Class 10 Assamese Chapter 16 | প্ৰাচীন ভাৰতীয় শিক্ষা | MCQs Short Question Answer SEBA School

Chapter 16

প্ৰাচীন ভাৰতীয় শিক্ষা

1)  মানুহৰ পুৰুষাৰ্থক কেইটা ভাগত ভাগ কৰিছিল?

(ক) তিনিটা

(খ) চাৰিটা   

 (গ) পাছটা

উত্তৰঃ (খ) চাৰিটা

2)  প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ কবি কোন?
(ক) হেমচন্দ্ৰ গোস্বামী
(খ) শীভট্টদেৱ
(গ) অম্বিকাগিৰী ৰায়চৌধুৰী
উত্তৰঃ (ক) হেমচন্দ্ৰ গোস্বামী

3)  হেমচন্দ্ৰ গোস্বামীদেৱৰ পিতৃৰ নাম কি আছিল?
(ক) ত্ৰৈলোক্য নাথ গোস্বামী
(খ) ডম্বৰুধৰ গোস্বামী
(গ) সিদ্ধেশ্বৰ গোস্বামী
উত্তৰঃ (খ) ডম্বৰুধৰ গোস্বামী

4)  শ্ৰীধান্যকটক বিশ্ববিদ্যালয় কোনখন নগৰৰ ওচৰত আছিল?
(ক) অম্ৰাৱতী নগৰ
(খ) প্ৰাৰ্গ জ্যোতিষ পুৰ
(গ) ইয়াৰ ভিতৰত এটও নহয়
উত্তৰঃ (ক) অম্ৰাৱতী নগৰ

5)  হেমচন্দ্ৰ গোস্বামীদেৱৰ কিমান চনত মৃত্যু হয়?
(ক) ১৯৬৭ চনত
(খ) ১৮৫৭ চনত
(গ) ১৯২৮ চনত
উত্তৰঃ (গ) ১৯২৮ চনত

6) বুদ্ধদেৱৰ চিকিৎসক কোন আছিল?
(ক) জীৱক
(খ) চাণক্য
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) জীৱক

7)  কিমান চনত হেমচন্দ্ৰ গোস্বামী জন্ম হৈছিল?
(ক) ১৮৬৭ চনত
(খ) ১৯১৮ চনত
(গ) ১৮৭২ চনত
উত্তৰঃ (গ) ১৮৭২ চনত

8)  হেমচন্দ্ৰ গোস্বামীদেৱে কোনখন সভাৰ সভাপতি হৈছিল
(ক) অসম সাহিত্য সভাৰ
(খ) শংকসংঘ অধিবেশন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) অসম সাহিত্য সভাৰ

9)  নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ ছাত্ৰসংখ্যা কিমান আছিল?
(ক) তিৰিছ হাজাৰ
(খ) দুই হাজাৰ
(গ) দহ হাজাৰ
উত্তৰঃ (গ) দহ হাজাৰ

10)  জীৱক কাৰ ছাত্ৰ আছিল?
(ক) অত্ৰেয় মুনিৰ
(খ) চাণ্যক
(গ) পাণিনি
উত্তৰঃ (ক) অত্ৰেয় মুনিৰ

11)  জীৱক কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল?
(ক) শ্ৰীধান্যকটক বিশ্ববিদ্যালয়
(খ) তক্ষশীলা বিশ্ববিদ্যালয়
(গ) নালন্দা বিশ্ববিদ্যালয়
উত্তৰঃ (খ) তক্ষশীলা বিশ্ববিদ্যালয়

12)  প্ৰাচীন ভাৰতত কেইখন বিশ্ববিদ্যালয় আছিল?
(ক) পাছখন
(খ) ছয়খন
(গ) আঠখন
উত্তৰঃ (খ) ছয়খন

13)  আৰ্য-শিক্ষাৰ মূলমন্ত্ৰ কি?
(ক) ধৰ্ম
(খ) মোক্ষ লাভ
(গ) অৰ্থ অৰ্জন
উত্তৰঃ (খ) মোক্ষ লাভ

14)  প্ৰত্যেক মানুহৰ কেইবিধ পুৰুষাৰ্থ থাকে?
(ক) পাছ
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (গ) চাৰি

15)  তক্ষশীলা বিশ্ববিদ্যালয়ত কেইবিধ শিক্ষা দিয়া হৈছিল?
(ক) চাৰি বিধ
(খ) তিনি বিধ
(গ) ওঠৰ বিধ
উত্তৰঃ (গ) ওঠৰ বিধ

16)  প্ৰথম অসমীয়া ছনেট কোনটো?
(ক) প্ৰিয়তমাৰ চিঠি
(খ) বনফুল
(গ) মৃত্যুঞ্জয়
উত্তৰঃ (ক) প্ৰিয়তমাৰ চিঠি

17)  তক্ষশীলা বিশ্ববিদ্যালয় কিমান খ্ৰষ্টপূৰ্ব আগলৈকে আছিল?
(ক) দুই শতিকাৰ আগলৈকে
(খ) এক শতিকাৰ আগলৈকে
(গ) পাছ শতিকাৰ আগলৈকে
উত্তৰঃ (খ) এক শতিকাৰ আগলৈকে

18) ধৰ্মপাল ৰজাই কিমান শতাব্দীত ৰাজত্ব কৰিছিল?
(ক) খ্ৰীষ্টীয় ৮ম শতাব্দীত
(খ) খ্ৰীষ্টীয় ৭ম শতাব্দীত
(গ) খ্ৰীষ্টীয় ২য় শতাব্দীত
উত্তৰঃ (ক) খ্ৰীষ্টীয় ৮ম শতাব্দীত

19) বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ আন এটা নাম কি?
(ক) উদান্তপুৰ বিশ্ববিদ্যালয়
(খ) নালান্দা বিশ্ববিদ্যালয়
(গ) দেৱবিহাৰ বিশ্ববিদ্যালয়
উত্তৰঃ  (গ) দেৱবিহাৰ বিশ্ববিদ্যালয়

20)  বিক্ৰমশীলা বিশ্ববিদ্যালয় কিমান বছৰৰ পাছত নষ্ট হয়?
(ক) ৪০০ বছৰ
(খ) ২০০ বছৰ
(গ) ৫০ বছৰ
উত্তৰঃ (ক) ৪০০ বছৰ