Class 7 Social Science Sankardev School | Chapter 16 | অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 16

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

১। আলোচনাৰ সুবিধাৰ বাবে চৰকাৰৰ কাম-কাজবোৰক প্ৰধানকৈ কেই ভাগত ভগোৱা হয়?

(ক) দুই ভাগত

(খ) তিনি ভাগত

(গ) চাৰিভাগত

উত্তৰঃ (খ) তিনি ভাগত

২। চৰকাৰৰ সকলো ধৰণৰ কাম-কাজৰ মূল উদ্দেশ্য় হৈছে দেশখনৰ জনসাধাৰণৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন সাধন কৰা ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৩। দেশখনৰ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্য়াৰে ভাগ কৰিলে কি আয় পোৱা যায়?

(ক) প্ৰাথমিক

(খ) জনমূৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জনমূৰি

৪। দেশখনৰ ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় বৃদ্ধি পোৱাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান বৃদ্ধি পাব।  

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৫। আন্তঃগাঁথনিয়ে কি ভাৱে দেশখনৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰে?

(ক) প্ৰৰোক্ষভাৱে

(খ) প্ৰত্য়ক্ষভাৱে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰত্য়ক্ষভাৱে

৬।  দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত পৰিবহণ ব্য়ৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

৭। দেশ এখনৰ মুৰব্বী প্ৰতিষ্ঠান কি ?

(ক) সা-সম্পত্তি

(খ) শান্তি-শৃংখলা

(গ) চৰকাৰ

উত্তৰঃ (গ) চৰকাৰ

৮। আন্তঃগাঁথনি কেই প্ৰকাৰৰ ?

(ক) তিনি প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) এক প্ৰকাৰৰ

উত্তৰঃ (খ) দুই প্ৰকাৰৰ

৯। অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কি ব্য়ৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰা দেখা যায় ?

(ক) পৰিবহণ ব্য়ৱস্থাই

(খ) পাইপলাইন ব্য়ৱস্থাই

(গ) এটাও নহয়

উত্তৰঃ (ক) পৰিবহণ ব্য়ৱস্থাই

১০। আটাইতকৈ কম খৰচী পৰিবহণ ব্য়ৱস্থাটো কি ?

(ক) জল পৰিবহণ

(খ) পথ পৰিবহণ

(গ) বিমান পৰিবহণ

উত্তৰঃ (ক) জল পৰিবহণ

১১। বৰ্তমান ভাৰতবৰ্ষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কিমান ?

(ক) ১০০ৰো অধিক

(খ) ২০০ৰো অধিক

(গ) ৩০০ৰো অধিক

উত্তৰঃ (খ) ২০০ৰো অধিক

১২। বৰ্তমান ভাৰতবৰ্ষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কিমান কিঃ মিঃ পথ চাৰিলেন বিশিষ্ট ?

(ক) ৯৬,২৬০ কিঃ মিঃ

(খ) ২৯,৪২১ কিঃ মিঃ

(গ) ২৩,০০০ কিঃ মিঃ

উত্তৰঃ (গ) ২৩,০০০ কিঃ মিঃ

১৩। আমাৰ দেশৰ গাঁও অঞ্চলৰ কিমান শতাংশ লোক জীৱিকাৰ বাবে কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল ?

(ক) ৮৪ %

(খ) ৭০ %

(গ) ৬৪ %

উত্তৰঃ (খ) ৭০ %

১৪। ভাৰতৰ বৈদেশিক বাণিজ্য কিহৰ ওপৰত নিৰ্ভৰশীল ?

(ক) কৃষিৰ ওপৰত

(খ) ব্য়ৱসায়-বাণিজ্য়ৰ ওপৰত

(গ) কয়-কাৰখানাৰ ওপৰত

উত্তৰঃ (ক) কৃষিৰ ওপৰত

১৫। ২০০৯ চনৰ মাৰ্চ মাহৰ পৰিসংখ্যা মতে ভাৰতত কিমান টা ডাকঘৰ আছে ?

(ক) ২,৫৫,১১৫ টা

(খ) ১,৫৫,০১৫ টা

(গ) ১,৫৫,২১৫ টা

উত্তৰঃ (খ) ১,৫৫,০১৫ টা

১৬। ভাৰতত প্ৰথম ডাক টিকট কিমান চনত প্ৰৱৰ্তন কৰা হয় ?

(ক) ১৯৮৬ চনত

(খ) ১৯৭২ চনত

(গ) ১৮৫৪ চনত

উত্তৰঃ (গ) ১৮৫৪ চনত

১৭। আমাৰ ৰাষ্ট্ৰীয় আয়ৰ শতকৰা কিমান শতাংশ এতিয়াও কৃষি খণ্ডৰপৰা আহে ?

(ক) ৭৫ %

(খ) ৩৫ %

(গ) ৪৫ %

উত্তৰঃ (খ) ৩৫ %

১৮। এখন দেশৰ শিক্ষা ব্য়ৱস্থা প্ৰধানত কেইটা স্তৰ বা পৰ্যায়ত পৰিলক্ষিত হয় ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

১৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি আমাৰ ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ কিমান ?

(ক) ৮৮.৪৭ %

(খ) ৮৪.৯৪ %

(গ) ৯১.৮১ %

উত্তৰঃ (ক) ৮৮.৪৭ %

২০। সোণালী চতুৰ্ভুজৰ দৈৰ্ঘ্য কিমান ?

(ক) ৫৬৪২ কিঃ মিঃ

(খ) ৬৮৪৬ কিঃ মিঃ

(গ) ৫৮৪৬ কিঃ মিঃ

উত্তৰঃ (গ) ৫৮৪৬ কিঃ মিঃ

Type: Pompi Hazarika