অধিক

উত্তৰঃ (গ)কেইবাজনৰো অধিক

৯। কাৰ্যপালিকা কেই বিধ ?

(ক)২ বিধ

(খ)৪ বিধ

(গ)৬ বিধ

উত্তৰঃ (ক)২ বিধ

১০। ৰজাই কৰা শাসনক কি বোলে ? 

(ক)অভিজাততন্ত্ৰৰ

(খ)ৰাজতন্ত্ৰ

(গ)গণতন্ত্ৰ

উত্তৰঃ (খ)ৰাজতন্ত্ৰ