Class 6 Social Science SCERT | Chapter 16 | মৌৰ্য সাম্ৰাজ্য মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 16

মৌৰ্য সাম্ৰাজ্য মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ

১। কিমান খ্ৰীঃ পূঃত চন্দ্ৰগুপ্ত মৌৰ্য নামৰ ৰজা এজনে মগধত এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে?

ক) ৩২২ খ্ৰীঃ পূঃত

খ) ৩২৪ খ্ৰীঃ পূঃত

গ) ৩২৬ খ্ৰীঃ পূঃত

উত্তৰঃখ) ৩২৪ খ্ৰীঃ পূঃত

২। চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা ৰাজবংশতো তেখেতৰ কাৰ নাম অনুসৰি দিয়া হৈছে?

ক) মাতৃৰ নাম

খ) পিতৃৰ নাম

গ) ককাকৰ নাম

উত্তৰঃক) মাতৃৰ নাম

৩। অশোকে প্ৰায় কিমান বছৰ কাল ৰাজত্ব কৰিছিল?

ক) ৪২ বছৰ

খ) ৪৩ বছৰ

গ) ৪৪ বছৰ

উত্তৰঃ খ) ৪৩ বছৰ

৪। ৰাজধানী পাটলীপুত্ৰ নগৰখন কিমান জনীয়া সদস্যৰ এখনৰ পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিল?

ক) ৩৫ জনীয়া

খ) ৩০ জনীয়া

গ) ৩৬ জনীয়া

উত্তৰঃখ) ৩০ জনীয়া

৫। মেগাস্থিনিচে ৰচনা কৰা পুথিখনৰ নাম কি?

ক) খৰোষ্ঠী

খ) ব্ৰাহ্মী

গ) ইণ্ডিকা

উত্তৰঃগ) ইণ্ডিকা

৬। কি নামৰ ব্ৰাহ্মণ পণ্ডিত এজনে অৰ্থশাস্ত্ৰ পুথিখন লিখিছিল?

ক) মুৰা

খ) অশোক 

গ) চাণক্য

উত্তৰঃগ) চাণক্য

৭। অশোক আমাৰ ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত কি আছিল?

ক) ব্ৰাহ্মণ

খ)মন্ত্ৰী  

গ) সম্ৰাট

উত্তৰঃগ) সম্ৰাট

৮। কলিংগ যুদ্ধত কিমান কিমান মানুহৰ মৃত্যুৰ বিভীষিকাই সম্ৰাট অশোকক মৰ্মাহত কৰি তুলিছিল?

ক) হাজাৰ হাজাৰ মানুহৰ

খ) শ শ মানুহৰ

গ) লাখ লাখ মানুহৰ

উত্তৰঃক) হাজাৰ হাজাৰ মানুহৰ

৯। খ্ৰীঃ পূঃ কিমানত অশোক মগধৰ সিংহাসনত বহে?

ক) ২২৩ খ্ৰীঃ পূঃ

খ) ২৭৩ খ্ৰীঃ পূঃ

গ) ২৫৩ খ্ৰীঃ পূঃ

উত্তৰঃখ) ২৭৩ খ্ৰীঃ পূঃ

১০। চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্যত কোনে তেওঁ সহায় কৰিছিল?

ক) চাণক্য নামৰ পণ্ডিত এজনে

খ) মহামতি অশোকে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) চাণক্য নামৰ পণ্ডিত এজনে

১১। কিমান খ্ৰীঃ পূঃত চন্দ্ৰগুপ্ত মৌৰ্যই মগধত সাম্ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল?

ক) ২৮৯ খ্ৰীঃ পূঃত

খ) ৩২৪ খ্ৰীঃ পূঃত

গ) ৫৬৭ খ্ৰীঃ পূঃত

উত্তৰঃখ) ৩২৪ খ্ৰীঃ পূঃত

১২। মাতৃ ‘মুৰা’ৰ নাম অনুসৰি চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

ক) ইণ্ডিকা

খ) বলাধ্য়ক্ষ

গ) মৌৰ্য

উত্তৰঃগ) মৌৰ্য

১৩। চাণক্য় বা কৌটিল্য় নামৰ ব্ৰাহ্মণ পণ্ডিতজনে কি নামৰ বিখ্য়াত গ্ৰন্থখন লিখিছিল?

ক) অৰ্থশাস্ত্ৰ

খ) বামানয় শাস্ত্ৰ

গ) জ্য়োতিষ শাস্ত্ৰ

উত্তৰঃক) অৰ্থশাস্ত্ৰ

১৪। মৌৰ্য বংশৰ উল্লেখযোগ্য় ৰজাজনৰ নাম কি?

ক) চন্দ্ৰগুপ্ত

খ) মহামতি অশোক

গ) গৌতম বুদ্ধ

উত্তৰঃখ) মহামতি অশোক

১৫। কি যুদ্ধৰ পাছত অশোকে ৰাজ্য় জয়ৰ পৰিৱৰ্তে ধৰ্ম জয়ৰ নীতি গ্ৰহণ কৰিছিল?

ক) মহাভাৰতৰ

খ) কলিংগ

গ) হৰিহৰ

উত্তৰঃখ) কলিংগ

১৬। অশোকে ধৰ্ম প্ৰচাৰৰ বাবে কি নামৰ এক শ্ৰেণীৰ বিষয়া নিযুক্তি দিছিল?

ক) অৰ্থশাস্ত্ৰ নামৰ

খ) কল্য়াণকামী নামৰ

গ) ধম্ম মহামাত্ৰ নামৰ

উত্তৰঃ গ) ধম্ম মহামাত্ৰ নামৰ

১৭। সম্ৰাট অশোকক মহামতি অশোক আৰু কি নামেৰে জনা যায়?

ক) ৰাজৰ্ষি

খ) উপগুপ্ত

গ) ধৰ্মগুৰু

উত্তৰঃ ক) ৰাজৰ্ষি

১৮। কিমান খ্ৰীঃ পূঃত অশোক মগধৰ সিংহাসনত বহে?

ক) ২৪ খ্ৰীঃ পূঃত

খ) ২৬ খ্ৰীঃ পূঃত

গ) ২৭ খ্ৰীঃ পূঃত

উত্তৰঃ গ) ২৭ খ্ৰীঃ পূঃত

১৯। কৌটিল্য়ৰ আন এটা নাম কি?

ক) ব্ৰাহ্মী

খ) চাণক্য়

গ) বিষ্ণুগুপ্ত

উত্তৰঃখ) চাণক্য়

২০। অৰ্থশাস্ত্ৰ কোনে লিখিছিল?

ক) ধৰ্মগুৰুয়ে

খ) কৌটিল্য়য়ে

গ) মেগাস্থিনিচে

উত্তৰঃ খ) কৌটিল্য়য়ে