Class 8 Assamese Sankardev School | Chapter ২ | বৰ লোকৰ চৰিত্ৰ অধ্যয়ণ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter ২

বৰ লোকৰ চৰিত্ৰ অধ্যয়ণ

১। আজিকালি কিহৰ চৰ্চা জতগময়?

(ক)বৰগীাত

(খ)বিদ্যা

(গ)বাহিৰা

উত্তৰঃ (খ)বিদ্যা

২। উদগতি কৰিবলৈ মানুহক আদিতে এটা কি পথ লাগে?

(ক)সুগম

(খ)বিদ্যাৰ

(গ)চৰিত্ৰ

উত্তৰঃ (ক)সুগম

৩। যি পুঠি পঢ়িলে সুগম পথ পোৱা যায় তেনে পুঠি পঢ়িলে কি হ’য়?

(ক)উপকাৰ

(খ)অপকাৰ

(গ)উদগতি

উত্তৰঃ (গ)উদগতি

৪। কিমান চনত সত্যনাথ বৰাৰ জন্ম হ’য়?

(ক)১৮৬০

(খ)১৭৫৬

(গ)১৬৬০

উত্তৰঃ (ক)১৮৬০

৫। কিমান চনত সত্যনাথ বৰুৱা বি.এল. পৰীক্ষাত উত্তীৰ্ণ হ’য়?

(ক)১৮৬০

(খ)১৮৮৯

(গ)১৬৫৪

উত্তৰঃ (খ)১৮৮৯

৬। ‘বহল ব্যাকৰণ’ খন কোনে লিখিছিল?

(ক)মিত্ৰদেৱ মহন্ত।

(খ)সত্যনাথ বৰা।

(গ)হেমচন্দ্ৰ বৰুৱা।

উত্তৰঃ (খ)সত্যনাথ বৰা।

৭। তলৰ কোনখন গ্ৰন্থ সত্যনাথ বৰাই লিখিছিল?

(ক)সাহিত্য বিচাৰ

(খ)আকাশ ৰহস্য মুণি।

(গ)সাৰথি।

উত্তৰঃ (ক)সাহিত্য বিচাৰ

৮। বুৰঞ্জী পঢ়ি চৰিত্ৰ পাঠৰ কি পোৱা নাযায়?

(ক)সুগম

(খ)ফল

(গ)ঐশ্বয্য

উত্তৰঃ (খ)ফল

৯। কিছুদিন সত্যনাথ বৰাই কটন কলেজত কি কৰিছিল?

(ক)শিক্ষক।

(খ)অধ্যপনা।

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ)অধ্যপনা।

১০। সত্যনাথ বৰুৱা ক’ত জন্ম হৈছিল?

(ক)কলিকতাত

(খ)গুৱাহাটী ভৰলুমুখত

(গ)তেজপুৰ

উত্তৰঃ (খ)গুৱাহাটী ভৰলুমুখত

১১। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা।

(ক)শুদ্ধ।

(খ)অশুদ্ধ

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)শুদ্ধ।

১২। উদগতিৰ বাঞ্জা কি হ’ব লাগে?

(ক)থিৰ।

(খ)ইচ্ছা।

(গ)অভিলাস।

উত্তৰঃ (ক)থিৰ।

১৩। উদণ্ড বাঞ্জাকেই ওপৰত আশংকা বোলা হৈছে?

(ক)হ’য়

(খ)নহ’য়

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)হ’য়

১৪। সত্যনাথ বৰা কিমান চনত দেহাৱসাত ঘটে?

(ক)১৯২৫ চনৰ ১৩ ডিচেম্বৰত

(খ)১৮২৫ চনৰ ২৬ ডিচেম্বৰত

(গ)১৬২৫ চনৰ ১৩ ডিচেম্বৰত

উত্তৰঃ (ক)১৯২৫ চনৰ ১৩ ডিচেম্বৰত

১৫। সত্যনাথ বৰুৱা কিমান বছৰৰ বয়সত মৃত্যু হ’য়?

(ক)৬৫

(খ)৬৪

(গ)৬৮

উত্তৰঃ (ক)৬৫