Class 8 Assamese Sankardev School | Chapter 7 | জন-সাহিত্য | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

জন-সাহিত্য

১। ড° প্ৰফুল্ল দত্ত গোস্বামী এজন কোন আছিল?

(ক)লেখক

(খ)গল্পলেখক

(গ)অধ্যাপনা

উত্তৰঃ (খ)গল্পলেখক

২। পৰম্পৰাগত ৰচনাবিলাক কি?

(ক)জন-সাহিত্য

(খ)মালিতা

(গ)জন

উত্তৰঃ (ক)জন-সাহিত্য

৩। লয় কি?

(ক)কবিতাৰ প্ৰধান লক্ষণ

(খ)জনগাভৰুৰক গীত

(গ)সাধাৰণ লোক

উত্তৰঃ (ক)কবিতাৰ প্ৰধান লক্ষণ

৪। ড° প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

(ক)১৯২১

(খ)১৯৬৬

(গ)১৯৮১

উত্তৰঃ (ক)১৯২১

৫। ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে কিমান চনত বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে?

(ক)১৯৮১

(খ)১৯৬৬

(গ)১৯০৯

উত্তৰঃ (খ)১৯৬৬

৬। পদ্মনাথ গোহাঁই বৰুৱাই লিখা টেটোন তামুলী নাটক খন কিমান চনত ৰচনা কৰিছিল?

(ক)১৯০৯

(খ)১৯৫৭

(গ)১৯৮৩

উত্তৰঃ (ক)১৯০৯

৭। অসমীয়া সমাজত কোনখন সাধুছবি অতি জনপ্ৰিয়?                                                                                                          

(ক)সুন্দৰপুৰ

(খ)টেটোন তামুলি

(গ)শৰাইঘাটৰ যুদ্ধ

উত্তৰঃ (খ)টেটোন তামুলি

৮। তলৰ কোনটো গীত জনশ্ৰুতি মূলক?

(ক)অমাতৰ মাত গীত

(খ)ফুলকোঁৰৰ গীত

(গ)পাটনাদ

উত্তৰঃ (খ)ফুলকোঁৰৰ গীত

৯। “যিবোৰ যোজনাৰ ভৰতীয়া অৰ্থ আচে তাক ফকৰা বোলে” এই কথাষাৰ কোনে কৈছিল?

(ক)ড° প্ৰফুল্ল দত্ত গোস্বামী

(খ)চাই চন্দধৰ বৰুৱা

(গ)মিত্ৰদেৱ মহন্ত

উত্তৰঃ (খ)চাই চন্দধৰ বৰুৱা

১০। দেও-ভূত ৰ অঅসমীয়া অৰ্থ কি?

(ক)অপায়-অমঙ্গত দেৱতা

(খ)পটন্তৰ

(গ)কাজী

উত্তৰঃ (ক)অপায়-অমঙ্গত দেৱতা

১১। ফুলকোঁৱৰৰ গীত অসমীয়াত কি বোলি কোৱা হ’য়?

(ক)বেলাড

(খ)সাতহাল

(গ)ইজিপ্তত

উত্তৰঃ (ক)বেলাড

১২।অসমীয়া সাহিত্যৰ বুৰঞ্জীত _______ৰ ভঁড়াল অতি চহকী?

(ক)জন-সাহিত্য

(খ)ফকৰা

(গ)মালিতা

উত্তৰঃ (ক)জন-সাহিত্য

১৩। জোনালীয়ে ______ৰ সাধু শুনিবলৈ বৰ ভয় খায়?

(ক)পিশাচ

(খ)যখিনী

(গ)দেও-ভূত

উত্তৰঃ (গ)দেও-ভূত

১৪। দেও সমাৰ্থক শব্দ কি?

(ক)ভূত

(খ)দেৱতা

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)ভূত

১৫। আখ্যান ৰ সমাৰ্থক শব্দ কি?

(ক)কাহিনী

(খ)কথাছবি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)কাহিনী