Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 13 | আদিবাসীসকল | MCQs Short Question Answer |

Chapter 13

আদিবাসীসকল

১। অসমত প্ৰায় কিমানখন চাহ বাগিছা আছে?

ক) ৮৪৬ খন

খ) ৮৫৫ খন

গ) ৮৮৫ খন

উত্তৰঃ গ) ৮৮৫ খন

২। কিমানটা জাতিৰ লোকসকলে এই গোষ্ঠীৰ ভিতৰত পৰিছিল?
ক) ৩ টা 
খ) ৭ টা 
গ)  ১০ টা 
উত্তৰঃ ৩ টা 


৩। ভাৰতৰ স্বাধীনতা সংগ্ৰাম কিমান চনত হয়?
ক) ১৯১৬ চনত 
খ) ১৯২৪ চনত
গ)  ১৯৪৫ চনত
উত্তৰঃ ১৯১৬ চনত 


৪। জাষ্টিন লাক্ৰাৰ জন্ম কিমান চনত হয়?
ক) ১৯৭০ চনত
খ) ১৯৫৬ চনত 
গ) ১৯৪৩ চনত 
উত্তৰঃ ১৯৭০ চনত 


৫। কিমান চনত জাষ্টিন লাক্ৰাৰ মূত্য়ু হয়?

ক) ২০২০ চনত 
খ)  ২০১৫ চনত 
গ) ২০১০ চনত 
উত্তৰঃ ২০১৫ চনত