Class 7 Science | Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি | MCQs Short Question And Answer |

Chapter 1

 উদ্ভিদৰ পৰিপুষ্টি

১। জীৱই কিয় খাদ্য গ্ৰহণ কৰে?

শৰীৰৰ বৃদ্ধি

 জীয়াই থাকিবলৈ

শক্তি পাবলৈ

Answer: শৰীৰৰ বৃদ্ধি

২। সেউজীয়া উদ্ভিদে কিহৰ সহায়ত খাদ্য় প্ৰস্তুত কৰে?

সূৰ্য পোহৰ ,পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত

মাটিৰ সহায়ত

বায়ুৰ সহায়ত

Answer: সূৰ্য পোহৰ ,পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত

৩। উদ্ভিদৰ কোন অংশয়ে খাদ্য় প্ৰস্তুত কৰে?

শিপায়ে

গা-গছ দালে

পাতে

Answer: পাতে

৪। উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত  নিৰ্গত হোৱা গেছ বিধ হ’ল।

নাইট্ৰ’জেন গেছ

অক্সিজেন গেছ

কাৰ্বন-ডাই-অক্সাইড

Answer: অক্সিজেন গেছ

৫। অমৰলতা হ’ল?

মৃতজীৱী

পৰজীৱী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰজীৱী

৬। কোন বিধ উদ্ভিদে পোক-পতংগক খাদ্য় পিচাপে গ্ৰহণ কৰে?

গোলাপ ফুল

জৱাফুল

কলচী উদ্ভিদ

Answer: কলচী উদ্ভিদ

৭। ভেঁকুৰে কিহৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে?

মৃত, গেলি-পচি যোৱা সামগ্ৰীৰপৰা

পানীৰ পৰা

বায়ুৰ পৰা

Answer: মৃত, গেলি-পচি যোৱা সামগ্ৰীৰপৰা

৮। ভেকুৰ হ’ল?

পৰজীৱী

মৃতজীৱী

স্বপোষী

Answer: মৃতজীৱী

৯। সালোকসংশ্লেষণ বাবে আৱশ্য়কীয় উপাদান হ’ল?

বায়ু

পত্ৰহৰিৎ আৰু সূৰ্যৰশ্মি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পত্ৰহৰিৎ আৰু সূৰ্যৰশ্মি

১০। উদ্ভিদৰ সকলো অংশতে খাদ্য় প্ৰস্তুত কৰেনে?

নকৰে

কৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নকৰে

১১. শেলাই বোৰৰ ৰং কিয় সেউজীয়া হয়, কাৰণ সিঁহতৰ দেহত

পৰজীৱ বাবে

পত্ৰহৰিৎ বাবে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পত্ৰহৰিৎ বাবে

১২. কৃষকে মাটিত নাইট্ৰ’জেন বৃদ্ধি কৰিবৰ বাবে কি সাৰ প্ৰয়োগ কৰে?

গোব সাৰ

ৰাসায়নিক সাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৰাসায়নিক সাৰ

১৩. যিজোপা উদ্ভিদ বগাই যায় সেই জোপা উদ্ভিদক কি বুলি কোৱা হয়?

পৰজীৱী উদ্ভিদ

পোষক উদ্ভিদ

মৃতজীৱী উদ্ভিদ

Answer: পোষক উদ্ভিদ

১৪. বায়ুত যথেষ্ট পৰিমাণে পোৱা গেছ বিধৰ নাম কি?

অক্সিজেন

কাৰ্বন-ডাই-অক্সাইড

নাইট্ৰ’জেন

Answer: নাইট্ৰ’জেন

১৫. কোন বিধ উদ্ভিদে অন্য় জীৱৰ পৰা পুষ্টি আহৰণ কৰে?

পোষকীয় উদ্ভিদ

পৰজীৱী আৰু মৃতজীৱী উদ্ভিদ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰজীৱী আৰু মৃতজীৱী উদ্ভিদ

১৬. সেউজীয়া উদ্ভিদ বোৰ হ’ল?

পৰপোষী

স্বপোষী

পৰজীৱী

Answer: স্বপোষী

১৭. জীৱই জীয়াই থাকিবৰ বাবে কি গেছ ব্য়ৱহাৰ কৰে?

নাইট্ৰ’জেন

অক্সিজেন

কাৰ্বন-ডাই-অক্সাইড

Answer: কাৰ্বন-ডাই-অক্সাইড গেছ

১৮. সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে কি গেছ লয়?

কাৰ্বন-ডাই-অক্সাইড গেছ

অক্সিজেন গেছ

নাইট্ৰ’জেন গেছ

Answer: স্বপোষণ পৰিপুষ্টি জীৱ

১৯. জীৱই কিছুমান সৰল পদাৰ্থৰ পৰা নিজে নিজৰ আহাৰ তৈয়াৰ কৰি লব পৰা জীৱক?

পৰপোষী জীৱ

স্বপোষণ পৰিপুষ্টি জীৱ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গছ যোপাক পানী আৰু মাটিত সামোচ মাৰি ধৰি ৰসা

২০. শিপাৰ কাম কি?

গছ যোপাক পানী আৰু মাটিত সামোচ মাৰি ধৰি ৰসা

খাদ্য় যোগান ধৰিবলৈ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গছ যোপাক পানী আৰু মাটিত সামোচ মাৰি ধৰি ৰসা