Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 6 | মৰাণসকল | MCQs Short Question Answer |

Chapter 6

মৰাণসকল

১। মৰাণসকল অসম তথা কিহৰ আদিম অদিবাসী ?

(ক) উত্তৰ-পূৰ্বাঞ্চলৰ

(খ) দক্ষিণ-পূৰ্বাঞ্চলৰ

(গ) পশ্চিম-পূৰ্বাঞ্চলৰ

উত্তৰঃ (ক) উত্তৰ-পূৰ্বাঞ্চলৰ

২। মৰাণসকলৰ দিনতে অসমত কি কি যুগ চলি আছিল ?

(ক) তাম্ৰ যুগ, ব্ৰোঞ্জ যুগ

(খ) ব্ৰোঞ্জ যুগ, লৌহ যুগ

(গ) ইয়াত এটাও নহয়

উত্তৰঃ (গ) ইয়াত এটাও নহয়

৩। মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পৰ্কত কিবোৰ লোক একমত ?

(ক) পণ্ডিতলোক সকল

(খ) সকলো লোক

(গ) মূৰ্খ লোক সমূহ

উত্তৰঃ (ক) পণ্ডিতলোক সকল

৪। মুঠ কেইখন জিলাত মৰাণৰ সেৰেঙা  বসতি দেখা ?

(ক) সাতখন

(খ) পাঁচখন

(গ) চাৰিখন

উত্তৰঃ (গ) চাৰিখন

৫। মৰাণসকলে বনাঞ্চলত কি পাতি বসবাস কৰি আহিছে ?

(ক) নগৰ

(খ) জিলা

(গ) গাওঁ

উত্তৰঃ (গ) গাওঁ

৬। উজনিৰ কছাৰীসকলৰ জনপ্ৰবাদৰ মতে কছাৰীসকলৰ কিমানটা বংশ আছিল ?

(ক) ছয়টা

(খ) বাৰটা

(গ) সোতৰটা

উত্তৰঃ (খ) বাৰটা

৭। আজিকালি মৰাণসকলৰ লগতে অন্য়ান্য় সকলকো একেলগে কি বুলি কোৱা হয় ?

(ক) লালুংমূলীয় লোক

(খ) দেউৰীমূলীয় লোক

(গ) ইয়াৰ এটাও নহয়

উত্তৰঃ (গ) ইয়াৰ এটাও নহয়

৮। বড়োমূলৰ আন কিমানটা ফৈদ কিতাপত দিয়া আছে ?

(ক) সাতটা

(খ) পাঁচটা

(গ) দুটা

উত্তৰঃ (গ) দুটা

৯। মৰাণ ভাষাত দি শব্দৰ অৰ্থ কি ?

(ক) মাটি

(খ) ভৰি

(গ) পানী

উত্তৰঃ (গ) পানী

১০। মোহন শইকীয়াই কেইজনমান শিক্ষিত ব্য়ক্তিক লগত লৈ ‘অসম মৰাণ সভা’ কিমান চনত গঠন কৰা হয় ?

(ক) ১৯৫৪ চনত

(খ) ১৯৮৪ চনত

(গ) ১৯৬৫ চনত

উত্তৰঃ (গ) ১৯৬৫ চনত