Class 7 Science | Chapter 12 | উদ্ভিদৰ প্ৰজনন | MCQs Short Question And Answer |

Chapter 12

উদ্ভিদৰ প্ৰজনন

১।  নিজৰ দৰে একে জীৱ জন্ম দিয়াটো সকলো জীৱৰে এটা কি?

কাম

ধৰ্ম

বৈশিষ্ট্য়

Answer: বৈশিষ্ট্য়

২। জীৱৰপৰা নতুন সতি-সন্ততি জন্ম হোৱাক কি বোলে?

অংগজ অংশ

প্ৰজনন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰজনন

৩। উদ্ভিদৰ শিপা, ডাল আৰু পাত থকা অংশ বোৰক কি বোলে?

গছৰ অংশ

শিপাৰ অংশ

অংগজ অংশ

Answer: অংগজ অংশ

৪। এটা নিৰ্দিষ্ট বৃদ্ধিৰ পিছত বেছি ভাগ উদ্ভিদে কি ধাৰণ কৰে?

ফল

ফুল

শিপা

Answer: ফুল

৫। ফুল বোৰে উদ্ভিদৰ কি কাম কৰে?

খাদ্য় প্ৰস্তুত কৰাত

শিপা গজাত

Answer: 

৬। ফুল বোৰে উদ্ভিদৰ কি?

অংশ

অংগ

প্ৰজননৰ অংশ

Answer: প্ৰজননৰ অংশ

৭। প্ৰজননৰ প্ৰক্ৰিয়াক কেই ভাগত ভাগ কৰা হৈছে?

Answer: ২

৮। উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদ জন্ম দিব পৰা প্ৰক্ৰিয়ৈটোক কি বোলে?

যৌন প্ৰজনন

অযৌন প্ৰজনন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অযৌন প্ৰজনন

৯। উদ্ভিদে বীজ নোহোৱাকৈ নতুন উদ্ভিদ জন্ম দিব পৰা প্ৰক্ৰিয়ৈটোক কি বোলে?  

অযৌন প্ৰজনন

যৌন প্ৰজনন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: যৌন প্ৰজনন

১০। উদ্ভিদৰ অংগজ অংশৰ পৰা বংশ বৃদ্ধি হোৱাক কি বোলে?

গছৰ বংশ বৃদ্ধি

অংগজ বংশ বিস্তাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অংগজ বংশ বিস্তাৰ

১১। গোলাপ ফুলৰ ডালিৰ পৰা পোখা মোলা প্ৰক্ৰিয়াটো হ’ল

যৌন প্ৰক্ৰিয়া

অযৌন প্ৰক্ৰিয়া

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অযৌন প্ৰক্ৰিয়া

১২। গোলাপ ফুলৰ কাটি থোৱা ডালটো হ’ল

কলম শাখা

শাখা কলম

ইয়াৰ ভিতৰত এটাও নহয়

Answer: শাখা কলম

১৩। আলু গছৰ ক’ৰ পৰা গজালি ওলাই?

গা গছৰ পৰা

চকুৰ পৰা

ছালৰ পৰা

Answer: চকুৰ পৰা

১৪। ফুলৰ কলিৰ আন এটা নাম কি?

কাণ্ড

শিপা

মুকুল

Answer: মুকুল

১৫। আদা গছৰ ক’ৰ পৰা গজালি ওলাই?

কাণ্ডৰ পৰা

ফুলৰ পৰা

চকুৰ পৰা

Answer: চকুৰ পৰা

১৬। আলুৰ সাঁচক কি বোলে?

চকু

শিপা

মুল

Answer: চকু

১৭। নতুন উদ্ভিদ কিহে জন্ম দিব পাৰে?

ফুলে

ফলে

মুকুলে

Answer: মুকুলে

১৮। মিঠা আলুৰ কোন অংশই উদ্ভিদ জন্ম দিব পাৰে?

পাতে

ফুলে

শিপাই

Answer: শিপাই

১৯। কি প্ৰজননৰ দ্বাৰা উদ্ভিদে গজিবলৈ অতি কম সময় লয়?

উদ্ভিদৰ প্ৰজননৰ দ্বাৰা

অংগজ প্ৰজননৰ দ্বাৰা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অংগজ প্ৰজননৰ দ্বাৰা

২০। পাতৰ পৰা কি আকাৰে পানী ওলাই যায়?

প্ৰচ্ছেদন আকাৰে

বাষ্প আকাৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বাষ্প আকাৰে