Class 8 Assamese Sankardev School | Chapter 8 | লক্ষ্মীনাথ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

লক্ষ্মীনাথ

১। লক্ষ্মীনাথ কবিতাটি কোনে লিখিছিল?

(ক)লক্ষ্মীনাথ বেজবৰুৱা দেৱে

(খ)অতুল চন্দ্ৰ বেজবৰুৱা দেৱে

(গ)আনন্দ চন্দ্ৰ আগৰৱালা দেৱে

উত্তৰঃ (খ)অতুল চন্দ্ৰ বেজবৰুৱা দেৱে

২। জুনুকা নামৰ শিশু সাহিত্য কবিতাপুথি খন কোনে ৰচনা কৰি থৈ গৈছে?

(ক)লক্ষ্মীনাথ বেজবৰুৱা দেৱে

(খ)অতুল চন্দ্ৰ বেজবৰুৱা দেৱে

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)লক্ষ্মীনাথ বেজবৰুৱা দেৱে

৩। জ্যোতিপ্ৰসাদ আগৰবালাই নিৰ্মান কৰা প্ৰথম কথাছবি খনৰ নাম কি?

(ক)গজপুৰীয়া

(খ)জয়মতী

(গ)বুঢ়ী আইৰ সাধু

উত্তৰঃ (খ)জয়মতী

৪। লক্ষ্মীনাথ বেজবৰুৱাই শিশু সাহিত্য কথাছবি কেইখন ৰচনা কৰিছে?

(ক)৮ খন

(খ)১০ খন

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (গ)ওপৰৰ এটাও নহয়

৫। কবি অতুল চন্দ্ৰ হাজৰিকাৰ ‘লক্ষ্মীনাথ’ এটি কি মূলক কবিতা?

(ক)প্ৰশস্তিমূলক

(খ)ডেকাধনি

(গ)কাহুদী

উত্তৰঃ (ক)প্ৰশস্তিমূলক

৬। সদায় আমি কি হ’য় তাকিব লাগে?

(ক)স্বচ্ছ

(খ)দীপ্তিময়

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (গ)ওপৰৰ গোটেই কেইটা

৭। কবিয়ে কাক নীল আকাশৰ জুনৰ লগত তুলনা কৰিছে?

(ক)জ্যোতিপ্ৰসাদ আগৰৱালাক

(খ)লক্ষ্মীনাথ বেজবৰুৱাক

(গ)আনন্দ চন্দ্ৰ আগৰৱালা

উত্তৰঃ (খ)লক্ষ্মীনাথ বেজবৰুৱাক

৮। “অ মোৰ আপোনাৰ দেশ” কবিতাটি কোনে লিখিছিল?

(ক)অতুল চন্দ্ৰ হাজৰীকাই

(খ)লক্ষ্মীনাথ বেজবৰুৱাই

(গ)জ্যোতিপ্ৰসাদ আগৰৱালাই

উত্তৰঃ (খ)লক্ষ্মীনাথ বেজবৰুৱাই

৯। কোন আমাৰ সমাজত স্বচ্ছ আৰু দীপ্তিময় হৈ থাকিব?

(ক)লক্ষ্মীনাথ বেজবৰুৱা

(খ)জ্যোতিপ্ৰসাদ আগৰৱালা

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক)লক্ষ্মীনাথ বেজবৰুৱা

১০। জয়মতি নাটৰ এটা প্ৰধান চৰিত্ৰ কি?

(ক)ডালিমি

(খ)গদাপাণি

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ)গদাপাণি