Class 7 Social Science Sankardev School | Chapter 17 | গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 17

গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব

১। পুৰণি কালত গ্ৰীচত এথেন্সকে ধৰি কিছুমান সৰু সৰু নগৰ ৰাষ্ট্ৰ আছিল।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। গণতন্ত্ৰত জাতি, ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে আইনৰ চকুত সকলো কি?

(ক) সমান নহয়

(খ) সমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সমান

৩। গণতন্ত্ৰ ৰ এটা উল্লেখযোগ্য় উপাদান হৈছে ৰাজনৈতিক দল।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৪। চৰকা গঠন কৰা দলটোক কি  বুলে?

(ক) বিৰোধী

(খ) শাসক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শাসক

৫। গণতন্ত্ৰত বিৰোধী দল অতি সবল আৰু সক্ৰিয় হোৱাটো কি?

(ক) অবাঞ্ছনীয়

(খ) বাঞ্ছনীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বাঞ্ছনীয়

৬। গণতন্তৰ লগত নাগৰিক আৰু নগৰিকত্ব এই দুটা কথাও সাঙোৰ খাই।

(ক) আছে

(খ) থকা নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে

৭। জন্ম হৈয়েই ব্য়ক্তি এজনে ৰাজনৈতিক অধিকাৰ লাভ নকৰে, প্ৰাপ্তবয়স্ক হ’লেহে কৰে।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৮। পঞ্জীয়নসূত্ৰে আৰু বিবাহসূত্ৰে লাভ কৰা নাগৰিকত্বক দেশীয়কৰণৰদ্বাৰা হোৱা নাগৰিকত্ব বোলে

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৯। ৰাষ্ট্ৰবোৰৰ সংবিধানে  আৰু আইনে কি নিৰ্ণয় কৰে

(ক) আইন প্ৰণয়ন

(খ) নীতিবোৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নীতিবোৰ

১০। অসমৰ জোঁৱাই মাইকেল বা মাইক ফিংক এগৰাকী প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

১১। গণতন্ত্ৰ কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

১২। কি গণতন্ত্ৰত নাগৰিকে পোনপটীয়াভাৱে অংশগ্ৰহণ কৰে ?

(ক) পৰোক্ষ গণতন্ত্ৰত

(খ) প্ৰত্যক্ষ গণতন্ত্ৰত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) প্ৰত্যক্ষ গণতন্ত্ৰত

১৩। বৰ্তমান কোন ঠাইত কেইখনমান কেণ্টনৰ বাহিৰে আন ক’তো প্ৰত্য়ক্ষ গণতন্ত্ৰ প্ৰচলিত নহয় ?

(ক) অৰুণাচল প্ৰদেশত

(খ) ভাৰতত

(গ) ছুইজাৰলেণ্ডত

উত্তৰঃ (গ) ছুইজাৰলেণ্ডত

১৪। গণতন্ত্ৰৰ এক উল্লেখযোগ্য় উপাদান হৈছে __________ দল।

(ক) ৰাজনৈতিক দল

(খ) বিৰোধী দল

(গ) নিৰ্বাচনী দল

উত্তৰঃ (ক) ৰাজনৈতিক দল

১৫। চৰকাৰ গঠন কৰা দলক কি বুলি কোৱা হয় ?

(ক) বিৰোধী দল

(খ) শাসক দল

(গ) ৰাজনৈতিক দল

উত্তৰঃ (খ) শাসক দল

১৬। গণতন্ত্ৰত বিৰোধী দল কি হোৱাটো বাঞ্ছনীয় ?

(ক) অতি সবল আৰু সক্ৰিয়

(খ) শক্তিশালী

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৭। গণতন্ত্ৰত কি অপৰিহাৰ্য ?

(ক) নিয়ম

(খ) অধিকাৰ

(গ) সংবিধান

উত্তৰঃ (গ) সংবিধান

১৮। কি নহ’লে প্ৰাপ্তবয়স্ক হ’লেও ভোটাধিকাৰৰ অধিকাৰ নাপায় ?

(ক) সফল ব্যক্তি

(খ) নাগৰিক

(গ) শিক্ষক

উত্তৰঃ (খ) নাগৰিক

১৯। এতিয়াৰপৰা কিমান বছৰ আগতে গ্ৰীচৰ নগৰ-ৰাষ্ট্ৰবোৰত গণতান্ত্ৰিক শাসনৰ প্ৰচলন হৈছিল ?

(ক) আঢ়ৈ হাজাৰ বছৰৰ আগতে

(খ) দুই হাজাৰ বছৰ আগতে

(গ) সাত হাজাৰ বছৰ আগতে

উত্তৰঃ (ক) আঢ়ৈ হাজাৰ বছৰৰ আগতে

২০। ভাৰতীয় নাগৰিকত্ব আইন কিমান চন অনুসৰি নাগৰিকত্ব সম্বন্ধীয় সকলো সিদ্ধান্ত লোৱা হয় ?

(ক) ১৮৫৫ চনত

(খ) ১৬৫৫ চনত

(গ) ১৯৫৫ চনত

উত্তৰঃ (গ) ১৯৫৫ চনত

Type: Pompi Hazarika