Class 7 Social Science Sankardev School | Chapter 4 | আমাৰ পৰিৱেশ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 4

আমাৰ পৰিৱেশ

১। উদ্ভিদ, প্ৰাণীবোৰ মৰি-গেলি-পচি মাটিৰ লগত মিলি ।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

২।উদ্ভিদ, প্ৰাণীবোৰ মৰি-গেলি-পচি মাটিৰ লগত মিলি যোৱা অৱস্থাক কি বোলে?

(ক) উপাংশ

(খ) বিয়োজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিয়োজন

৩। অজৈবিক উপাংশ কি ?

(ক) বায়ু, মাটি আৰু পানী

(খ) ঘৰ, ৰাস্তা-ঘাট

(গ) ওপৰৰ এটাও নাহয়

উত্তৰঃ (ক) বায়ু, মাটি আৰু পানী

৪। বায়ু, মাটি আৰু পানী এই উপাংশই মানৱ জীৱনৰ বাবে কি?

(ক) অপ্ৰয়োজন

(খ) প্ৰয়োজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰয়োজন

৫। প্ৰাকৃতিক উপাদানসমূহৰ অধিক ব্য়ৱহাৰৰ ফলত উপাদানসমূহৰ ক্ষয়সাধন।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৬। নিৰক্ষীয় উচ্চভূমি অঞ্চলত দৈনিক উত্তাপৰ তাৰতম্য় কিমান

(ক) কম

(খ) বেছি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বেছি

৭। নিৰক্ষীয় অঞ্চলত ‘ছাভানা’ নামৰ তৃণভূমি দেখা ।

(ক) নাযায়

(খ) যায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) যায়

৮। নিৰক্ষীয় নিম্ন অঞ্চলত মনুহৰ জনবসতি ।

(ক) ঘন

(খ) সেৰেঙা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সেৰেঙা

৯। তেওঁলোকৰ প্ৰধান জীৱিকা কি ?

(ক) ৰবৰ সংগ্ৰহ

(খ) চন্দন সংগ্ৰহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰবৰ সংগ্ৰহ

১০। জৈৱিক আৰু অজৈৱিক এই দুই ভাগত প্ৰাকৃতিক পৰিৱেশৰ উপাংশ গঠিত ।

(ক) হৈছে

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছে

১১। নিৰক্ষীয় অঞ্চলত  দুয়োকাষে ক্ৰান্তীয় তৃণভূমি অঞ্চল অৱস্থিত।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১২। তুন্দ্ৰা অঞ্চলৰ প্ৰধান জীৱিকা কি ?

(ক) চিকাৰ

(খ) ৰবৰ সংগ্ৰহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চিকাৰ

১৩। ক্ৰান্তীয় উষ্ণ মৰুভূমি বা চাহাৰীয়া  অঞ্চল গোলাৰ্দ্ধৰ কিমান ডিগ্ৰী উত্তৰ দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত?

(ক) ৪০ ডিগ্ৰী

(খ) ২০ ডিগ্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ২০ ডিগ্ৰী

১৪। পৰিৱেশত থকা সকলো প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া ইত্য়াদিক কি উপাংশ বোলা হয়?

(ক) অজৈৱিক

(খ) জৈৱিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জৈৱিক

১৫। উদ্ভিদ, তৃণভোজী আৰু মাংসভোজীৰ এই জীৱন চক্ৰকেই কি বোলা হয়?

(ক) পৰিস্থিতিতন্ত্ৰ

(খ) অপৰিস্থিতিতন্ত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰিস্থিতিতন্ত্ৰ

১৬। মানুহে উদ্ভিদ আৰু জীৱ দুয়োটাই ভক্ষণ কৰে বাবে মানুহক কি বোলা হয়?

(ক) তৃণভোজী

(খ) সৰ্বভোজী

(গ) মাংসভোজী

উত্তৰঃ সৰ্বভোজী

১৭। বায়ু ,মাটি আৰু পানী এই উপাংশ অবিহনে জীয়াই কোনো জীৱই জীয়াই থাকিব।

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে

১৮।পৃথিৱীখনক কেইটামান পৰিৱেশ মণ্ডলত ভাগ কৰা

(ক) হৈছে

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছে

১৯। নিৰক্ষীয় অঞ্চলৰ সূৰ্যৰ উত্তাপ আৰু পোহৰ লম্বভাবে।

(ক) নপৰে

(খ) পৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰে

২০। নিৰক্ষীয় অঞ্চলৰ ডাঙৰ ডাঙৰ গছৰ পাতেৰে ঢাকি ৰাখি মাটিভাগ কি কৰি ৰাখে?

(ক) শুকান

(খ) সেমেকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সেমেকা

Type: Pompi Hazarika