Class 9 General Science Book | Chapter 2 | আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে | MCQs Short Question Answer |

Chapter 2

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

1) বিশুদ্ধ পদাৰ্থবোৰত কেইটা উপাদান থাকে?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (ক) এটা

2) বাস্পীভৱন প্ৰক্ৰিয়া হৈছে এটা-

(ক) ৰাসায়নিক প্ৰক্ৰিয়া

(খ) ভৌতিক প্ৰক্ৰিয়া

(গ) বাস্পীভৱন প্ৰক্ৰিয়া

উত্তৰঃ (খ) ভৌতিক প্ৰক্ৰিয়া

3) দ্ৰৱণৰ কেইটা উপাদান থাকে?

(ক) দুটা

(খ) তিনিটা

(গ) এটা

উত্তৰঃ (ক) দুটা

4) বায়ু এবিধ কি পদাৰ্থ?

(ক) জুলীয়া পদাৰ্থ

(খ) গেছীয় পদাৰ্থ

(গ) তৰল পদাৰ্থ

উত্তৰঃ (খ) গেছীয় পদাৰ্থ

5) দ্ৰৱণৰ উপাদান কেইটা কি কি?

(ক) মিশ্ৰণ আৰু প্ৰলম্বন

(খ) দ্ৰাৱক আৰু দ্ৰৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) দ্ৰাৱক আৰু দ্ৰৱ

6) দ্ৰৱণ এটা-

(ক) সমসত্ব মিশ্ৰণ

(খ) অসমসত্ব মিশ্ৰণ

(গ) এটাও নহয়

উত্তৰঃ (ক) সমসত্ব মিশ্ৰণ

7) মৌল শব্দ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্য়ৱহাৰ কৰিছিল?

(ক) ছাৰ আইজাক নিউটন

(খ) ৰ’বাৰ্ট ব’য়েল

(গ) ছাৰ ট’মাচ ৰ’

উত্তৰঃ (খ) ৰ’বাৰ্ট ব’য়েল

8) তলৰ কোনবিধৰ দ্য়ুতি বা চিক্মিকনি আছে?

(ক) প্লাষ্টিকৰ

(খ) চুম্বকৰ

(গ) ধাতুৰ

উত্তৰঃ (গ) ধাতুৰ

9) নিমখ ক’ৰ পৰা পৃথক কৰিব পাৰি?

(ক) পুখুৰীৰ পৰা

(খ) সাগৰৰ পৰা

(গ) মাটিৰ পৰা

উত্তৰঃ (খ) সাগৰৰ পৰা

10) প্ৰলম্বন এবিধ-

(ক) সমসত্ব মিশ্ৰণ

(খ) অক্সিজেনৰ লগত থকা এবিধ মিশ্ৰণ

(গ) অসমসত্ব মিশ্ৰণ

উত্তৰঃ (গ) অসমসত্ব মিশ্ৰণ

11) সাধাৰণ উষ্ণতাত মৌল গেছীয় কেইটা?

(ক) তিনিটা

(খ) দহটা

(গ) এঘাৰতা

উত্তৰঃ (গ) এঘাৰতা

12) তলৰ কোনবোৰ কণিকা ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰি?

(ক) প্ৰলম্বিত কণিকাবোৰে

(খ) বায়ুৰ কণিকাবোৰে

(গ) পানীৰ কণিকাবোৰে

উত্তৰঃ (ক) প্ৰলম্বিত কণিকাবোৰে

13) সৰ্বসাধাৰণ মানুহৰ মতে “বিশুদ্ধ” মানে কি নথকা বস্তু?

(ক) ভিটামিন নথকা বস্তু

(খ) ভেজাল নথকা বস্তু

(গ) আইৰণ নথকা বস্তু

উত্তৰঃ (খ) ভেজাল নথকা বস্তু

14) বাষ্পীভৱন কি প্ৰক্ৰিয়া?

(ক) ৰাসায়নিক প্ৰক্ৰিয়া

(খ) ভৌতিক প্ৰক্ৰিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ভৌতিক প্ৰক্ৰিয়া

15) ছ’ডা পানী তলৰত কি পদাৰ্থৰ মিশ্ৰণ?

(ক) জুলীয়া পদাৰ্থৰ

(খ) গোটা পদাৰ্থৰ

(গ) গেছীয় পদাৰ্থৰ

উত্তৰঃ (গ) গেছীয় পদাৰ্থৰ

16) পোহৰ ৰশ্মি বিচ্ছুৰণ হোৱা ক্ৰিয়াটোক কি বুলি কোৱা হয়?

(ক) টিণ্ডেল ক্ৰিয়া

(খ) প্ৰতিফলন ক্ৰিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) টিণ্ডেল ক্ৰিয়া

17) সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌলৰ দুবিধৰ নাম কি কি?

(ক) টিণ্ডেল আৰু বিচ্ছুৰণ

(খ) মাৰকিউৰি আৰু ব্ৰ’মিণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মাৰকিউৰি আৰু ব্ৰ’মিণ

18) তলৰ কোন দুবিধ তৰল পদাৰ্থ?

(ক) বৰফ আৰু আইস্ক্ৰীম

(খ) এটাও শুদ্ধ নহয়

(গ) পানী

উত্তৰঃ (খ) এটাও শুদ্ধ নহয়

19) দহন এবিধ-

(ক) ৰাসায়নিক পৰিবৰ্তন

(খ) ভৌতিক পৰিবৰ্তন

(গ) মৌলিক পৰিবৰ্তন

উত্তৰঃ (খ) ভৌতিক পৰিবৰ্তন

20) বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি আন গেছবিলাক কি কৰিব লাগিব?

(ক) আনবিলাক গেছ একেলগ কৰি ল’ব লাগিব

(খ) আনবিলাক গেছ পৃথক কৰিব লাগিব

(গ) আনবিলাক গেছ আঁতৰাই দিব লাগিব

উত্তৰঃ (খ) আনবিলাক গেছ পৃথক কৰিব লাগিব