Class 10 Assamese Chapter 10 | অৰুণিমা সিন্হাৃ | MCQs Short Question Answer SEBA School |

Chapter 10

অৰুণিমা সিন্হাৃ

1) ৰে’লগাড়ীত ডকাইত কৰোঁতে অৰুনিমা সিন্হাৰ বয়স কিমান আছিল?

(ক) ২২ বছৰ

(খ) ২৪ বছৰ

(গ) ২৬ বছৰ

উত্তৰঃ (গ) ২৬ বছৰ

2) ৰেলগাড়ীখন কৰ পৰা ক’লৈ গৈ আছিল?
(ক) লক্ষ্মৌৰ পৰা দিল্লীলৈ
(খ) গুজৰাটৰ পৰা পাকিস্তানলৈ
(গ) গুৱাহাটীৰ পৰা মিজোৰামলৈ
উত্তৰঃ (ক) লক্ষ্মৌৰ পৰা দিল্লীলৈ

3) অৰুণিনা সিন্হা কি খেলুৱৈ আছিল?
(ক) ফুটবল
(খ) হকী
(গ) ভলীবল
উত্তৰঃ (গ) ভলীবল

4)  অৰুণিমা সিন্হা ঘৰ ক’ত?
(ক) পশ্চিমবংগত
(খ) দক্ষিণ আফ্ৰিকাত
(গ) উত্তৰ প্ৰদেশত
উত্তৰঃ (গ) উত্তৰ প্ৰদেশত

5)  ঘটনাটো কিমান চনত হৈছিল?
(ক) ২০১০ চনত
(খ) ২০০৯ চনত
(গ) ২০১১ চনত
উত্তৰঃ (গ) ২০১১ চনত

6)  অৰুণিমা সিন্হা কিমান ঘণ্টা ৰে’লআলিৰ কাষত পৰি আছিল?
(ক) দুই ঘণ্টা
(খ) সাত ঘণ্টা
(গ) পাঁচ ঘণ্টা
উত্তৰঃ  (খ) সাত ঘণ্টা

7)  অৰুণিমা সিন্হা ৰে’লআলিৰ কাষত পৰা থাকোতে কিমান খন ৰে’লগাড়ী কাষেৰে পৰা হৈ গৈছিল ?
(ক) চল্লিশখন
(খ) পঞ্চচল্লিশখন
(গ) ঊণচল্লিশখন
উত্তৰঃ (গ) ঊণচল্লিশখন

8) প্ৰথমতে অৰুণিমা সিন্হাক কোন হস্পিতালত চিকিৎসাৰ ব্যৱস্থা কৰিছিল?
(ক) দিল্লীৰ অল ইণ্ডীয়া ইন্সটিটিউট অব্ মেডিকেল চায়েন্সত
(খ) বাৰেলী হস্পিতালত
(গ) আয়ুৰচন্দ্ৰা হস্পিতালত
উত্তৰঃ (খ) বাৰেলী হস্পিতালত

9)  কিমান মাহৰ পাছত তেওঁ হস্পিতালৰ পৰা ওলাই গৈছিল?
(ক) তিনি মাহৰ পাছত
(খ) পাঁচ মাহৰ পাছত
(গ) চাৰি মাহৰ পাছত
উত্তৰঃ (গ) চাৰি মাহৰ পাছত

10)  অৰুণিমা সিন্হাই কি সপোন দেখিছিল?
(ক) আকৌ ভলীবল খেলাৰ
(খ) এভাৰেষ্ট বিজয়ৰ
(গ) নতুনকৈ জীৱন গহাৰ
উত্তৰঃ (খ) এভাৰেষ্ট বিজয়ৰ

11)  অৰুণিমা সিন্হাই মাউণ্ট চামছেৰ কাংৰিৰ কিমান ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল?
(ক) ২১,৫০৮ ফুট
(খ) ২১, ৩০৮ ফুট
(গ) ২১,১০৮  ফুট
উত্তৰঃ (গ) ২১,১০৮  ফুট

12)  চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ যোৱা উচ্চতা কিমান আছিল?
(ক) ২১,৭৯৮ ফুট
(খ) ২১,৯৭৮ ফুট
(গ) ২১,৮৫৬ ফুট
উত্তৰঃ (ক) ২১,৭৯৮ ফুট

13)  যুৱৰাজ সিঙে কি ৰোগত আক্ৰান্ত আছিল?
(ক) কলেৰা ৰোগত
(খ) কৰ্কট ৰোগত
(গ) কৰোণা ৰোগত
উত্তৰঃ (খ) কৰ্কট ৰোগত

14)  মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান?
(ক) ৮৫৪৮ মিটাৰ
(খ) ৮৮৪৫ মিটাৰ
(গ) ৮৮৪৮ মিটাৰ
উত্তৰঃ (গ) ৮৮৪৮ মিটাৰ

15)  অৰুণিমা সিন্হাই মাউণ্ট এভাৰেষ্টত কিমান সময় আছিল?
(ক) প্ৰায় ডেৰ ঘণ্টাকাল
(খ) প্ৰায় দু ঘণ্টাকাল
(গ) প্ৰায় এক ঘণ্টাকাল
উত্তৰঃ (ক) প্ৰায় ডেৰ ঘণ্টাকাল

16)  অৰুণিমা সিন্হা কিমান চনৰ কিমান তাৰিখে মাউণ্ট এভাৰেষ্ট পদাৰ্পণ কৰিবলৈ সক্ষম হৈছিল?
(ক) ২১জোন, ২০১৫
(খ) ২১ মে’, ২০১৩
(গ) ২১ মে’, ২০১৪
উত্তৰঃ (খ) ২১ মে’, ২০১৩

17)  কিমান চনত অৰুণিমা সিন্হাই ডঃ এ পি জে আব্দুল কালামৰ পৰা ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড’ লাভ কৰে?
(ক) ২০১৩ চনত
(খ) ২০১৪ চনত
(গ) ২০১৫ চনত
উত্তৰঃ (খ) ২০১৪ চনত

18)  ড° জয়শ্ৰী গোস্বামী মহন্ত কিমান চনত জন্ম হৈছিল?
(ক) ১৯৪০ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৬০ চনত
উত্তৰঃ (গ) ১৯৬০ চনত

19) ড° জয়শ্ৰী গোস্বামী মহন্তই কিমান চনৰ পৰা কিমান চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল?
(ক) ১৯৯৮ চনৰ পৰা ২০০০ চনলৈ
(খ) ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ
(গ) ১৯৯৫ চনৰ পৰা ২০০০ চনলৈ
উত্তৰঃ (খ) ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ

20)  স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে কিমান চনত অৰুণিমা সিন্হাক ‘পদ্মশ্ৰী’ সন্মানেৰে বিভুষিত কৰে?
(ক) ২০১৩ চনত
(খ) ২০১৪ চনত
(গ) ২০১৫ চনত
উত্তৰঃ (গ) ২০১৫ চনত