Class 7 Niti Mallika Sankardev School | Chapter 16 | মহান শিৱাজী  | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 16

মহান শিৱাজী

1. মহান শিৱাজী কোন আছিল। 

(ক)খেতিয়ক আছিল

(খ)সেনাপতি আছিল

(গ)ৰজা আছিল

উত্তৰঃ(খ)সেনাপতি আছিল

2. শিৱাজীৰ উল্লেখযোগ্য় মহান কীৰ্তি হ’ল যে সোগল আৰু আফগান ৰাজ্য় ৰ বুকুত তেওঁ এখন কি সাম্ৰাজ্য় নিৰ্মাণ কৰিবলা সমৰ্থ হৈছিল। 

(ক)মুছলমান সাম্ৰাজ্য়

(খ)হিন্দু সাম্ৰৰাজ্য়

(গ)অসুৰবংস সাম্ৰাজ্য়

উত্তৰঃ(খ)হিন্দু সাম্ৰৰাজ্য়

3. মহান শিৱাজী কোন চনত জন্ম গ্ৰহণ কৰিছিল। 

(ক)1960

(খ)1630

(গ)1602

উত্তৰঃ(খ)1630

4. মহান শিৱাজী কিমান বয়স সম্পূৰ্ণ হওঁতে তেওঁক ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ সাধুবোৰ কৈ শুনাইছিল।

(ক)৫ বছৰ

(খ)৪ বছৰ

(গ)৭ বছৰ

উত্তৰঃ(খ)৪ বছৰ

5. শিৱাজীক কিমান বয়সত বিজাপুৰৰ দুলতানৰ দৰবাৰলৈ লৈ গৈছিল।

(ক)২০ বছৰ বয়সতে

(খ)২৫ বছৰ বয়সতে

(গ)১২ বছৰ বয়সতে

উত্তৰঃ(গ)১২ বছৰ বয়সতে

6. হিন্দুসকলৰ ওপৰত কোনে শাসন কৰিছিল। 

(ক)ঈংলেণ্ড

(খ)মুছলমান

(গ)কাৰ্বী

উত্তৰঃ(খ)মুছলমান

7. মহান শিৱাজী ওঠৰ বছৰ বয়সত লগৰীয়াসকলৰ লগত কি  দখল কৰিলে 

(ক)সাম্ৰাজ্য়

(খ)দোল নামৰ দুৰ্গত

(গ)ৰাজ্য়

উত্তৰঃ(খ)দোল নামৰ দুৰ্গত

8. মহান শিৱাজী কাৰ লগত মিতিৰালি পাতিলে।

(ক)হিন্দু ৰজা লগত

(খ)মুচলমানী ৰজাৰ লগত

(গ)পুৰন্ধাৰত থকা সোনাপতিজনৰ লগত

উত্তৰঃ(গ)পুৰন্ধাৰত থকা সোনাপতিজনৰ লগত

9. মহান শিৱাজীৱে হাতত কি পিনিলে।

(ক)বাঘৰ নখ

(খ)খাৰু

(গ)আঙুঠি

উত্তৰঃ(ক)বাঘৰ নখ

10. আফজলখানক শিৱাজীয়ে কেনেকৈ হত্য়া কৰিছিল। 

(ক)চুৰি ভৰোৱাই

(খ)তৰোৱালে কাটি

(গ)বাঘৰ নখৰে পেট ফালি

উত্তৰঃ(গ)বাঘৰ নখৰে পেট ফালি

11. বিজাপুৰৰ দৈন্য়বিলাকে কি কৰিবলৈ ধৰিলে।

(ক)যুজ দিব ধৰিলে

(খ)ভয়তে পলাবলৈ ধৰিলে

(গ)আকাশলৈ ধেনু মাৰিবলৈ ধৰিলে

উত্তৰঃ(খ)ভয়তে পলাবলৈ ধৰিলে

12. কোনে শিৱাজীক লগ পাবলৈ আশা পুঢ়ি থৈছিল।

(ক)বিজাপুৰে

(খ)আফজল খানে

(গ)মাৰাঠীৰ সেনাপতিয়ে

উত্তৰঃ(খ)আফজল খানে

13. শিৱাজী পুতেক কোন আছিল।

(ক)ঔৰংজেৱ আছিল

(খ)বিজাপুৰ আছিল

(গ)শম্ভুজীক আছিল

উত্তৰঃ(গ)শম্ভুজীক আছিল

14. শিৱাজী আৰু তেঁও পুতেকৰ লৈ কি ঠিক কৰি থলে।

(ক)হাতী ঠিক কৰি থলে

(খ)উট ঠিক কৰি থলে

(গ)ঘোৰা ঠিক কৰি থলে

উত্তৰঃ(গ)ঘোৰা ঠিক কৰি থলে

15. শিৱাজী কেনেকুৱা প্ৰকৃতি ৰজা আছিল। 

(ক)ভাল স্বভাৱৰ আৰু শান্ত আছিল

(খ)ষড়যন্ত্ৰ কাৰী আছিল

(গ)স্বধৰ্ম ৰক্ষাকাৰী আৰু বীৰ আছিল

উত্তৰঃ(গ)স্বধৰ্ম ৰক্ষাকাৰী আৰু বীৰ আছিল

16. আফজালখানৰ চতুৰালি গোন্ধ কোনে পাইছিল।

(ক)বিজাপুৰে

(খ)শিৱাজীয়ে

(গ)মাৰাঠীৰ সৈন্য়বাহিনিয়ে

উত্তৰঃ(খ)শিৱাজীয়ে

17. বিজাপুৰ শিৱাজিৰ কোন আছিল। 

(ক)মামা আছিল

(খ)শত্ৰু আছিল

(গ)দেউতাক আছিল

উত্তৰঃ(খ)শত্ৰু আছিল