Class 7 Niti Mallika Sankardev School | Chapter 5 | একতাইহে সফলতা আনে | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 5

একতাইহে সফলতা আনে

1. সাগৰৰ দাঁতিত এজোপা গছৰ ধোন্দত কি চৰাই বাস কৰিছিল।

(ক)টিটিভ

(খ)দ’দ

(গ)বগলি

উত্তৰঃ (ক)টিটিভ

2.  জোৱাৰহ আহিলে সাগৰৰ পানী আমাৰ ধোন্দত সোমাই কি  উটুৱাই লৈ যাব পাৰে।

(ক)মাছকেইটা

(খ)কণীকেইটা

(গ)ছাগলীৰ পোৱালি কেইটা

উত্তৰঃ (খ)কণীকেইটা

3. কিহৰ বাবে মাইকী চৰাই জনীয়ে মতা চৰাইটোক অকলে পঠিয়ালে।

(ক)জোৰেৰে বতাহ বলা বাবে

(খ)মাছবোৰ জপিয়াই থাকা বাবে

(গ)উৰি আহাৰৰ আনিবলৈ

উত্তৰঃ (ক)জোৰেৰে বতাহ বলা বাবে

4. মাইকীচৰাইজনী বাহাৰ ওচৰত থাকি অঘটন হ’লে কি কেইটা ৰক্ষা কৰিম বুলি কৈছে।

(ক)আহাৰ খিনি ৰক্ষা কৰিব

(খ)কণী কেইটা ৰক্ষা কৰিব

(গ)গছৰ ফলমূল বিলাক ৰক্ষা কৰিব

উত্তৰঃ (খ)কণী কেইটা ৰক্ষা কৰিব

5. কাৰ কথা শুনি মাইকীচৰাই জনী কণী কোইটা এৰি থৈ গ’ল। 

(ক)বাযু দেৱতাৰ কথা শুনি

(খ)গৰুড় পক্ষী কথা শুনি

(গ)মতা চৰাইটোৰ কথা শুনি

উত্তৰঃ (গ)মতা চৰাইটোৰ কথা শুনি

6. দুপৰীয়া কিমান ঘন্টাৰ পিছত সিহঁত বাহলৈ ঘূৰি আহিল।

(ক)দুঘন্টাৰ পিছত

(খ)এঘন্টাৰ পিছত

(গ)তিনি ঘন্টাৰ পিছত

উত্তৰঃ (খ)এঘন্টাৰ পিছত

7. কণী কোইটা হেৰোৱা দেখি মতা চৰাইটো কি কৰিবলৈ গৈছিল।

(ক)পানী সিচিবলৈ গৈছিল

(খ)আহাৰ বিচাৰি গৈছিল

(গ)বন্ধুৰ লগত ফুৰিবলৈ গৈছিল

উত্তৰঃ (ক)পানী সিচিবলৈ গৈছিল

8. টিটিভা চৰাই ওপৰেদি উৰি যাওঁতা তলত সাগৰৰ পাৰত সিহঁতৰ জ্ঞাতি এজনক সাগৰৰ পানীত কি কাম কৰি থকা দেখা পালে।

(ক)আহাৰ গোটাই থকা

(খ)মাছ ধৰি থকা

(গ)পানী সিচি থকা

উত্তৰঃ (গ)পানী সিচি থকা

9. অলপ পিচতে কি তললৈ নামি আহিল আৰু সমুদ্ৰ তীৰত বহিল।

(ক)দৰুন্দ পক্ষী

(খ)গৰুড় পক্ষী

(গ)ভগৱান শ্ৰীবিষ্ণু

উত্তৰঃ (খ)গৰুড় পক্ষী

10. কোন সাগৰৰ গভীৰতাৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু গৰুড়ক পানী শোহাটো বন্ধ কৰিবলৈ ক’লে।  

(ক)টিটিভা চৰাই

(খ)সাগৰৰ দেৱতা

(গ)সাগৰৰ মাছ

উত্তৰঃ (খ)সাগৰৰ দেৱতা

11. কণীকোইটা নাইকীয়া হোৱা কাৰণে মাইকী চৰাইজনীয়ে মতা চৰাইটোক কি কলে। 

(ক)গ’ল দে বোজা কেইটা গ’ল

(খ)তুমি যোৱা ডাঙৰ মাছ এটা ধৰি আনা গৈ মহাভোজ পাতিম

(গ)কি হ’ব পাৰে সেইকথা মই তোমাক আগতেই কৈছিলো

উত্তৰঃ (গ)কি হ’ব পাৰে সেইকথা মই তোমাক আগতেই কৈছিলো

12. মতা চৰাইটোৰ কি ভুলৰ কাৰণে কণীকেইটা সাগৰৰ পানীয়ে উটোৱাই লৈ গ’ল।

(ক)জোৰেৰে বতাহ বলাৰ ওপৰিও আহাৰ বিচাৰি যোৱা বাবে

(খ)বন্ধুৰ লগত ফুৰিবলৈ যোৱা বাবে

(গ)ঈগলৰ লগত যুদ্ধ কৰাৰ বাবে

উত্তৰঃ (ক)জোৰেৰে বতাহ বলাৰ ওপৰিও আহাৰ বিচাৰি যোৱা বাবে

13. চৰাইবিলাকে কাক প্ৰাৰ্থনা কৰিছিল।  

(ক)সাগৰৰ দেৱতাক

(খ)ভগৱান ইন্দ্ৰক

(গ)গৰুড়ক

উত্তৰঃ (গ)গৰুড়ক

14. কণীকেইটা ঘূৰাই পাই চৰাই দুটি কি হ’ল।

(ক)নথৈ আনন্দিত হ’ল

(খ)দুখি হ’ল

(গ)অপমান হ’ল

উত্তৰঃ (ক)নথৈ আনন্দিত হ’ল

15. চৰাইবিলাকৰ ৰজা কোন আছিল। 

(ক)ভগৱান ইন্দ্ৰ

(খ)ভগৱান শ্ৰীবিষ্ণু

(গ)গৰুড় পক্ষী

উত্তৰঃ (গ)গৰুড় পক্ষী

16. গৰুড় পক্ষী কাৰ প্ৰাৰ্থনাত সন্তুষ্ট হ’ল।

(ক)মানুহৰ

(খ)বাঘ বিলাকৰ

(গ)চৰাই বিলাকৰ

উত্তৰঃ (গ)চৰাই বিলাকৰ

17. এই পাঠটোৰ পৰা আমি শিকিলো। 

(ক)অধ্য়ৱসায় আৰু চোষ্টাৰ একতাই কৃতকাৰ্যতা কঢ়িয়াই আনে

(খ)তুমি যিমানাই চেষ্ঠা নকৰা কিয় অসফল হ’বায়ে

(গ)আমি সকলোকে অপমান কৰিলে জীৱন সফল হ’ব

উত্তৰঃ (ক)অধ্য়ৱসায় আৰু চোষ্টাৰ একতাই কৃতকাৰ্যতা কঢ়িয়াই আনে