Class 7 Social Science Sankardev School | Chapter 10 | ভাৰতৰ কৃষি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

ভাৰতৰ কৃষি

১। পৰিয়াল ভৰণ-পোষণৰ বাবে কৰা কৃষিক কি কৃষি বোলা হয়?

(ক) পোষণ

(খ) গহন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পোষণ

২। নদী, হ্ৰদ, বিল আদিৰ পাৰত কি কৃষি কৰা হয়।

(ক) স্থায়ী কৃষি

(খ) স্থানান্তৰিত কৃষি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্থায়ী কৃষি

৩। মিশ্ৰ কৃষি পদ্ধতিৰ উদ্দেশ্য় হ’ল শস্য়সমূহৰ চাবিদাভিত্তিক উৎপাদনৰ লগতে পশুপালন কৰা ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৪। বাণিজ্য়ক কৃষি  পদ্ধতিৰ উদ্দেশ্য় হ’ল শস্য়সমূহৰ চাহিদাভিত্তিক উৎপাদন ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৫। ভাৰতৰ যিবোৰ ঠাইত বৰষুণৰ পৰিমাণ কম হয়,সেই ঠাইত কৃষিত কৃত্ৰিম উপায়েৰে পানী যোগান ধৰিব লগা।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৬। একেডৰা মাটিতে বছৰটোত দুটা শস্য় উৎপাদন কৰা পদ্ধতিক কি শস্য় ৰোপণ পদ্ধতি বোলা হয়।

(ক) দ্বি-শস্য়

(খ) ৰবি শস্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) দ্বি-শস্য়

৭। ধান খেতি হোৱা দুখন ৰাজ্য়ৰ নাম কি ?

(ক) অসম আৰু বিহাৰ

(খ) ৰাজস্থান আৰু কেৰালা

(গ) মিজোৰাম আৰু উত্তৰ প্ৰদেশ

উত্তৰঃ (ক) অসম আৰু বিহাৰ

৮। পোষণ কৃষি কেইটা ভাগত ভগাব পাৰি ?

(ক) তিনিটা ভাগত

(খ) দুটা ভাগত

(গ) এটা ভাগত

উত্তৰঃ (খ) দুটা ভাগত

৯। মৰাপাট খেতি কৰা  তিনিখন ৰাজ্য়ৰ নাম কি ?

(ক) ৰাজস্থান , কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ

(খ) পশ্চিম বংগ, অসম আৰু মহাৰাষ্ট্ৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (খ) পশ্চিম বংগ, অসম আৰু মহাৰাষ্ট্ৰ

১০। চাহ খেতি কোন ৰাজ্য়ত কৰা হয় ?

(ক) অসম

(খ) পশ্চিম বংগৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১১। কপাহ খেতি কোন ৰাজ্য়ত কৰা হয় ?

(ক) অসম

(খ) মেঘালয়

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১২। জনসংখ্য়া বেছি, কিন্তু মাটি কম । তেনে ঠাইত যি কৃষি কৰা হয় তাক কি কৃষি পদ্ধতি বোলা হয় ?

(ক) আৰ্দ্ৰ কৃষি

(খ) জলসিঞ্চন কৃষি

(গ) গহন কৃষি

উত্তৰঃ (গ) গহন কৃষি

১৩। কফি খেতি কোন কোন ৰাজ্য়ত পোৱা যায় ?

(ক) কেৰালা, তামিলনাডু আৰু মিজোৰাম

(খ) অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশ

(গ) উত্তৰ প্ৰদেশ, ওড়িশা আৰু পঞ্জাব

উত্তৰঃ (ক) কেৰালা, তামিলনাডু আৰু মিজোৰাম

১৪। উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু অসম আদি ৰাজ্য়ত কি খেতি হয়  ?

(ক) ধান খেতি

(খ) জোৱাৰ খেতি

(গ) কুঁহিয়াৰ খেতি

উত্তৰঃ (গ) কুঁহিয়াৰ খেতি

১৫। ভাৰতৰ কোন কোন অঞ্চলত বজৰা উৎপাদন বেছি হয় ?

(ক) ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক

(খ) অসম, উত্তৰ প্ৰদেশ আৰু বিহাৰ

(গ) তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু মেঘালয়

উত্তৰঃ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু মেঘালয়

১৬। স্থায়ী কৃষি ক’ত কৰা হয়  ?

(ক) নদী, হ্ৰদ, বিল আদিৰ পাৰত

(খ) পাহাৰীয়া অঞ্চলত

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (ক) নদী, হ্ৰদ, বিল আদিৰ পাৰত

১৭। কিমান চেণ্টিমিটাৰতকৈ কম বৰষুণ হলে কপাহ খেতি হয় ?

(ক) ২০ চেণ্টিমিটাৰ

(খ) ৮০ চেণ্টিমিটাৰ

(গ) ৫০ চেণ্টিমিটাৰ

উত্তৰঃ (গ) ৫০ চেণ্টিমিটাৰ

১৮। ভাৰতৰ কোন অঞ্চলত ঘেঁহুৰ উৎপাদন বেছি হয় ?

(ক) পঞ্জাব

(খ) বিহাৰৰ পশ্চিম অংশ

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১৯। যিবোৰ ঠাইত ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হলে কি কি খেতি হয় ?

(ক) কপাহ

(খ) ঘেঁহু

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

২০। একেডৰা মাটিতে বছৰটোত দুটা শস্য় উৎপাদন কৰা পদ্ধতিক কি পদ্ধতি বোলে ?

(ক) দ্বি-শস্য় ৰোপণ পদ্ধতি

(খ) এক শস্য় ৰোপণ পদ্ধতি

(গ) বহু শস্য় ৰোপণ পদ্ধতি

উত্তৰঃ (ক) দ্বি-শস্য় ৰোপণ পদ্ধতি

Type: Pompi Hazarika