Class 7 Social Science Sankardev School | Chapter 15 | ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ

১। ভাৰতবৰ্ষৰ জনসংখ্য়া দিনক দিনে বৃদ্ধি পায় আহিছে ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। ভিন ভিন পৰিৱেশত বসবাস কৰা লোকৰ সংখ্য়াও ভিন ভিন ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৩। লাডাখ আৰু অৰুণাচল প্ৰদেশ অতি উচ্চ স্থানত মানুহৰ বসতি প্ৰায়।

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নাই

৪। উত্তৰ-পশ্চিম অঞ্চলৰ মৰুভুমি অঞ্চলত জনবসতি অতি কি?

(ক) ঘন

(খ) পাতল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পাতল

৫। ভাৰতৰ মুঠ জনসংখ্য়াৰ অধিকসংখ্য়ক লোক গাওঁ অঞ্চলত বাস ।

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কৰে

৬।  অৰণ্য় অঞ্চলত জনবসতি অতি কি।

(ক) ঘন

(খ) পাতল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ঘন

৭। সমগ্ৰ বিশ্ৱৰ জনবহুল দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান ?

(ক) তৃতীয়

(খ) দ্বিতীয়

(গ) প্ৰথম

উত্তৰঃ (খ) দ্বিতীয়

৮। আমাৰ দেশখনৰ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা গড় জনসংখ্যা কিমান ?

(ক) ১২১

(খ) ৫৭৩

(গ) ৩৮২

উত্তৰঃ (গ) ৩৮২

৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান ?

(ক) ১২৪,০৭,৭৯,৫৭৩

(খ) ১২১, ০৫, ৬৯, ৫৭৩

(গ) ১১২১, ০৫, ৯৬, ৫৩৭

উত্তৰঃ (খ) ১২১, ০৫, ৬৯, ৫৭৩

১০। কোন ঠাইত মানুহৰ বসতি ঘন হয় ?

(ক) নদী, হ্ৰদ, বিল আদিৰ পাৰে পাৰে

(খ) মালভূমি অঞ্চলত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নদী, হ্ৰদ, বিল আদিৰ পাৰে পাৰে

১১। গোৱালপাৰা আৰম্ভ হৈ কৰমণ্ডল উপকূললৈ এই অঞ্চলত জনবসতিৰ ঘনত্ব কিমান ?

(ক) ৩৮২

(খ) ৬৫০

(গ) ৮৫০

উত্তৰঃ (গ) ৮৫০

১২। ভাৰতৰ মুঠ জনসংখ্যাৰ অধিকসংখ্যক লোক ক’ত বাস কৰে ?

(ক) গাঁও অঞ্চলত

(খ) নগৰ অঞ্চলত

(গ) মথাউৰি অঞ্চলত

উত্তৰঃ (ক) গাঁও অঞ্চলত

১৩। উত্তৰ-পশ্চিম অঞ্চলৰ মৰুভূমি অঞ্চলত জনবসতি অতি _________ ।

(ক) ঘন

(খ) পাতল

(গ) এটাও নহয়

উত্তৰঃ (খ) পাতল

১৪। অৰণ্য অঞ্চলত জনবসতি অতি __________ ।

(ক) ঘন

(খ) পাতল

(গ) এটাও নহয়

উত্তৰঃ (খ) পাতল

১৫। ভাৰতবৰ্ষৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। ইয়াৰ মুখ্য কাৰণ কেইটা ?

(ক) ছটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (গ) তিনিটা

১৬। __________ , _________ আদিৰ বাবে ভাৰতীয় লোকৰ জন্মৰ হাৰ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই ?

(ক) মৃত্যু, জন্ম

(খ) অন্ধবিশ্বাস, নিৰক্ষৰতা

(গ) জনসংখ্যা, বিতৰণ

উত্তৰঃ (খ) অন্ধবিশ্বাস, নিৰক্ষৰতা

১৭। ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আদিৰ দৰে মালভূমি অঞ্চলত জনবসতিৰ ঘনত্ব কিমান হয় ?

(ক) ৩০০-৪০০ বৰ্গ কিঃ মিঃ

(খ) ৩০০-১০০০ বৰ্গ কিঃ মিঃ

(গ) ৩০০-১০০ বৰ্গ কিঃ মিঃ

উত্তৰঃ (ক) ৩০০-৪০০ বৰ্গ কিঃ মিঃ

১৮। ভাৰতৰ প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা অনুসৰি কিহৰ বিভিন্নতা আহে ?

(ক) জনসংখ্যাৰ ঘনত্ব

(খ) জনসংখ্যাৰ বৃদ্ধি

(গ) জনসংখ্যাৰ বিতৰণ

উত্তৰঃ (গ) জনসংখ্যাৰ বিতৰণ

১৯। উত্তৰ-পশ্চিম ৰাজস্থানৰপৰা পঞ্জাৱ-হাৰিয়ানা হৈ ব্ৰহ্মপুত্ৰ উপত্যকা পৰ্যন্ত উৰ্বৰ ভূমিত প্ৰায় কিমান শতাংশ লোকে বসবাস কৰে ?

(ক) ৮৪ %

(খ) ৪৮ %

(গ) ৬৮ %

উত্তৰঃ (খ) ৪৮ %

২০। হিমালয় পৰ্বতমালাৰ উচ্চ স্থানত থকা দেশৰ ____________ আৰু ____________ অঞ্চলত জনবসতি পাতল।

(ক) উত্তৰ-পশ্চিম, উত্তৰ-পূব

(খ) দক্ষিণ-পশ্চিম, দক্ষিণ-পূব

(গ) উত্তৰ-দক্ষিণ, পূব-পশ্চিম

উত্তৰঃ (ক) উত্তৰ-পশ্চিম, উত্তৰ-পূব

Type: Pompi Hazarika