Class 7 Social Science Sankardev School | Chapter 14 | ভাৰতবৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰলৈ মোগলসকলৰ অৱদান | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 14

ভাৰতবৰ্ষৰ সাংস্কৃতিক ক্ষেত্ৰলৈ মোগলসকলৰ অৱদান

১। হুমায়ুনৰ পুত্ৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী আকবৰেও শিল্পকলাৰ দিশত উল্লেখযোগ্য় অৱদান আগৱঢ়াই গৈছে।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। আগ্ৰাৰ যমুনা নৈৰ পাৰত সজা তাজমহল ছাহজাহানৰ শিল্প প্ৰীতিৰ শেষ্ঠ নিদৰ্শন ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৩। পৃথিৱীৰ বিখ্য়াত কি  সিংহাসন ছাহজাহানৰ শিল্প প্ৰেমৰ আনএক সাক্ষী?

(ক) সোণৰ

(খ) ময়ূৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ময়ূৰ

৪। মোগল চিত্ৰকলাই ভাৰতীয় সংস্কৃতিক অন্য় এক মাত্ৰা দিছিল ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৫। মোগল শাসকসকল সদায়েই কি প্ৰেমী আছিল?

(ক) মানৱ প্ৰেমী

(খ) প্ৰকৃতিপ্ৰেমী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰকৃতিপ্ৰেমী

৬। বাবৰে তেওঁৰ দিনত চিত্ৰকৰসকলক প্ৰকৃতিক ভিত্তি কৰি চিত্ৰ অংকনত গুৰুত্ব  দিবলৈ পৰামৰ্শ দিছিল ।  

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৭। মোগল চিত্ৰকলাৰ চৰম উৎকৰ্ষ সাধন হৈছিল সম্ৰাট কাৰ  শাসনকালত?

(ক) যাহাংগীৰ

(খ) জাহাংগীৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জাহাংগীৰ

৮। সংগীত ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য় অংগ ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৯। অতীজ ভাৰতৰ দৰে মোগল যুগতো সংগীতৰ স্থান অতি কি আছিল?

(ক) উচ্চ

(খ) নিম্ন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উচ্চ

১০। মোগল ৰাজসভাত সন্ধ্য়া প্ৰায়েই নৃত্য়ৰ কি বহিছিল।

(ক) মেহবিল

(খ) মেহফিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মেহফিল

১১। বাবৰৰ পুত্ৰেকৰ  নাম কি আছিল ?

(ক) হুমায়ুনো

(খ) জাহাংগীৰ

(গ) আকবৰ

উত্তৰঃ (ক) হুমায়ুনো

১২। হুমায়ুনো কি কি পৃষ্ঠপোষক আছিল ?

(ক) শিল্পকলা

(খ) সাহিত্য়-সংস্কৃতিৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১৩। সম্ৰাট আকবৰো এজন চিত্ৰপ্ৰেমী আছিল ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) হয়

১৪। কি ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য় অংগ ?

(ক) নৃত্য়

(খ) সংগীত

(গ) চিত্ৰকলা

উত্তৰঃ (খ) সংগীত

১৫। মোগলসকলৰ কি কলা অতুলনীয় ?

(ক) শিল্প কলা

(খ) স্থাপত্য় কলা

(গ) চিত্ৰ কলা

উত্তৰঃ (খ) স্থাপত্য় কলা

১৬। আকবৰ পুত্ৰৰ নাম কি ?

(ক) জাহাংগীৰ

(খ) হুমায়ুনো

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) জাহাংগীৰ

১৭। ভাৰতবৰ্ষ এখন ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) হয়

১৮। মোগল সাহিত্য়ই ভাৰতীয় সাহিত্য়ৰ ভঁৰাল চহকী কৰি থৈ গৈছে ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয় ।

উত্তৰঃ (ক) হয়

১৯। কোনে ৰামায়ণ অনুবাদ কৰিছিল ?

(ক) বাদাউনিয়ে

(খ) আকবৰে

(গ) বাবৰে

উত্তৰঃ (ক) বাদাউনিয়ে

২০। অসমত ভক্তি আন্দোলনৰ ধাৰাটোকে কি আন্দোলন বোলে ?

(ক) বৈষ্ণৱ আন্দোলন

(খ) ভাতৰত ত্য়াগ আন্দোলন

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (ক) বৈষ্ণৱ আন্দোলন

Type: Pompi Hazarika