Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 8 | মণিপুৰীসকল | MCQs Short Question Answer |

Chapter 8

মণিপুৰীসকল

১। কিমান খ্ৰীষ্টাব্দত মান সেনাই মণিপুৰ ৰাজ্য় আক্ৰমণ কৰে?
ক) ১৮৯২
খ) ১৯২৮
গ)  ১৮১৯
উত্তৰঃ গ)  ১৮১৯

২। লোন শব্দৰ অৰ্থ কি?
ক) মাটি
খ) পানী
গ) ইয়াৰ এটাও নহয়
উত্তৰঃ গ) ইয়াৰ এটাও নহয়

৩। কিমান চনত মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হয়?
ক) ১৯৫৪ চনত
খ) ১৯৭৫ চনত
গ)  ১৯৯২ চনত
উত্তৰঃ গ)  ১৯৯২ চনত

৪। মণিপুৰীসকলে কিমান চনত বসতিপ্ৰধান অঞ্চলত হাইস্কুলৰ পৰ্যায় কৰিছিল?
ক) ১৯৫৪ চনত

খ) ১৯৭৪ চনত

গ) ১৯৮৪ চনত

উত্তৰঃ গ) ১৯৮৪ চনত

৫। কিমান চনত হিন্দু উপাখ্য়ানৰ কাহিনীৰ নাটক ৰচনা কৰা হয়?

ক) ১৯১৯

খ) ১৯১৮

গ) ১৯১৭

উত্তৰঃ খ) ১৯১৮

৬। ১৯৩০ চনৰ পৰা ১৯৪০ চনলৈকে মুঠ কিমান খন গ্ৰন্থ ৰচনা কৰা হয়?

ক) ১৯ খন

খ) ২২ খন

গ) ২৫ খন

উত্তৰঃ ক) ১৯ খন

৭। নৃত্য়গুৰু কে. যতীন্দ্ৰ সিংহ কিমান চনত বৃত্তি পাই বিশ্বভাৰতী শান্তিনিকেতনলৈ নৃত্য়শিক্ষা বাবে যায়?

ক) ১৯৭৪ চনত

খ) ১৯৬৫ চনত

গ) ১৯৫৩ চনত

উত্তৰঃ খ) ১৯৬৫ চনত

৮। নৃত্য়গুৰু কে. যতীন্দ্ৰ সিংহৰ জন্ম কিমান চনত হয়?

ক) ১৯৪৩ চনত

খ) ১৯৮৭ চনত

গ) ১৯৭৬ চনত

উত্তৰঃ ক) ১৯৪৩ চনত

৯। সমাজসসেৱিকা সৰস্বতী সিংহাৰ জন্ম কিমান চনত হয়?

ক) ১৯৫৮

খ) ১৯৮৩

গ) ১৯৭২

উত্তৰঃ ক) ১৯৫৮

১০। উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্য়ালয়ৰ অধীনত বুৰঞ্জীত অনাৰ্চসহ কি পাছ কৰে?

ক) এ.ম. পাছ কৰে

খ) বি.এ. পাছ কৰে

গ) ইয়াৰ এটাও নহয়

উত্তৰঃ খ) বি.এ. পাছ কৰে