Class 8 Assamese Sankardev School | Chapter 6 | আমাৰ ভাৰতী আই | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

আমাৰ ভাৰতী আই

১। আমাৰ ভাৰতী আই কবিতাটো কোনে লিখিছিল?

(ক)নলিনীবালা দেৱী।

(খ)অনুৰাধা পুজাৰী শৰ্মা

(গ)হেমলতা শৰ্মা

উত্তৰঃ (ক)নলিনীবালা দেৱী।

২। নলিনীবালা দেৱীয়ে কিমান চনত ‘অলকানন্দা’ পুথিৰ বাবে সাহিত্য একাদেমী বঁটা লাভ কৰে?

(ক)১৯৪৮

(খ)১৯৬৭

(গ)১৯৫৭

উত্তৰঃ (খ)১৯৬৭

৩। নলিনীবালা দেৱী কিমান চনত জন্ম হৈছিল?

(ক)১৮৯৮

(খ)১৮৭৬

(গ)১৮৫৬

উত্তৰঃ (ক)১৮৯৮

৪। নলিনীবালা দেৱীৰ কিমান চনত স্বামীৰ মৃত্যু হ’য়?

(ক)১৯১৭

(খ)১৮৬৭

(গ)১৮৫৭

উত্তৰঃ (ক)১৯১৭

৫। নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

(ক)অলকানন্দা

(খ)পৰশমণি

(গ)সন্ধিয়াৰ সুৰ

উত্তৰঃ (গ)সন্ধিয়াৰ সুৰ

৬। বৈধৱ্য যন্ত্ৰণাই নলিনীবালা দেৱীক ভাৰতীয় দৰ্শনৰ প্ৰতি ধাবিত কৰেনে?

(ক)কৰে

(খ)নকৰে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)কৰে

৭।নলিনীবালা দেৱীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?

(ক)১৯১৭

(খ)১৯৫৮

(গ)১৯৬৭

উত্তৰঃ (গ)১৯৬৭

৮। এই দেশ কি?

(ক)জনবহুল

(খ)অনুপম

(গ)বিশাল

উত্তৰঃ (খ)অনুপম

৯। শৌৰ্য-বীৰ্য আৰু কিহৰ প্ৰেমে এইদেশক ৰক্ষা কৰিব?

(ক)প্ৰসবিনী

(খ)ভাতৃত্ববোধৰ

(গ)ভাৰত

উত্তৰঃ (খ)ভাতৃত্ববোধৰ

১০। অতীন্দ্ৰিয়বাদ হ’ল কিহৰ প্ৰকাশ?

(ক)দৰ্প

(খ).ৰহস্যভাৱ

(গ)জন্মান্তৰবাদত

উত্তৰঃ (খ).ৰহস্যভাৱ

১১। অলকানন্দা পুথি খন নলিনীবালা দেৱীয়ে কিমান চনত ৰচানা কৰিছিল?

(ক)১৯৫২

(খ)১৯৬৮

(গ)১৯৬৯

উত্তৰঃ (খ)১৯৬৮

১২। নলিনীবালা দেৱীৰ কিমান চনত মৃত্যু হ’য়?

(ক)১৯৭৭ চনৰ ২৮ ডিচেম্বৰত

(খ)১৯৯৮ চনৰ ১৪ ডিচেম্বৰত

(গ)১৯৭৭ চনত ২৪ ডিচেম্বৰত

উত্তৰঃ (গ)১৯৭৭ চনত ২৪ ডিচেম্বৰত

১৩। নলিনীবালা দেৱীয়ে ৰচনা কবিতা পুথি কেইখন?

(ক)৫ খন

(খ)৬ খন

(গ)৭ খন

উত্তৰঃ (খ)৬ খন

১৪। ‘আমাৰ ভাৰতী আই’ কবিতাটিৰ পৰা কিহৰ প্ৰকাশ পাইছে?

(ক)দেশপ্ৰেমৰ

(খ)ভাতৃত্ববোধৰ

(গ)প্ৰসবিনী

উত্তৰঃ (ক)দেশপ্ৰেমৰ

১৫। তনৰ কোনটো নলিনীবালা দেৱীৰ এটি উল্লেখযোগ্য কবিতা?

(ক)পৰমতৃষ্ণা

(খ)সন্ধিয়াৰ সুৰ

(গ)অলকানন্দা

উত্তৰঃ (ক)পৰমতৃষ্ণা