Class 10 Assamese Chapter 14 | ধৰ ঝাডু ধৰ ভাই | MCQs Short Question Answer SEBA School

Chapter 14

ধৰ ঝাডু ধৰ ভাই

1)  অম্বিকাগিৰী ৰায়চৌধৰীক কি আখ্যা দিয়া হৈছিল?

(ক) বিহগী কবি

(খ) অসম কেশৰী

(গ) গল্পসম্ৰাট

উত্তৰঃ (খ) অসম কেশৰী

2)  অম্বিকাগিৰী ৰায়চৌধৰীক কিমান চনত জন্ম হৈছিল?
(ক) ১৮৮৫ চনত
(খ) ১৮৯০ চনত
(গ) ১৯০০ চনত
উত্তৰঃ (ক) ১৮৮৫ চনত

3) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাডু ধৰিবলৈ কৈছে?
(ক) ধূত বেশেৰে
(খ) মহত্বৰ বেশেৰে
(গ) বীৰ বেশেৰে
উত্তৰঃ (গ) বীৰ বেশেৰে

4)  সাতাম পুৰুষীয়া চোতাল-ঘৰ কিহৰ আছিল?
(ক) সোণৰ
(খ) ৰূপৰ
(গ) মাটিৰ
উত্তৰঃ (ক) সোণৰ

5) কবিয়ে কাৰ ঝাডুদাৰ হ’বলৈ কৈছে?
(ক) বংশৰ
(খ) জাতিৰ
(গ) দেশৰ
উত্তৰঃ (খ) জাতিৰ

6)  কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল?
(ক) মাটিৰে
(খ) বোকাৰে
(গ) কাজল ছাইৰে
উত্তৰঃ (গ) কাজল ছাইৰে

7)  অম্বিকাগিৰী ৰায়চৌধাৰী  কিমান চনত অসম সাহিত্য সভাৰ মাৰ্ঘোৰিটা অধিৱেশনৰ সভাপতি আছিল ?
(ক) ১৯৬০ চনত
(খ) ১৯৭০ চনত
(গ) ১৯৫০ চনত
উত্তৰঃ (গ) ১৯৫০ চনত

8)  কিমান চনত ৰায়চৌধাৰীদেৱক সশ্ৰম কাৰাদণ্ড বিহা দিছিল ?
(ক) ১৯১৫ চনত
(খ) ১৯২১ চনত
(গ) ১৯১৭ চনত
উত্তৰঃ (খ) ১৯২১ চনত

9) অম্বিকাগিৰী ৰায়চৌধাৰীদেৱৰ এখন ৰচনাৰ নাম লিখা
(ক) বীণা
(খ) বাঁহী
(গ) নৱমল্লিকা
উত্তৰঃ (ক) বীণা

10) কাজল-ছাই শব্দৰ অৰ্থ কি?
(ক) খিয়লা-খিয়লি
(খ) কলংক
(গ) সকলো ঠাইতে
উত্তৰঃ (খ) কলংক

11)  সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
(ক) বালিয়ে
(খ) যুগ যুগৰ ভূঁহুৰ
(গ) সোণেৰে
উত্তৰঃ (খ) যুগ যুগৰ ভূঁহুৰ

12)  বীৰ শব্দৰ বিপৰীত অৰ্থ কি?
(ক) বলবান
(খ) ধূত
(গ) কাপুৰুষ
উত্তৰঃ (গ) কাপুৰুষ

13)  কিমান চনত অম্বিকাগিৰী ৰায়চৌধাৰীৰ মৃত্যু হয়?
(ক) ১৯৬৭চনত
(খ) ১৯৬৫ চনত
(গ) ১৯৭০ চনত
উত্তৰঃ (ক) ১৯৬৭চনত

14)  জেলত অম্বিকাগিৰী ৰায়চৌধাৰীদেৱক কি কাম দিয়া হৈছিল ?
(ক) ঘৰ চাফা কৰা
(খ) পাযখানা সাৰি চাফা কৰা
(গ) খিল কটা

উত্তৰঃ (খ) পাযখানা সাৰি চাফা কৰা

15)  ক’ত থাকোতে কবিয়ে এই ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটো লিখিছিল?
(ক) জেলত থাকোতে
(খ) ঘৰত থাকোতে
(গ) মোমায়েকৰ ঘৰত থাকোতে
উত্তৰঃ (ক) জেলত থাকোতে

16)  অম্বিকাগিৰী ৰায়চৌধাৰীৰ পিতৃৰ নাম কি?
(ক) কৃষ্ণৰাম ৰায়চৌধাৰী
(খ) গোপীনাথ ৰায়চৌধাৰী
(গ) দেৱ ৰায়চৌধাৰী
উত্তৰঃ (ক) কৃষ্ণৰাম ৰায়চৌধাৰী

17) চুকে-কোণে শব্দৰ অৰ্থ কি?
(ক) অধীনত থকা
(খ) সকলো ঠাইতে
(গ) সুপ্ৰাচীন
উত্তৰঃ (খ) সকলো ঠাইতে

18)  ঘৃণা শব্দৰ বিপৰীত শব্দ কি?
(ক) লাজ
(খ) প্ৰেম
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) প্ৰেম

19)  অম্বিকাগিৰী ৰায়চৌধাৰী ক’ত জন্ম হৈছিল?
(ক) গোলাঘাটত
(খ) বৰদোৱাত
(গ) বৰপেটাত
উত্তৰঃ (গ) বৰপেটাত

20)  অম্বিকাগিৰী ৰায়চৌধাৰীৰ ক’ত মৃত্যু হয়?
(ক) নলবাৰীত
(খ) গুৱাহাটীত
(গ) বৰপেটাত

উত্তৰঃ (খ) গুৱাহাটীত