Class 7 Social Science | Chapter 14 | মধ্যযুগত ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 14

মধ্যযুগত ভাৰতবৰ্ষ

১) আুমানিক কিমান খ্ৰীঃত চুলতান মামুদ গজনীৰ সিংহাসনত বহে?

(ক)৮৭৬ খ্ৰীঃত।

(খ)৯৯৮ খ্ৰীঃত।

(গ)৫৪০ খ্ৰীঃত।

উত্তৰঃ (খ)৯৯৮ খ্ৰীঃত।

২) কাৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যৰ পতন আৰম্ভ হয়।

(ক)আকবৰৰ মৃত্যুৰ পিছত।

(খ)ঔৰংজেৱৰ মৃত্যুৰ পিছত।

(গ)মহম্মদ ঘোৰীৰ মৃত্যুৰ পিছত।

উত্তৰঃ (খ)ঔৰংজেৱৰ মৃত্যুৰ পিছত।

৩) মহম্মদ ঘোৰীৰ সেনাপতি কোন আছিল?

(ক)বীৰবল।

(খ)কুতুবুদ্দিন আইবাক।

(গ)খিজি্ৰ খান।

উত্তৰঃ (খ)কুতুবুদ্দিন আইবাক।

৪) তুৰ্কী-আফগানৰ কেইটা ৰাজবংশই ভাৰতত শাসনকাৰ্য চলািছিল?

(ক)পাঁচটা ৰাজবংশই।

(খ)তিনিটা ৰাজবংশই।

(গ)নটা ৰাজবংশই।

উত্তৰঃ (ক)পাঁচটা ৰাজবংশই।

৫) কিমান খ্ৰীঃত মোগল শাসন আৰম্ভ হৈছিল?

(ক)১৪৩৬ খ্ৰীঃত।

(খ)১৫২৬ খ্ৰীঃত।

(গ)৯৮১ খ্ৰীঃত।

উত্তৰঃ (খ)১৫২৬ খ্ৰীঃত।

৬) গজনীৰ চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ  কৰিছিল?

(ক)১২ বাৰ।

(খ)১৭ বাৰ।

(গ)৮ বাৰ।

উত্তৰঃ (খ)১৭ বাৰ।

৭) প্ৰাচীন যুগ কাক কোৱা হয়?

(ক)পূৰণি যুগক প্ৰাচীন যুগ বুলি কোৱা হয়।

(খ)প্ৰাগৈতিহাসিক যুগৰ পৰা চুলতানসকলৰ আগমনলৈ প্ৰাচীন যুগ বোলা হয়।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)প্ৰাগৈতিহাসিক যুগৰ পৰা চুলতানসকলৰ আগমনলৈ প্ৰাচীন যুগ বোলা হয়।

৮) মধ্যযুগক কি বুলি কোৱা হয়?

(ক)হিন্দু যুগ।

(খ)মুছলমান যুগ।

(গ)আধুনিক যুগ।

উত্তৰঃ (খ)মুছলমান যুগ।

৯) আলাউদ্দিন খিলজিয়ে ক’ত নিজৰ নাম খোদিত কৰাছিল?

(ক)দেৱালত।

(খ)মুদ্ৰাত।

(গ)চিত্ৰত।

উত্তৰঃ (খ)মুদ্ৰাত।

১০) কিমান খ্ৰীঃত লোডী বংশৰ পতন হৈছিল?

(ক)১৩২৪ খ্ৰীঃত।

(খ)১১৯৪ খ্ৰীঃত।

(গ)১৫২৬ খ্ৰীঃত।

উত্তৰঃ (গ)১৫২৬ খ্ৰীঃত।

১১) শেষ মোগল সম্ৰাট গৰাকী কোন আছিল?

(ক)দ্বিতীয় বাহাদুৰ ছাহ।

(খ)হুমায়ুন।

(গ)চুলতানা ৰেজিয়া।

উত্তৰঃ (ক)দ্বিতীয় বাহাদুৰ ছাহ।

১২) মহম্মদ ঘোৰীয়ে কিমান খ্ৰীঃত পঞ্জাৱ দখন কৰে

(ক)১১০০ খ্ৰীঃত।

(খ)১১৮৯ খ্ৰীঃত।

(গ)৮৬৭ খ্ৰীঃত।

উত্তৰঃ (খ)১১৮৯ খ্ৰীঃত।

১৩) মধ্যযুগৰ বিষয় কেনেকৈ জানিব পাৰি।

(ক)বিভিন্ন সমলৰ পৰা।

(খ)মধ্যযুগৰ সামাজিক অৱস্থাৰ পৰা।

(গ)ওএপৰৰ এটাও নহয়।

উত্তৰঃ (ক)বিভিন্ন সমলৰ পৰা।

১৪) আগ্ৰাৰ জামে মছজিদ কাৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হৈছিল?  

(ক)ফিৰোজ ছাহ টোগলকৰ পৃষ্ঠপোষকতাত।

(খ)ছাহজানৰ পৃষ্ঠপোষকতাত।

(গ)জাহাংগীৰৰ পৃষ্ঠপোষকতাত।

উত্তৰঃ (খ)ছাহজানৰ পৃষ্ঠপোষকতাত।

১৫) প্ৰত্নতাত্তিক সমলবোৰৰ ভিতৰত আন এক নিৰ্ভৰযোগ্য সমল কি?

(ক)বিদেশী পৰিব্ৰাজকৰ টোকা।

(খ)মুদ্ৰা।

(গ)স্মৃতিচিহ্নসমূহ।

উত্তৰঃ (খ)মুদ্ৰা।

১৬) দাসবংশৰ প্ৰতিষ্ঠাতা কোন?

(ক)খিজি্ৰ খান।

(খ)কুতুবুদ্দিন আইবাক।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)কুতুবুদ্দিন আইবাক।

১৭) গিয়াছুদ্দিনৰ ভায়েক চাহাবুদ্দিন আছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১৮) খিলিজি বংশ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ আছিল?  

(ক)১৩২০ ৰ পৰা ১৪১৪ খ্ৰীঃলৈ।

(খ)১৩৫১ ৰ পৰা ১৩৮৮ লৈ।

(গ)১২৯০ ৰ পৰা ১৩২০ লৈ।

উত্তৰঃ (গ)১২৯০ ৰ পৰা ১৩২০ লৈ।

১৯) চুলতাম মামুদে বাবে বাৰে কৰা আক্ৰমণৰ বাবে উত্তৰ-পশ্চিম ভাৰত কি হৈ পৰিছিল?

(ক)সাহসী।

(খ)দুৰ্বল।

(গ)শক্তিশালী।

উত্তৰঃ (খ)দুৰ্বল।

২০) তৰাইনৰ দ্বিতীয় যুদ্ধত কাক হৰুৱাই মহম্মদ ঘোৰীয়ে উত্তৰ-পশ্চিম ভাৰতবৰ্ষত খোপনি পুতে।

(ক)বাবৰক।

(খ)ঔৰংগজেৱক।

(গ)ৰাজপুত ৰজা পৃথ্বীৰাজক।

উত্তৰঃ (গ)ৰাজপুত ৰজা পৃথ্বীৰাজক।