Class 10 General Science Chapter 4 | কাৰ্বন আৰু তাৰ যৌগ | MCQs Short Question Answer SEBA School |

Chapter 4

কাৰ্বন আৰু তাৰ যৌগ

১। পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে কিমান শতাংশ কাৰ্বন আছে?

(ক) 0.03%

(খ) 0.02%

(গ) 0.09%

উত্তৰঃ (খ) 0.02%

২। বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন-ডাই-অক্সাইড আছে?

(ক) 0.03%

(খ) 0.21%

(গ) 0.01%

উত্তৰঃ (ক) 0.03%

৩। কাৰ্বনৰ পৰমানু ক্ৰমাংক কিমান?

(ক) ৯

(খ) ৩

(গ) ৬

উত্তৰঃ (গ) ৬

৪। কাৰ্বনৰ বাহিৰতম কক্ষত কিমানটা ইলেকট্ৰন থাকে?

(ক) সাতটা

(খ) চাৰিটা

(গ) দুটা

উত্তৰঃ (খ) চাৰিটা

৫। হাইড্ৰ’জেনৰ K কক্ষটো সম্পূৰ্ণ কৰিবলৈ কিমানটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয়?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (ক) এটা

৬। ক্ল’ৰিনৰ পৰমানু ক্ৰমাংক কিমান?

(ক) ১৬টা

(খ) ১৭টা

(গ) ১১টা

উত্তৰঃ (খ) ১৭টা

৭। অক্সিজেন পৰমানু L কক্ষত কিমানটা ইলেক্ট্ৰন থাকে?

(ক) ২টা

(খ) ৪টা

(গ) ৬টা

উত্তৰঃ (গ) ৬টা

৮। এম’নিয়াৰ আনৱিক সংকেট কি?

(ক) CaCo₃

(খ) NH₃

(গ) KCl

উত্তৰঃ (খ) NH₃

৯। কাৰ্বনে গঠন কৰা সৰলতম যৌগ মিথেনৰ সংকেট কি?

(ক) H₂O

(খ) NH₃ Ch

(গ) CH₄

উত্তৰঃ (গ) CH₄

১০। কাৰ্বনৰ যোজ্যতা কক্ষত কেইটা ইলেক্ট্ৰন থাকে?

(ক) পাঁচটা

(খ) চাৰিটা

(গ) ছয়টা

উত্তৰঃ (খ) চাৰিটা

১১। কাৰ্বন পৰমানুবোৰ এক বান্ধনিৰ সংযুক্ত হৈ সৃষ্টি হোৱা যৌগবোৰক কি বোলে?

(ক) সংপৃক্ত যৌগ

(খ) কেটিনেচন

(গ) ৰাসায়নিক যৌগ

উত্তৰঃ (ক) সংপৃক্ত যৌগ

১২। কাৰ্বন আৰু হাইড্ৰ’জেনৰ যৌগ ইথিনৰ আনৱিক সংকেট কি?

(ক) C₂H₆

(খ) C₂H₄

(গ) C₆H₁₂O₆(aq)

উত্তৰঃ (খ) C₂H₄

১৩। প্ৰতিটো কাৰ্বন পৰমানুৰ কেইটা হাইড্ৰ’জেনৰ লগত সংযুক্ত হয়?

(ক) এটা

(খ) দুটা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) দুটা

১৪। কাৰ্বন আৰু হাইড্ৰ’জেনৰ আন এটা যৌগ ইথাইনৰ আনৱিক সংকেট কি?

(ক) C₂H₂

(খ) C₂H₄

(গ) C₂H₆

উত্তৰঃ (ক) C₂H₂

১৫। প্ৰ’পেনৰ আনৱিক সংকেট কি?

(ক) CH₄

(খ) C₂H₆

(গ) C₃H₈

উত্তৰঃ (গ) C₃H₈

১৬। এডাল বা তাতোধিক দ্বিবন্ধনি থকা অসংপৃক্ত যৌগক কি বোলে?

(ক) সংপৃক্ত যৌগ

(খ) আনৱিক যৌগ

(গ) এলকিন

উত্তৰঃ (গ) এলকিন

১৭। অসংপৃক্ত হাইড্ৰ’কাৰ্বনে ক’লা ধোৱাযুক্ত কি ৰঙৰ শিখা উৎপন্ন কৰে?

(ক) বগা

(খ) নীলা

(গ) হালধীয়া

উত্তৰঃ (গ) হালধীয়া

১৮। হেজাৰ হেজাৰ বছৰ আগৰ গছ-গছনি, সৰু বৰ উদ্ভিদৰ অংশাৱশেষবোৰক কি বুলি কয়?

(ক) কয়লা

(খ) খনিজ পদাৰ্থ

(গ) জৈৱিক সাৰ

উত্তৰঃ (ক) কয়লা

১৯। চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য কৰী মূলক হ’ল-

(ক) কাৰ্বক্সিলিক এছিড

(খ) এলডিহাইড

(গ) কিট’ন

উত্তৰঃ (গ) কিট’ন

২০। ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে ক’লা পৰে কিয়?

(ক) খাদ্য ভালদৰে নিসিজিল

(খ) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়

(গ) ইন্ধনটো সিক্ত

উত্তৰঃ (খ) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়