Class 7 Social Science Sankardev School | Chapter 6 | অসমৰ সম্পদ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

অসমৰ সম্পদ

১। আমি বসবাস কৰা আমাৰ ৰাজ্য়খন প্ৰাকৃতিক সম্পদত চহকী ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। প্ৰাকৃতিক সম্পদৰাজিক আমি  বনজ জলজ আৰু খনিজ ৰূপত এনেদৰে বৰ্ণনা কৰিব ।

(ক) পাৰো

(খ) নোৱাৰো

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰো

৩। অসমৰ বনভূমি অঞ্চল নানা উদ্ভিদ  আৰু জীৱ-জন্তুৰে ভৰা।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৪। অৰ্দ্ধহৰিৎ অৰণ্য় চিৰহৰিৎ অৰণ্য়ৰ কাষে কাষে দেখা ।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

৫। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্য়কা অঞ্চলত বহুতো কি আছে?

(ক) বিল-জলাহ

(খ) পৰ্বত-পাহাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিল-জলাহ

৬। দীপৰ বিলক কি বুলি পৰিগণিত কৰা হৈছে?

(ক) ক্ষেত্ৰৰূপে ৰামচৰ

(খ) ৰামচৰ ক্ষেত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৰামচৰ ক্ষেত্ৰ

৭। অসমৰ নদ-নদী, বিল ,জল সকলোতে নানা প্ৰজাতিৰ মাছ, কাছ,শিহু আদি পোৱা।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

৮। অসমত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ ।

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে

৯। কিমান চনত ডিগবৈত এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হয়?

(ক) ১৮৮৯

(খ) ১৯০১

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১৯০১

১০। তেলৰ লগতে প্ৰাকৃতিক গেছো প্ৰচুৰ পৰিমানে অসমত পোৱা ।

(ক) নাযায়

(খ) যায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) যায়

১১। অসমৰ প্ৰধান নদী কেইখন ?

(ক) তিনিখন

(খ) দুখন

(গ) এখন

উত্তৰঃ (খ) দুখন

১২। অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?

(ক) ব্ৰহ্মপুত্ৰ আৰু বৰাক

(খ) কপিলি আৰু সোৱনশিৰি

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰ আৰু বৰাক

১৩। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্য়ান আছে ?

(ক) ৭ খন

(খ) ৫খন

(গ) ৯ খন

উত্তৰঃ (খ) ৫খন

১৪। অসমত কেইখন অভয়াৰণ্য় আছে ?

(ক) ১৭ খন

(খ) ১৬ খন

(গ) ১৫ খন

উত্তৰঃ (ক) ১৭ খন

১৫। অসমত কেইটা ব্য়াঘ্ৰ প্ৰকল্প আছে  ?

(ক) ৪টা

(খ) ৩টা

(গ) ৮টা

উত্তৰঃ (খ) ৩টা

১৬। অসমত ৫টা কি আছে  ?

(ক) হস্তী সংৰক্ষণ প্ৰকল্প

(খ) ব্য়াঘ্ৰ প্ৰকল্প

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (ক) হস্তী সংৰক্ষণ প্ৰকল্প

১৭। অসমত কেইখন প্ৰস্তাৱিত আছে  ?

(ক) ১০খন

(খ) ৩খন

(গ) ৫খন

উত্তৰঃ (খ) ৩খন

১৮। কয়লাজান আৰু ডিলাই পাহাৰ কোন জিলাত পোৱা যায়  ?

(ক) ডিমাহাচাও জিলাত

(খ) কাৰ্বি আংলং জিলাত

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (খ) কাৰ্বি আংলং জিলাত

১৯। অসমৰ মাটিকালিৰ প্ৰায় কিমান বৰ্গ কিলোমিটাৰ অঞ্চল বনভূমিয়ে আগুৰা ?

(ক) ২৭,৬৭৩

(খ) ২৬,৭৬৩

(গ) ২৫,৩৬৭

উত্তৰঃ (ক) ২৭,৬৭৩

২০। কাৰ্বি পাহাৰৰ কিছুমান অঞ্চলত কি পোৱা যায় ?

(ক) ঔষধ

(খ) সূতা

(গ) জিপ্ছাম

উত্তৰঃ (গ) জিপ্ছাম

Type: Pompi Hazarika