Class 10 General Science Chapter 14 | শক্তিৰ উৎসসমূহ | MCQs Short Question Answer SEBA School |

Chapter 14

শক্তিৰ উৎসসমূহ

১। বিদ্যুৎ উৎপাদনৰ মুখ্য ইন্ধন কি?

(ক) অজীৱাশ্মজাত ইন্ধন

(খ) জীৱিয় ইন্ধন

(গ) জীৱাশ্মজাত ইন্ধন

উত্তৰঃ (গ) জীৱাশ্মজাত ইন্ধন

২। পুৰণি কালত কাঠখৰি কাৰ আটাইতকৈ প্ৰচলিত উৎস?২। পুৰণি কালত কাঠখৰি কাৰ আটাইতকৈ প্ৰচলিত উৎস?

(ক) তাপ শক্তিৰ

(খ) জীৱিয় শক্তিৰ

(গ) সূৰ্য শক্তিৰ

উত্তৰঃ (ক) তাপ শক্তিৰ

৩। টাৰবাইনত থকা গতিশীল অংগটোৰ নাম কি?

(ক) ঘূৰ্ণী পাখি

(খ) ঘূৰ্ণক পাখি

(গ) অনুযায়ী পাখি

উত্তৰঃ (খ) ঘূৰ্ণক পাখি

৪। জীৱাশ্মজাত ইন্ধন কাৰ শক্তিৰ উৎস?

(ক) নবীকৰণযোগ্য শক্তিৰ

(খ) অনবীকৰণযোগ্য শক্তিৰ

(গ) জীৱাশ্ম শক্তিৰ

উত্তৰঃ (খ) অনবীকৰণযোগ্য শক্তিৰ

৫। জল শক্তি হ’ল শক্তি এটাৰ-

(ক) নবীকৰণযোগ্য উৎস

(খ) অনবীকৰণযোগ্য উৎস

(গ) জীৱাশ্মজাত শক্তিৰ উৎস

উত্তৰঃ (ক) নবীকৰণযোগ্য উৎস

৬। তলৰ কোনবিধ সেউজ গৃহ গেছ?

(ক) মিথেন

(খ) নাইট্ৰজেন

(গ) হাইড্ৰ’জেন

উত্তৰঃ (ক) মিথেন

৭। কিছুমান জাঁৱৰ-যোথৰ অৰ্ৱজনা অক্সিজেন নোহোৱাকৈ পঁচিলে কি গেছ উৎপন্ন হয়?

(ক) অজৈৱ-গেছ

(খ) জৈৱ-গেছ

(গ) হাইড্ৰ’জেন গেছ

উত্তৰঃ (খ) জৈৱ-গেছ

৮। জৈৱ গেছত কিমান শতাংশ মিথেন থাকে?

(ক) 29 শতাংশ

(খ) 99 শতাংশ

(গ) 75 শতাংশ

উত্তৰঃ (গ) 75 শতাংশ

৯। কি গেছে ধোঁৱা নিৰ্গত নকৰাকৈ জ্বলে?

(ক) জৈৱ গেছে

(খ) অজৈৱ গেছে

(গ) হাইড্ৰ’জেন গেছে

উত্তৰঃ (ক) জৈৱ গেছে

১০। কাৰ তাপোৎপাদন ক্ষমতা বেছি?

(ক) জৈৱ গেছৰ

(খ) অজৈৱ গেছৰ

(গ) হাইড্ৰ’জেন গেছৰ

উত্তৰঃ (ক) জৈৱ গেছৰ

১১। ডেনমাৰ্কক কি বুলি কোৱা হয়?

(ক) বাযুৰ দিশ

(খ) বতাহৰ দিশ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) বতাহৰ দিশ

১২। দেশৰ প্ৰয়োজনীয় বিদ্যুৎ শক্তিৰ কিমান শতাংশ বায়ুকলৰ  এক বৃহৎ জালিৰ যোগে উৎপন্ন হয়?

(ক) 45 শতাংশ

(খ) 75 শতাংশ

(গ) 25 শতাংশ

উত্তৰঃ (গ) 25 শতাংশ

১৩। তামিলনাডুৰ কন্যাকুমাৰীৰ সৰ্ববৃহৎ বায়ু শক্তিৰ পামে কিমান বিদ্যুৎ উৎপন্ন কৰে?

(ক) 400 MW

(খ) 380 MW

(গ) 300 MW

উত্তৰঃ (খ) 380 MW

১৪। ভাৰতবৰ্ষৰ বায়ুশক্তিৰ সম্ভাৱনীয়তা প্ৰায় কিমান বৈদ্যুতিক শক্তি উৎপন্ন কৰে বুলি অনুমান কৰিছে?

(ক) 45,000 MW

(খ) 40,000 MW

(গ) 50,000 MW

উত্তৰঃ (ক) 45,000 MW

১৫। ভাৰতবৰ্ষই বছৰটোৰ সৰহভাগ সময়তে কি লাভ কৰে?

(ক) তাপ শক্তি

(খ) জ্ঞান শক্তি

(গ) সৌৰ শক্তি

উত্তৰঃ (গ) সৌৰ শক্তি

১৬। ভাৰতবৰ্ষই কিমান মহপদ্ম কিলোৱাট আৱাৰ অধিক সৌৰ শক্তি লাভ কৰে বুলি অনুমান কৰিছে?

(ক) 3000

(খ) 4000

(গ) 5000

উত্তৰঃ (গ) 5000

১৭। E=mc² সমীকৰণটো কিমান চনত প্ৰথমে এলবাৰ্ট আইষ্টাইনে নিৰ্ণয় কৰিছিল?

(ক) 1900 চনত

(খ) 1910 চনত

(গ) 1905 চনত

উত্তৰঃ (গ) 1905 চনত

১৮। পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(ক) ৰৌদ্ৰোজ্বল দিন

(খ) ডাৱৰীয়া দিন

(গ) গৰম দিন

উত্তৰঃ (খ) ডাৱৰীয়া দিন

১৯। আকাশ পৰিষ্কাৰ থাকিলে গড় হিচাপে দিনে কিমান সৌৰশক্তি প্ৰাপ্ত হয়?

(ক) 4 ৰ পৰা 7k Wh/m² পৰ্যন্ত

(খ) 5 ৰ পৰা 8k Wh/m² পৰ্যন্ত

(গ) 3 ৰ পৰা 6k Wh/m² পৰ্যন্ত

উত্তৰঃ (ক) 4 ৰ পৰা 7k Wh/m² পৰ্যন্ত

২০। শক্তিৰ যিবোৰ উৎসৰ পুনৰুদ্ভাৱন সম্ভৱ সেইবোৰ উৎসক শক্তিৰ কি বুলি কোৱা হয়?

(ক) নবীকৰণযোগ্য উৎস

(খ) অনবীকৰণযোগ্য উৎস

(গ) তাপ শক্তিৰ উৎস

উত্তৰঃ (গ) তাপ শক্তিৰ উৎস