Class 7 Social Science Sankardev School | Chapter 13 | মোগল ৰাজত্বকালত ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 13

মোগল ৰাজত্বকালত ভাৰতবৰ্ষ

১। বাবৰৰ মৃত্য়ুৰ পাছত পুত্ৰ হুমায়ুন কিমান খ্ৰীঃত মোগল সিংহাসনৰ অধিকাৰী হয়?

(ক) ১৫৪০

(খ) ১৫৩০

(গ) ১২৩০

উত্তৰঃ (খ) ১৫৩০

২। সিংহাসনৰ উঠি হুমায়ুন কিছু বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৩। আকবৰৰ মৃত্য়ুৰ পাছত তেওঁৰ পুত্ৰ জাহাংগীৰ কিমান খ্ৰীঃত দিল্লীৰ সিংহাসনত উঠে?

(ক) ১৬৫০

(খ) ১৬০৫

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১৬০৫

৪। জাহাংগীৰৰ দিনত আহোমৰ বিৰুদ্ধে মোগলসকলে অভিযান চলায়।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৫। জাহাংগীৰৰ পাছত ছাহজাহানে মোগল সিংহাসন  অধিকাৰ কৰে।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৬। ছাহজাহানৰ ৰাজসভাত কেইবাজনো সংগীতজ্ঞ আছিল ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৭। ছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত যমুনা নদীৰ পাৰত কি নিৰ্মান কৰোৱাইছিল ?

(ক) ৰংঘৰ

(খ) তাজমহল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তাজমহল

৮। সিংহাসনত উঠিয়েই ঔৰংজেৱে প্ৰথম কাম ল’লে সাম্ৰাজ্য় বিস্তাৰ কৰা।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৯। আহোম ৰজা জয়ধ্বজ সিংহ ৰাজধানী এৰি পলাই যায়।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১০। নূৰজাহান আছিল আকবৰৰ ৰাজসভাৰ মীৰ্জাঘিয়াচ বেগ নামৰ ওজন বিষয়াৰ জীয়ৰী।

(ক) হয়

(খ) নহয়

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১১। কিমান খ্ৰীঃত পানিপথৰ প্ৰথম যুদ্ধ হয় ?

(ক) ১৫২৩ খ্ৰীঃত

(খ) ১৫২৬ খ্ৰীঃত

(গ) ১৫২৮ খ্ৰীঃত

উত্তৰঃ (খ) ১৫২৬ খ্ৰীঃত

১২। বাবৰ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ ৰাজত্ব কৰিছিল ?

(ক) ১৫২৬ খ্ৰীঃৰ পৰা ১৫৩০ খ্ৰীঃলৈ

(খ) ১৫২৬ খ্ৰীঃৰ পৰা ১৫৫৫ খ্ৰীঃলৈ

(গ) ১৬০৬ খ্ৰীঃৰ পৰা ১৫৩০ খ্ৰীঃলৈ

উত্তৰঃ (ক) ১৫২৬ খ্ৰীঃৰ পৰা ১৫৩০ খ্ৰীঃলৈ

১৩। ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য়ৰ প্ৰতিষ্ঠাতা কোন ?

(ক) বাবৰ

(খ) আকবৰ

(গ) জাহাংগীৰ

উত্তৰঃ (ক) বাবৰ

১৪। বাবৰৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৪৮৩ চনত

(খ) ১২৯৮ চনত

(গ) ১৫৬৭ চনত

উত্তৰঃ (ক) ১৪৮৩ চনত

১৫। কিমান খ্ৰীঃত বাাবৰে পঞ্জাব দখল কৰে ?

(ক) ১৫২১ খ্ৰীঃত

(খ) ১৫২৫ খ্ৰীঃত

(গ) ১৫২৬ খ্ৰীঃত

উত্তৰঃ (খ) ১৫২৫ খ্ৰীঃত

১৬। বাবৰ ১৪৮৩ চনৰ কি মাহত জন্ম হৈছিল  ?

(ক) ১৪ ফেব্ৰুৱাৰীত

(খ) ১৯ জানুৱাৰীত

(গ) ২৩ ফেব্ৰুৱাৰীত

উত্তৰঃ (ক) ১৪ ফেব্ৰুৱাৰীত

১৭। হুমায়ুন কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ ৰাজত্ব কৰিছিল ?

(ক) ১৫৩০ খ্ৰীঃৰ পৰা ১৫৫৬ খ্ৰীঃলৈ

(খ) ১৫৫৬ খ্ৰীঃৰ পৰা ১৬০৬ খ্ৰীঃলৈ

(গ) ১৩৪৫ খ্ৰীঃৰ পৰা ১৪৫৬ খ্ৰীঃলৈ

উত্তৰঃ (ক) ১৫৩০ খ্ৰীঃৰ পৰা ১৫৫৬ খ্ৰীঃলৈ

১৮। কিমান খ্ৰীঃত বাবৰে আফগানসকলক পৰাস্ত কৰে ?

(ক) ১৫২৯ খ্ৰীঃত

(খ) ১৫৩২ খ্ৰীঃত

(গ) ১৫২৬ খ্ৰীঃত

উত্তৰঃ (ক) ১৫২৯ খ্ৰীঃত

১৯। ১৫২৯ খ্ৰীঃত বাবৰে কি যুদ্ধত আফগানসকলক পৰাস্ত কৰে ?

(ক) ঘগ্ৰা যুদ্ধত

(খ) কনৌজৰ যুদ্ধত

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) ঘগ্ৰা যুদ্ধত

২০। জাহাংগীৰ  কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ ৰাজত্ব কৰিছিল ?

(ক) ১৫২৬ খ্ৰীঃৰ পৰা ১৮৯৫ খ্ৰীঃলৈ

(খ)১৬০৫ খ্ৰীঃৰ পৰা ১৬২৭ খ্ৰীঃলৈ

(গ) ১৬২৭ খ্ৰীঃৰ পৰা ১৭০৭ খ্ৰীঃলৈ

উত্তৰঃ (খ)১৬০৫ খ্ৰীঃৰ পৰা ১৬২৭ খ্ৰীঃলৈ

Type: Pompi Hazarika