Class 11 Geography Book Chapter 13 | (গোট ৫) জলভাগ (মহাসাগৰবোৰ) | MCQs Short Question Answer |

Chapter 13

জলভাগ (মহাসাগৰবোৰ)

১। তলৰ কোনটো জলচক্ৰৰ অংশ নহয়-

(ক)বাষ্পীভৱন

(খ)পানীকৰণ

(গ)অধঃক্ষেপন

উত্তৰঃ (খ)পানীকৰণ

২। মহীঢালৰ গড় গভীৰতা কিমান ?

(ক)২০০-২,০০০ মিটাৰ

(খ)২০-২০০ মিটাৰ

(গ)২,০০০-২০,০০০ মিটাৰ

উত্তৰঃ (ক)২০০-২,০০০ মিটাৰ

৩। তলৰ কোনটো সাগৰৰ তলিৰ ক্ষুদ্ৰ ভূ-অৱয়ব নহয়-

(ক)সাগৰীয় খাত

(খ)এটল

(গ)নিমগ্ন দ্বীপ

উত্তৰঃ (খ)এটল

৪। লৱণতা মানে হল লোণৰ পৰিমাণ প্ৰতি সাগৰৰ পানীত দ্ৰবীভূত থকা-

(ক)১০ গ্ৰাম(খ)১০০ গ্ৰাম

(গ)১০০০ গ্ৰাম

উত্তৰঃ (গ)১০০০ গ্ৰাম

৫। তলৰ কোনটো আটাইতকৈ সৰু মহাসাগৰ?

(ক)ভাৰত মহাসাগৰ

(খ)আৰ্কটিক মহাসাগৰ

(গ)আটলাণ্টিক মহাসাগৰ

উত্তৰঃ (খ)আৰ্কটিক মহাসাগৰ

৬। পানী এবিধ               সম্পদ।

(ক)চক্ৰীয়

(খ)অপৰিহাৰ্য

(গ)গেছীয়

উত্তৰঃ (ক)চক্ৰীয়

৭। মহাসাগৰৰ তলিক কেইটা ভাগত ভগোৱা হৈছে ?

(ক)দুটা

(খ)তিনিটা

(গ)চাৰিটা

উত্তৰঃ (গ)চাৰিটা

৮। ভাৰত মহাসাগৰত কিমানটা খাত বিচাৰি পোৱা গৈছে ?

(ক)৬ টা

(খ)১৭ টা

(গ)৩২ টা

উত্তৰঃ (ক)৬ টা

৯। প্ৰশান্ত মহাসাগৰত কিমানটা সাগৰীয়  সাগৰীয় শৃঙ্গ আৰু নিমগ্ন দ্বীপ আছে ?

(ক)১০০০০ টা

(খ)১০০০০০ টা

(গ)১৫০০০০ টা

উত্তৰঃ (ক)১০০০০ টা

১০। মহীসোপানৰ গড় কিমান বহল-

(ক)৬০ কিলোমিটাৰ

(খ)৮০ কিলোমিটাৰ

(গ)৮৮ কিলোমিটাৰ

উত্তৰঃ (খ)৮০ কিলোমিটাৰ