Class 7 Assamese Book | Chapter 11 | অধ্যায় ১১ | গছ ভালপোৱা ককাৰ খং | MCQs Short Question Answer |

Chapter 11

গছ ভালপোৱা ককাৰ খং

১। গছ ভালপোৱা ককাৰ খং কবিতাটো কোনে ৰচনা কৰিছিল?

(ক) নলিনীবালা দেৱীয়ে

(খ) ড° ভবেন্দ্ৰ নাথ শইকীয়াই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ড° ভবেন্দ্ৰ নাথ শইকীয়াই

২। কবিতাটোত কাৰ বিয়াৰ কথা কোৱা হৈছে?

(ক) ৰঘুনাথৰ পুতেকৰ

(খ) ৰঘুনাথৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ৰঘুনাথৰ পুতেকৰ

৩। বিয়া ঘৰত কি খাবলৈ দিছিল?

(ক) চিকেন পোলাও

(খ) ভাত আৰু মাংস

(গ) লুচি-ভাজি,ৰসগোল্লা

উত্তৰঃ (গ) লুচি-ভাজি,ৰসগোল্লা

৪। বিয়া ঘৰত ককাই কিয় একো নাখালে?

(ক) মাংস দিয়াৰ বাবে

(খ) আমলখি গছজোপা কটাৰ বাবে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আমলখি গছজোপা কটাৰ বাবে

৫। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৫৩ চনত

(খ) ১৯৩৩ চনত

(গ) ১৯৩২ চনত

উত্তৰঃ (গ) ১৯৩২ চনত

৬। তেখেতৰ এখন বিখ্যাত অনাতাঁৰ শিশু নাটৰ নাম কি?

(ক) চিকৰপতি-নিকৰপতি

(খ) শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট

৭। আমলখি গছজোপা কিয় কাটিলে?

(ক) বিয়াৰ ৰভা দিবৰ বাবে

(খ) জন্মদিনৰ ৰভা দিবৰ বাবে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বিয়াৰ ৰভা দিবৰ বাবে

৮। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ক’ত জন্ম হৈছিল?

(ক) গুৱাহাটীত

(খ) যোৰহাটত

(গ) নগাঁৱত

উত্তৰঃ (গ) নগাঁৱত

৯। অৰণ্য মানৱ বুলি কাক জনা যায়?

(ক) যাদৱ পায়েংক

(খ) ৰতন পায়েংক

(গ) মিত্ৰদেৱ মহন্তক

উত্তৰঃ (ক) যাদৱ পায়েংক

১০। তেখেতৰ অন্য কি নামেৰে জনা যায়?

(ক) মুলাই পায়েং

(খ) এজাৰ পায়েং

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) মুলাই পায়েং

১১। এজাৰ গছৰ ফুল কি ৰঙৰ?

(ক) হালধীয়া

(খ) নীলা

(গ) এজাৰ ৰঙৰ

উত্তৰঃ (গ) এজাৰ ৰঙৰ

১২। যাদৱ পায়েংক কেতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰে?

(ক) ২০১৫ চনৰ ২৩ মাৰ্চত

(খ) ২০০৪ চনৰ ৩ জানুৱাৰীত

(গ) ২০১২ চনৰ ২২ এপ্ৰিলত

উত্তৰঃ (গ) ২০১২ চনৰ ২২ এপ্ৰিলত

১৩। বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়?

(ক) ২২ জানুৱাৰী

(খ) ২১ মাৰ্চ

(গ) ১৭ এপ্ৰিল

উত্তৰঃ (খ) ২১ মাৰ্চ

১৪। ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়?

(ক) ২২ এপ্ৰিল

(খ) ১৫ আগষ্ট

(গ) ১ জুন

উত্তৰঃ (ক) ২২ এপ্ৰিল

১৫। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

(ক) ৫ জুন

(খ) ১২ মে

(গ) ২৪ নৱেম্বৰ

উত্তৰঃ (ক) ৫ জুন

১৬। ড° ভবেন্দ্ৰনাথ শইকীয়া কোন আছিল?

(ক) কলা শাখাৰ অধ্যাপক

(খ) পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক

১৭। দৰাৰ সমাৰ্থক শব্দৰ অৰ্থৰ কি?

(ক) দৰন

(খ) বৃক্ষ

(গ) বৰ

উত্তৰঃ (গ) বৰ

১৮। কোনে আহি ৰঘুনাথৰ ঘৰখন পূৰাব বুলি কৈছে?

(ক) ৰঘুনাথৰ নাতিয়ে

(খ) ৰঘুনাথৰ বোৱাৰীয়ে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ৰঘুনাথৰ বোৱাৰীয়ে

১৯। ৰজাৰ লাঠি ঘন ঘন গাঁঠি?

(ক) কলগছ

(খ) আমলখি

(গ) কুঁহিয়াৰ

উত্তৰঃ (গ) কুঁহিয়াৰ

২০। খাল-বিল শুকাই গ’ল,গছৰ আগত পানী ৰ’ল?

(ক) কুঁহিয়াৰ গছ

(খ) আমলখি গছ

(গ) নাৰিকল গছ

উত্তৰঃ (গ) নাৰিকল গছ