Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 5 | মটকসকল | MCQs Short Question Answer |

Chapter 5

মটকসকল

১) ‘মটক’ শব্দটি কি ভাষাৰ শব্দ ?

ক) ৰাভা ভাষাৰ

খ) টাই ভাষাৰ

গ) চুতীয়া ভাষাৰ

উত্তৰঃ খ) টাই ভাষাৰ

২) চাইলুং চুকাফাই মটকসকলক প্ৰথম ক’ত লগ পাইছিল ?
ক) পাহাৰীয়া অঞ্চলত
খ) যোৰহাটত
গ)  টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া

উত্তৰঃ গ)  টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া