Class 7 Science Sankardev School | Chapter 13 | গতি আৰু সময় | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

গতি আৰু সময়

১। স্থিতিশক্তিৰ প্ৰকাশ ৰাশিটো কি ?

(ক) U= myh

(খ) U= mgh

(গ) Y= upg

উত্তৰঃ (খ) U= mgh

২। দ্ৰুতিৰ প্ৰকাশ ৰাশিটো হ’ল ?

(ক) দূৰত্ব/সময়

(খ) দ্ৰুতি/সময়

(গ) দূৰত্ব/ দ্ৰুতি

উত্তৰঃ (ক) দূৰত্ব/সময়

৩। সময়ৰ একক ডালক কি বোলে ?

(ক) ছেকেণ্ড

(খ) ঘন্টা

(গ) মিনিট

উত্তৰঃ (ক) ছেকেণ্ড

৪। সময়ৰ ওপৰত এই ব্যাখ্যাটো কোনে দিছিল (Time is what as clock reads)?

(ক) নিউটন

(খ) এলবাৰ্ট আইনষ্টাইন

(গ) ৰামানুজন

উত্তৰঃ (খ) এলবাৰ্ট আইনষ্টাইন

৫। এদিনত কিমান ঘন্টা ?          

(ক) ২৭ ঘন্টা

(খ) ২৪ ঘন্টা

(গ) ৩০ ঘন্টা

উত্তৰঃ (খ) ২৪ ঘন্টা

৬। একবছৰত কিমান দিন ?

(ক) ২২০ দিন

(খ) ৩৬৫ দিন

(গ) ৫৫০ দিন

উত্তৰঃ (খ) ৩৬৫ দিন

৭। সময়ৰ জোখ কিহত জোখা হয়?  

(ক) ছেকেণ্ডত

(খ) মিনিটত

(গ) বছৰত

উত্তৰঃ (ক) ছেকেণ্ডত

৮। ইয়াক কিহৰে বুজোৱা হয়?

(ক) R

(খ) A

(গ) S

উত্তৰঃ (গ) S

৯। বলদ গৰুৱে কি কৰে ?

(ক) গাড়ী চলাই

(খ) হাল বায়

(গ) গাড়ী টানে

উত্তৰঃ (খ) হাল বায়

১০। এক মিনিটত কিমান ছেকেণ্ড?

(ক) ৭০ ছেকেণ্ড

(খ) ৪০ ছেকেণ্ড

(গ) ৬০ ছেকেণ্ড

উত্তৰঃ (গ) ৬০ ছেকেণ্ড

১১। 24 × 60 × 60 ছেকেণ্ড ?

(ক) ৩৮৪৭ ছেকেণ্ড

(খ) ৭৪৫৭৭ ছেকেণ্ড

(গ) ৮৬৪০০ ছেকেণ্ড

উত্তৰঃ (গ) ৮৬৪০০ ছেকেণ্ড

১২। প্ৰাণীয়ে তাৰ শৰীৰত থকা প্ৰতিটো অংগ-প্ৰত্য়ংগক কি কৰিব পাৰে?

(ক) ধ্বংস কৰিব পাৰে

(খ) গতি কৰিব পাৰে

(গ) সৃষ্টি কৰিব পাৰে

উত্তৰঃ (খ) গতি কৰিব পাৰে

১৩। ছি. জি. এছ. পদ্ধতিত চেণ্টিমিটাৰ এককত কি জোখা হয়?

(ক) দৈঘ্য়

(খ) দূৰত্ব

(গ) প্ৰস্থ

উত্তৰঃ (খ) দূৰত্ব

১৪। সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰা গতিক কি বোলে?

(ক) সময় দ্ৰুতি

(খ) অসম দ্ৰুতি

(গ) সুষম দ্ৰুতি

উত্তৰঃ (গ) সুষম দ্ৰুতি

১৫। আমাৰ পূৰ্বপুৰুষসকলে তৰা, পৃথিৱী আদিৰ গতিবিধক সক্ষ্য় কৰি কি জোখ লৈছিল?

(ক) সময়

(খ) দৈঘ্য়

(গ) সুষম

উত্তৰঃ (ক) সময়

১৬। সমান সময়ৰ অন্তৰালত এটা গতিৰ পুনৰাবৃত্তি ঘটিলে সেই গতিক কি বোলে?

(ক) পৰ্যাবৃত্ত গতি

(খ) সৰল গতি

(গ) সুষম গতি

উত্তৰঃ (ক) পৰ্যাবৃত্ত গতি

১৭। পৰ্যাবৃত্ত গতিত থকা বস্তু এটাই একে পথেদি অগা-পিছা কৰি থাকিলে তাৰ গতিক কি বোলে?

(ক) বিন্দুসম গতি

(খ) দোলায়িত গতি

(গ) উলম্বৰ গতি

উত্তৰঃ (খ) দোলায়িত গতি

১৮। দোলকৰ পৰ্যায় কাল বহুত কম যাৰ বাবে আমাক কিহৰ প্ৰয়োজন?

(ক) সন্নিৱিষ্টৰ

(খ) ষ্টপ ক্লকৰ

(গ) স্পীডৰ

উত্তৰঃ (খ) ষ্টপ ক্লকৰ

১৯। দোলকৰ পৰ্যায়বৃত্ত গতি কিহৰ সহায়ত উলিওৱা হয়?

(ক) ঘড়ীৰ

(খ) মোৱাইলৰ

(গ) সময়ৰ সহায়ত

উত্তৰঃ (ক) ঘড়ীৰ

২০। প্ৰতি একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক কি বোলে?

(ক) যৱক্ষাৰজান

(খ) অম্লজান

(গ) দ্ৰুতি

উত্তৰঃ (গ) দ্ৰুতি