Class 7 Science Sankardev School | Chapter 7 | বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

বতৰ, জলবায়ু আৰু জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন

১। গ্ৰীষ্মকালৰ উষ্ণতা কিমান ছেলছিয়াচ ?

(ক) ৩৫॰

(খ) ৪০॰

(গ) ৮৫॰

উত্তৰঃ (খ) ৪০॰

২। মেৰু অঞ্চল অতিশয় কি হয়?

(ক) গৰম

(খ) শীতল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শীতল

৩। তালিকা দুখনত ভাৰতবৰ্ষৰ কেইখন ঠাইৰ জলবায়ুৰ অৱস্থা দিয়া হৈছে ?

(ক) তিনিখন

(খ) দুখন

(গ) এখন

উত্তৰঃ (খ) দুখন

৪। বৃষ্টিমান যন্ত্ৰৰ দ্বাৰা কি জোখা হয় ?

(ক) ভূমিকম্প

(খ) বৰষুণ

(গ) ওজন

উত্তৰঃ (খ) বৰষুণ

৫। প্ৰত্যেকটো মাহৰ উষ্ণতা মধ্যক কিমানটা স্তৰত উলিওৱা হয়?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (ক) দুটা

৬। মেৰু অঞ্চলত কিহেৰে আৱৰি থাকে ?

(ক) বৰফেৰে

(খ) গছেৰে

(গ) নোমেৰে

উত্তৰঃ (ক) বৰফেৰে

৭। উষ্ণতা মধ্যক দিয়া ঠাই দুখনৰ নাম কি কি ?

(ক) মৰিগাঁও আৰু গুৱাহাটী

(খ) জন্মু আৰু কেৰেলা

(গ) কাশ্মীৰ আৰু বঙাইগাঁও

উত্তৰঃ (গ) কাশ্মীৰ আৰু বঙাইগাঁও

৮। দক্ষিণ মেৰুৰ ওচৰত থকা এখন বিখ্যাত দেশৰ নাম লিখা?

(ক) ভাৰত

(খ) চীন

(গ) ৰাছিয়া

উত্তৰঃ (গ) ৰাছিয়া

৯। জম্মু-কাশ্মীৰৰ তুলনাত কেৰেলাৰ জলবায়ু কি ?

(ক) গৰম

(খ) বতৰ

(গ) ঠাণ্ডা

উত্তৰঃ (ক) গৰম

১০। বিযুৱীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা এবিধ প্ৰাণীৰ নাম লিখা।

(ক) কীট-পতংগ

(খ) পৰুৱা

(গ) বগলী

উত্তৰঃ (ক) কীট-পতংগ

১১। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক কি বোলে?

(ক) বতৰৰ কনটেইনাৰ

(খ) বতৰৰ উপাদান

(গ) সংগ্ৰহীত ফানেল

উত্তৰঃ (খ) বতৰৰ উপাদান

১২। বতৰৰ পৰিৱৰ্তনবোৰ কাৰ বাবে হয়?

(ক) বতৰৰ বাবে

(খ) সূৰ্যৰ বাবে

(গ) উচ্চতাৰ বাবে

উত্তৰঃ (খ) সূৰ্যৰ বাবে

১৩। বতৰ বিজ্ঞানীয়ে প্ৰত্য়েক দিনৰ বতৰ কি কৰে?

(ক) জোখে

(খ) লিপিবদ্ধ কৰে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) লিপিবদ্ধ কৰে

১৪। পৃথিৱীৰ জৈৱ সম্প্ৰদায়ৰ বিস্তৃতি কিহে নিৰ্ধাৰণ কৰে?

(ক) মানুহে

(খ) বৰষুণে

(গ) জলবায়ুয়ে

উত্তৰঃ (গ) জলবায়ুয়ে

১৫। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ জলবায়ু কি হয়?

(ক) ভিন ভিন

(খ) একে

(গ) অধিক

উত্তৰঃ (ক) ভিন ভিন

১৬। মেৰু অঞ্চলত কেইমাহ সূৰ্য অস্ত নাযায়?

(ক) দুমাহ

(খ) তিনিমাহ

(গ) ছয়মাহ

উত্তৰঃ (গ) ছয়মাহ

১৭। বগা ভালোকৰ দৰে পেংগুইনেও কি কৰিব পাৰে?

(ক) খেলিব

(খ) সাঁতুৰিব

(গ) দৌৰিব

উত্তৰঃ (খ) সাঁতুৰিব

১৮। গৰমৰ দিনত শাৰীৰিক কাম-কাজবোৰৰ বাবে কিহৰ প্ৰয়োজন?

(ক) পানীৰ

(খ) আহাৰৰ

(গ) ঠাণ্ডাৰ

উত্তৰঃ (গ) ঠাণ্ডাৰ

১৯। অনুকূল জলবায়ুৰ বাবে বৃহৎসংখ্য়ক উদ্ভিদ আৰু প্ৰাণী গ্ৰীষ্মমণ্ডলীয় কি অঞ্চলত পোৱা যায়?

(ক) বৰ্ষাৰণ্য় অঞ্চলত

(খ) মেৰু অঞ্চলত

(গ) পাহাৰীয়া অঞ্চলত

উত্তৰঃ (ক) বৰ্ষাৰণ্য় অঞ্চলত

২০। অত্য়ন্ত শীতৰ পৰা উদ্ধাৰ পাবৰ বাবে আন এটা ব্য়ৱস্থা কি?

(ক) গৰম কাপোৰ পিন্ধা

(খ) শীতৰ কাপোৰ পিন্ধা

(গ) প্ৰব্ৰজন

উত্তৰঃ (গ) প্ৰব্ৰজন