Class 7 Social Science Sankardev School | Chapter 12 | গুপ্ত সাম্ৰাজ্যৰ উত্থান | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

গুপ্ত সাম্ৰাজ্যৰ উত্থান

১। গুপ্ত বংশৰ সৰ্বমুঠ  কিমান  জন ৰজাই ৰাজত্ব কৰিছিল?

(ক) ১৩

(খ) ১২

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১২

২। গুপ্ত বংশাৱলী মতে শ্ৰীগুপ্ত গুপ্ত বংশৰ কেইনম্বৰৰ ৰজা?

(ক) দ্বীতীয়

(খ) প্ৰথম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰথম

৩। গুপ্ত যুগক ভাৰতবৰ্ষৰ ইতিহাসৰ কি বুলি আখ্য়া দিয়া হয়?

(ক) ৰূপহী যুগ

(খ) সোণালী যুগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সোণালী যুগ

৪। প্ৰথম চন্দ্ৰগুপ্ত কি উপাধি গ্ৰহণ কৰিছিল ?

(ক) মহাৰাজাধিৰাজ

(খ) মৰাহাজাধিৰাজ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মহাৰাজাধিৰাজ

৫। সমুদ্ৰগুপ্তই দাক্ষিণাত্য়ৰ কিমান জন ৰজা পৰাস্ত কৰিছিল বুলি জনা যায় ?

(ক) ১৪

(খ) ১২

(গ) ১৩

উত্তৰঃ (খ) ১২

৬। সমুদ্ৰগুপ্তৰ পাছত ৰামগুপ্ত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল বুলি জনা ।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

৭। দ্বিতীয় চন্দ্ৰগুপ্তই সোণ, ৰূপ আৰু তামৰ মুদ্ৰা প্ৰচলন  কৰিছিল।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৮। দ্বিতীয় চন্দ্ৰগুপ্তৰ মৃত্য়ুৰ পাছত তেওঁৰ পুত্ৰ কুমাৰগুপ্তই সিংহাসনত আৰোহণ কৰে ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৯। কুমাৰগুপ্তক প্ৰথম কুমাৰগুপ্ত বুলিও জনা যায়।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

১০। ফা-হিয়ান ভাৰতবৰ্ষত প্ৰায় কিমান বছৰ কাল আছিল ?

(ক) তেৰ বছৰ

(খ) বাৰ বছৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বাৰ বছৰ

১১। গুপ্ত বংশৰ প্ৰথম ৰজা কোন আছিল ?

(ক) শ্ৰীগুপ্ত আছিল

(খ) সমুদ্ৰগুপ্ত আছিল

(গ) চন্দ্ৰগুপ্ত আছিল

উত্তৰঃ (ক) শ্ৰীগুপ্ত আছিল

১২। শ্ৰীগুপ্তৰ পুত্ৰৰ নাম কি আছিল ?

(ক) কুমাৰগুপ্ত

(খ) ঘটোৎকচ

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (খ) ঘটোৎকচ

১৩। প্ৰথম চন্দ্ৰগুপ্তই কিমান খ্ৰীঃত গুপ্ত সাম্ৰাজ্য়ৰ সিংহাসনত উঠে ?

(ক) ৩২১ খ্ৰীঃত

(খ) ৩২০ খ্ৰীঃত

(গ) ৩৩২ খ্ৰীঃত

উত্তৰঃ (খ) ৩২০ খ্ৰীঃত

১৪। দ্বিতীয় চন্দ্ৰগুপ্ত কিমান খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয় ?

(ক) ৩৭০ খ্ৰীঃত

(খ) ৩৮০ খ্ৰীঃত

(গ) ৩৯০ খ্ৰীঃত

উত্তৰঃ (খ) ৩৮০ খ্ৰীঃত

১৫। গুপ্ত যুগৰ শেষৰফালে হুনসকলে কেইবাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ?

(ক) চাৰিবাৰ

(খ) তিনিবাৰ

(গ) পাঁচবাৰ

উত্তৰঃ (খ) তিনিবাৰ

১৬। গুপ্ত যুগত কি কি সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছিল ?

(ক) শিল্প

(খ) সাহিত্য়

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১৭। কাৰ দিনত ব্ৰাহ্মণ্য় ধৰ্মৰ পুনৰুত্থান হৈছিল ? 

(ক) চন্দ্ৰগুপ্ত সকলৰ

(খ) গুপ্ত সকলৰ

(গ) কুমাৰগুপ্ত সকলৰ

উত্তৰঃ (খ) গুপ্ত সকলৰ

১৮। কোনে সোণৰ মোহৰ মৰাইছিল ?

(ক) প্ৰথম চন্দ্ৰগুপ্তই

(খ) দ্বিতীয় চন্দ্ৰগুপ্তই

(গ) সমুদ্ৰগুপ্তই

উত্তৰঃ (ক) প্ৰথম চন্দ্ৰগুপ্তই

১৯। গুপ্ত সাম্ৰাজ্য়ৰ পতনৰ কেইটা কাৰণ আছে ?

(ক) চাৰিটা কাৰণ

(খ) পাঁচটা কাৰণ

(গ) তিনিটা কাৰণ

উত্তৰঃ (খ) পাঁচটা কাৰণ

২০। কোন গুপ্ত যুগৰ আটাইতকৈ প্ৰখ্য়াত কবি আৰু নাট্য়কাৰ আছিল ?

(ক) চন্দ্ৰগুপ্ত

(খ) কালিদাস

(গ) সমুদ্ৰগুপ্ত

উত্তৰঃ (খ) কালিদাস

Type: Pompi Hazarika