Class 7 Social Science Sankardev School | Chapter 7 | পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

পুৰণি অসমৰ সমাজ আৰু অৰ্থনীতি

১। পুৰণি অসমৰ সমাজ ব্য়ৱস্থা বৰ্ণশ্ৰম ধৰ্মৰ ভেটিত প্ৰটিষ্ঠিত।

(ক) আছিল

(খ) নাছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছিল

২। বৰ্ণাশ্ৰমে জাতি-ভেদৰ কথা ।

(ক) নুবুজাইছিল

(খ) বুজাইছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নুবুজাইছিল

৩। সমাজৰ আটাইতকৈ সৰু গোটটো কি

(ক) পৰিয়াল

(খ) বৰ্ণাশ্ৰম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰিয়াল

৪। অসমৰ জনজাতি সম্প্ৰদায়ৰ পৰিয়াল ব্য়ৱস্থাত কিছু পৃথক নীতি অৱলম্বন কৰা ।

(ক) হৈছিল

(খ) নৈহৈছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছিল

৫। ৰাজপৰিয়ালবোৰৰ মাজত স্বয়ম্বৰ বিবাহ পদ্ধতি প্ৰচলন।

(ক) আছিল

(খ) নাছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছিল

৬। ধৰ্মশাস্ত্ৰত ৮ প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া ।

(ক) হৈছে

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছে

৭। অতীত অসমত নাৰীয়ে সমাজত সন্মানীয় স্থান পাবলৈ সক্ষম ।

(ক) হৈইছিল

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈইছিল

৮। সতীত্ব আৰু পতি সেৱা সহধৰ্মিণীৰ মূল লক্ষ্য় ।

(ক) আছিল

(খ) নাছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছিল

৯। কৰ্ম অনুযায়ী সমাজত বৰ্ণ বা শ্ৰেণীৰ সৃষ্টি ।

(ক) হৈছিল

(খ) নাইহোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৈছিল

১০। অতীতৰপৰাই অসমীয়া মহিলাই সোণ, ৰূপ আৰু আন ধাতুৰ অলংকাৰ পিন্ধিছিল।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

১১। বৰ্ণাশ্ৰম কেইটা বৰ্ণত বিভক্ত ?

(ক) তিনিটা

(খ) চাৰিটা

(গ) দুটা

উত্তৰঃ (খ) চাৰিটা

১২। অসমৰ প্ৰধান খাদ্য় কি ?

(ক) ভাত

(খ) ৰুটি

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) ভাত

১৩। অসমত প্ৰথনে কি খেতি প্ৰচলন হৈছিল ?

(ক) ধান খেতি

(খ) ঝুম খেতি

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (খ) ঝুম খেতি

১৪। অসমত প্ৰচুৰ পৰিমানে কি খেতি হয় ?

(ক) ঝুম খেতি

(খ) ধান খেতি

(গ) এটাও নহয় ।

উত্তৰঃ (খ) ধান খেতি

১৫। কেইখন মান পুৰণি সাহিত্য় নাম কি ?

(ক) কলিকাপুৰণ

(খ) যোগিনীতন্ত্ৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১৬। সকলো বৃত্তিৰ লোকে ক’ত বাস কৰে ?

(ক) অঞ্চলত

(খ) গাঁৱত

(গ) এটাও নহয় ।

উত্তৰঃ (ক) অঞ্চলত

১৭। ধৰ্মশাস্ত্ৰত কিমান প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছিল ?

(ক) ৫ প্ৰকাৰৰ

(খ) ৮ প্ৰকাৰৰ

(গ) ৭ প্ৰকাৰৰ

উত্তৰঃ (খ) ৮ প্ৰকাৰৰ

১৮। মাছ ধৰাৰ প্ৰধান সঁজুলি হিচাপে কি কি ব্য়ৱহাৰ কৰিছিল ?

(ক) বৰশী, জাল

(খ) জাকৈ, পল

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ ।

১৯। বৰ্ণাশ্ৰম চাৰিটা বৰ্ণত বিভক্ত সেইকেইটা কি কি ?

(ক) ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ

(খ) কায়স্থ, কৰণ, লেখক আৰু দৈৱ

(গ) এটাও নহয় ।

উত্তৰঃ (ক) ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ

২০। পুৰণি অসমৰ এজন বিখ্য়াত বণিক কোন আছিল ?

(ক) চান্দ সদাগৰ

(খ) বাণভট্টৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (ক) চান্দ সদাগৰ

Type: Pompi Hazarika