Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 4 | বড়োসকল | MCQs Short Question Answer |

Chapter 4

বড়োসকল

১) ছাৰ এডৱাৰ্ড গেইটৰ মতে বড়োসকলৰ বৃহৎ ৰাজ্য় ক’ত আছিল ?

ক) চীনত

খ) অসম তথা উত্তৰ-পশ্চিম বঙ্গত

গ) ৰাজস্থানত

উত্তৰঃ খ) অসম তথা উত্তৰ-পশ্চিম বঙ্গত


২) পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ প্ৰধান ঠাল কেইটা ?

ক) দুটা

খ) তিনিটা

গ) চাৰিটা

উত্তৰঃ ক) দুটা


৩) তিব্বত বৰ্মীয় বৃহৎ ভাষাটো কি ?

ক) অসমীয়া ভাষা

খ) ডিমাছা ভাষা

গ) বড়ো-নাগা ভাষা

উত্তৰঃ গ) বড়ো-নাগা ভাষা


৪) কিমান চনৰ পৰা বড়ো ভাষাই অসমৰ ৰাজ্য়িক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ?ক) ১৯৭৭ চনত

খ) ১৯৬৮ চনত

গ) ১৯৮৪ চনত

উত্তৰঃ গ) ১৯৮৪ চনত

৫) বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি ?

ক) ফৈমাল মিজিংক

খ) বড়ো ফিছা ও আইন

গ) বড়োলেণ্ড ইংখং

উত্তৰঃ খ) বড়ো ফিছা ও আইন

৬) বড়োসকলৰ প্ৰধান গীতসমূহ কেইটা ভাগত ভগোৱা হৈছে ?

ক) তিনিটা ভাগত

খ) সাতটা ভাগত

গ) পাচঁটা ভাগত

উত্তৰঃ ক) তিনিটা ভাগত

৭) কিমান চনত বড়োলেণ্ডৰ স্বায়ত্ব শাসিত পৰিষদখন গঠন কৰা হয় ?

ক) ২০০৩ চনত

গ) ১৯৫৫ চনত

গ) ১৯৯৩ চনত

উত্তৰঃ গ) ১৯৯৩ চনত

৮) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ কিমান চনত জন্ম হৈছিল ?

ক) ১৯২৯ চনত

খ) ১৯২৬ চনত

গ) ১৯৪৯ চনত

উত্তৰঃ খ) ১৯২৬ চনত

৯) শোভা ব্ৰহ্মৰ পিতৃ-মাতৃৰ নাম কি ?

ক) হৰিচৰণ ব্ৰহ্ম আৰু দেৱশ্ৰী ব্ৰহ্ম

খ) তাৰামণি ব্ৰহ্ম আৰু সোনটি ব্ৰহ্ম

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) হৰিচৰণ ব্ৰহ্ম আৰু দেৱশ্ৰী ব্ৰহ্ম

১০) বিনেশ্বৰ ব্ৰহ্মই কেইটা কাৰ্যকালৰ বাবে বড়ো সাহিত্য় সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ?

ক) এটা কাৰ্যকালৰ বাবে

খ) তিনিটা কাৰ্যকালৰ বাবে

গ) দুটা কাৰ্যকালৰ বাবে 

উত্তৰঃ গ) দুটা কাৰ্যকালৰ বাবে