Class 10 বৈচিত্ৰ্যময় অসম SEBA | Chapter 9 | ৰাভাসকল | MCQs Short Question Answer |

Chapter 9

ৰাভাসকল

১। Linguistics Survey of India ৰ মতে ফুলবাৰী কিমান চনত প্ৰকাশিত হৈছিল?

ক) ১৯০৩

খ) ১৯৩২

খ) ১৯৮৩

উত্তৰঃ ক) ১৯০৩

২। কিমান চনত ৰাভা ভাষাৰ পষেকীয়া বাতৰি কাকত ‘চিঙি খুৰাং’ প্ৰকাশ পায়?
ক) ২০০৩

খ) ২০০৪

গ) ২০০৫

উত্তৰঃ গ) ২০০৫

৩। ৰাভাসকল নিজস্ব কিহত চহকী?

ক) ভাষা

খ) কলা-সংস্কৃতি

গ) ইয়ৰ এটাও নহয়

উত্তৰঃ খ) কলা-সংস্কৃতি

৪। কিমান চনত ৰিপন কলেজত বি.এছ.চি. শ্ৰেণীত নাম লগাই পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ পঢ়ে?

ক) ১৯৩০

খ) ১৯৪০

গ) ১৯৫০

উত্তৰঃ ক) ১৯৩০

৫। কিমান চনত তেওঁৰ ছাত্ৰ জীৱনৰ অন্ত পৰিল?

ক) ১৯৩১

খ) ১৯৩২

গ) ১৯৩৩

উত্তৰঃ ক) ১৯৩১

৬। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নীৰ মৃত্য়ু কিমান চনত হয়?

ক) ১৯৭৬

খ) ১৯৪৫

গ) ১৯৩৭

উত্তৰঃ গ) ১৯৩৭

৭। বিষ্ণু ৰাভাই কিমান চনত নৃত্য় পৰিবেশন কৰা?

ক) ১৯৩১

খ) ১৯৩৭

গ) ১৯৩৯

উত্তৰঃ গ) ১৯৩৯

৮। ৰাভাদেৱে কিমান চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়?

ক) ১৯৭৯

খ) ১৯৬৭

গ) ১৯৫৫

উত্তৰঃ খ) ১৯৬৭

৯। ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম কিমান চনত হয়?

ক) ১৯৩১ চনত

খ) ১৯৩২ চনত

গ) ১৯৩৩ চনত

উত্তৰঃ খ) ১৯৩২ চনত

১০। ৰাজেন ৰাভায়ে কিমান চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰো বঁটা লাভ কৰে?

ক) ১৯৪৬ চনত

খ) ১৯৬৫ চনত

গ) ১৯৭৪ চনত

উত্তৰঃ ক) ১৯৪৬ চনত