Class 7 Science Sankardev School | Chapter 16 | অৰণ্য আমাৰ জীৱন ৰেখা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 16

অৰণ্য আমাৰ জীৱন ৰেখা

১। ল’ৰাজনে উদ্যানলৈ লৈ অহা শিক্ষক জন কোনটো বিভাগৰ আছিল ?

(ক) সমাজবিজ্ঞান

(খ) বিজ্ঞান

(গ) অসমীয়া

উত্তৰঃ (খ) বিজ্ঞান

২। কোনে গছৰ ওপৰলৈ গৈ তাত ছকা চৰাইবোৰ আমনি কৰিছিল ?

(ক) হাতীয়ে

(খ) বাঘে

(গ) বান্দৰে

উত্তৰঃ (গ) বান্দৰে

৩। সচৰাচৰ দেখা প্ৰাণীখিনিৰ উপৰি হাতী, ফেউৰা আদি অৰণ্যৰ গভীৰ অঞ্চলত থাকে বুলি কোনে কৈছিল?

(ক) ৰামে

(খ) হৰিয়ে

(গ) ৰাধায়ে

উত্তৰঃ (ক) ৰামে

৪। অৰণ্য ভিতৰখন যথেষ্ট কি আছিল ?

(ক) পোহৰ

(খ) আন্ধাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আন্ধাৰ

৫। ল’ৰা-ছোৱালীবোৰে অৰণ্যৰ ভিতৰলৈ আগুৱাই গৈ কি দেখিলে ?

(ক) এটা শহাপহু

(খ) এডাল গছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এডাল গছ

৬। স্বপোষী উদ্ভিদসমূহে কিহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে ?

(ক) সূৰ্য পোহৰ

(খ) বতাহ

(গ) সালোক সংশ্লেষণ

উত্তৰঃ (গ) সালোক সংশ্লেষণ

৭। পৰিৱেশতন্ত্ৰ কিহৰ দ্বাৰা গঠিত ?

(ক) খাদ্যৰ

(খ) জীৱৰ

(গ) উদ্ভিদৰ

উত্তৰঃ (খ) জীৱৰ

৮। উদ্ভিদ বা প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰা অণুজীৱক কি বোলে ?

(ক) বিয়োজক

(খ) বেক্টেৰিয়া

(গ) শেলাই

উত্তৰঃ (ক) বিয়োজক

৯। কিহে মাটিক খহনীয়াৰ পৰা ৰক্ষা কৰে ?

(ক) বানপানীয়ে

(খ) অৰণ্যই

(গ) প্ৰদূষণে

উত্তৰঃ (খ) অৰণ্যই

১০। অধ্যাপকজনে কৈছিল ইয়াকে কি গছ বোলে ?

(ক) আম গছ

(খ) চন্দন গছ

(গ) চন্দ্ৰতাপসদৃশ গছ

উত্তৰঃ (গ) চন্দ্ৰতাপসদৃশ গছ

১১। অৰণ্য়ৰ পৰা আমি বহুতো কি পাওঁ?

(ক) সামগ্ৰী

(খ) জীৱ-জন্তু

(গ) গছ-গছনি

উত্তৰঃ (ক) সামগ্ৰী

১২। বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱেৰে গঠিত এটা পৰিৱেশেই হৈছে______?

(ক) ঘৰ

(খ) অৰণ্য়

(গ) চৌপাশ

উত্তৰঃ (খ) অৰণ্য়

১৩। মাটিয়ে অৰণ্য়ক বৃদ্ধি আৰু_______হোৱাত সহায় কৰে?

(ক) পুনৰুজ্জীৱিত

(খ) সেউজীয়া

(গ) হালধীয়া

উত্তৰঃ (ক) পুনৰুজ্জীৱিত

১৪। অৰণ্য়ত আৰু অৰণ্য়ৰ কাষত বাস কৰা লোকসকলৰ বাবে অৰণ্য়ই হৈছে______ৰেখা?

(ক) সৰল

(খ) জীৱন

(গ) সমান্তৰাল

উত্তৰঃ (খ) জীৱন

১৫। গছ-গছনিৰ বিভিন্ন স্তৰে বিভিন্ন পশু-পক্ষীৰ_______ যোগান ধৰে?

(ক) বস্তুৰ

(খ) খাদ্য়ৰ

(গ) বাসস্থানৰ

উত্তৰঃ (গ) বাসস্থানৰ

১৬। অৰণ্য়ই মাটিক কিহৰ পৰা ৰক্ষা কৰে?

(ক) খহনীয়াৰ

(খ) পানীৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) খহনীয়াৰ

১৭। আমি আমাৰ অৰণ্য়সমূহ নিশ্চিতভাৱে কি কৰিব লাগে?

(ক) নষ্ট

(খ) কাতিব

(গ) সংৰক্ষণ

উত্তৰঃ (গ) সংৰক্ষণ

১৮। অৰণ্য়ৰ ওচৰৰ গাঁওসমূহৰ বতৰ বৰ________হৈ থাকে?

(ক) ডাৱৰীয়া

(খ) মনোৰম

(গ) ফৰকাল

উত্তৰঃ (খ) মনোৰম

১৯। সেউজীয়া উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য় প্ৰস্তুত কৰে?

(ক) সালোক সংশ্লেষণ

(খ) অংগজ প্ৰজনন

(গ) মুকুলন

উত্তৰঃ (ক) সালোক সংশ্লেষণ

২০। অৰণ্য়ত বাস কৰা লোকসকলে কাৰ ওপৰত নিৰ্ভৰশীল?

(ক) খাদ্য়ৰ

(খ) অৰণ্য়ৰ

(গ) জীৱ-জন্তুৰ

উত্তৰঃ (খ) অৰণ্য়ৰ