Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 1 | তিৱাসকল | MCQs Short Question Answer |

Chapter 1

তিৱাসকল

1) তিৱাসকল প্ৰাচীন কালৰে পৰা ক’ত বাস কৰি আহিছে ?

ক) চীনত

খ)  অসমত

গ) মৰিগাঁওত

উত্তৰঃ খ)  অসমত

2) বৰ্তমান তিৱাসকলক কেইটা ভাগত বিভক্ত কৰা হৈছে ?

ক) ৩ টা ভাগত

খ) ২ টা ভাগত

গ)  ৪ টা ভাগত

উত্তৰঃ খ) ২ টা ভাগত

3) অসমৰ প্ৰথমটো বিদ্ৰোহ ‘ফুলগুৰি ধেঁৱা’ৰ  জন্ম আৰু নেতৃত্ব কোনে দিছিল ?
ক) কাৰ্বিসকলে
খ) কলিতাসকলে
গ)  তিৱাসকলে
উত্তৰঃ গ)  তিৱাসকলে


4)  প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ-পাৰ্বণত তেওঁলোকে কাক দেৱতা বুলি   পূজা কৰে ?
ক) পূৰ্বপুৰুষসকলক
খ) মহিলাসকলক
গ)  ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ ক) পূৰ্বপুৰুষসকলক


5) তিৱাসকলৰ ৱা মেছাম্ মানে কি ?
ক)  কুকুৰাৰ মাংস
খ)  ছাগলী মাংস
গ)  গাহৰিৰ মাঙহ
উত্তৰঃ গ)  গাহৰিৰ মাঙহ


6) ইন্দ্ৰচিং দেউৰীৰ জন্ম কিমান চনত হৈছিল ?
ক) ১৯৩১ চনত
খ) ১৯৩২ চনত
গ)  ১৯৪৯ চনত
উত্তৰঃ খ) ১৯৩২ চনত


7) ‘অ’ তিৱা, অ’ তিৱা ছেৰাণ চাৱা’ নামে গীতটি কোনে ৰচনা কৰিছিল ?
ক) বলাইৰাম সেনাপতিৰ
খ) ইন্দ্ৰচিং দেউৰীৰ
গ)  পদ্মকান্ত কাকতিৰ
উত্তৰঃ খ) ইন্দ্ৰচিং দেউৰীৰ


8) তিৱাসকলৰ প্ৰিয় খাদ্য় কি ?
ক)  টু মেছাম্ আৰু ৱা মেছাম্
খ)  ছাগলী মাংস
গ)  হাহঁ মাংস
উত্তৰঃ ক)  টু মেছাম্ আৰু ৱা মেছাম্


9) খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত কি বুলি কোৱা হয় ?
ক) লৰ বুলি কোৱা হয়
খ) জেলা বুলি কোৱা হয়
গ)  ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ খ) জেলা বুলি কোৱা হয়


10) বলাইৰাম সেনাপতি কিমান চনত সম্বৰণ কৰে ?
ক) ২০১৪ চনৰ ১১ মে’ত
খ) ২০১০ চনত
গ) ১৯৯১ চনত
উত্তৰঃ ক) ২০১৪ চনৰ ১১ মে’ত