Class 7 Social Science | Chapter 15 | দিল্লীৰ চুলতানী যুগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

দিল্লীৰ চুলতানী যুগ

১) ভাৰতবৰ্ষত তুৰ্কীসকলে কিমান বছৰ কাল শাসন কৰিছিল?

(ক) ২৪৬ বছৰ কাল।

(খ) ৩২০ বছৰ কাল।

(গ) ৪৫৬ বছৰ কাল।

Answer: ৩২০ বছৰ কাল।

 ২) কুতুবমিনাৰ সজোৱাৰ কাম কোনে আৰম্ভ কৰে?

(ক) চুলতান কুতুবুদ্দিন আইবাকে।

(খ)ইলটুতমিছে।

(গ) ওপৰৰ এটাও নহয়।

Answer: চুলতান কুতুবুদ্দিন আইবাকে।

৩) চুলতানী বংশৰ তৃতীয় বংশটোৰ নাম কি?

(ক) টোগলক বংশ।

(খ) খিলিজি বংশ।

(গ) লোডী বংশ।

Answer: টোগলক বংশ।

৪) লোডী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

(ক) মোবাৰক ছাহ।

(খ) গিয়াঝছুদ্দিন টোগলক।

(গ) বাহালূল লোডী।

Answer: বাহালূল লোডী।

৫) চুলতানী যুগত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী কোন আছিল?

(ক) ৰজা।

(খ) সেনাপতি।

(গ) প্ৰজা।

Answer: ৰজা।

 ৬) চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত কি ব্যৱস্থাৰ ভালেমান সালসলনি ঘটিছিল?

(ক) যাতায়ত ব্যৱস্থাৰ।

(খ) প্ৰশাসন ব্যৱস্থাৰ।

(গ) যোগাযোগ ব্যৱস্থাৰ।

Answer: প্ৰশাসন ব্যৱস্থাৰ।

৭) আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল?

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

 ৮) খিলিজি বংশ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ আছিল?

(ক) ১৪১৪-১৪৫১ খ্ৰীঃ।

(খ) ১৩২০-১৪১৪ খ্ৰীঃ।

(গ) ১২৯০-১৩২০ খ্ৰীঃ।

Answer: ১২৯০-১৩২০ খ্ৰীঃ।

৯) কাৰ ৰাজত্বকালত দিল্লীৰ চুলতানী শাসন সম্প্ৰসাৰণ ঘটিছিল?

(ক) আকবৰৰ ৰাজত্বকালত।

(খ) চাহজাহানৰ ৰাজত্বকালত।

(গ) কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত।

Answer: কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত।

 ১০) চুলতানী যুগ কাক কোৱা হয়?

(ক) চুলতান সকলক।

(খ) কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা কালছোৱাক।

(গ) ওপৰৰ এটাও নহয়।

Answer: কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা কালছোৱাক।

১১) দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলা কোন?

কনকলতা।

চুলতানা ৰেজিয়া।

মূলাগাভৰু।

Answer: চুলতানা ৰেজিয়া।

১২) লোডী বংশৰ শেষ চুলতান কোন?

ইভনবটুতা।

ইব্ৰাহিম লোডী।

ওপৰৰ এটাও নহয়।

Answer: ইব্ৰাহিম লোডী।

১৩) প্ৰথম তুৰ্কী অভিযান উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ পোৱা যায়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।

১৪) ইলটুতমিছ কোন?

টোগলক বংশৰ প্ৰথম চুলতান

দাস বংশৰ শ্ৰেষ্ঠ চুলতান।

ওপৰৰ এটাও নহয়।

Answer: দাস বংশৰ শ্ৰেষ্ঠ চুলতান।

১৫) কাৰ মৃত্যুৰ পিছত ছৈয়দ নামৰ আন এটা ৰাজবংশই দিল্লীত ৰাজত্ব কৰিছিল?

মামুদছাহৰ।

আলেকজেণ্ডাৰ।

ওপৰৰ এটাও নহয়।

Answer: মামুদছাহৰ।

১৬) ছৈয়দ বংশৰ ৰজাসকলে নিডকে কাৰ জীৱৰীৰ বংশধৰ বুলি চিনাকি দিছিল?

হজৰদ মহম্মদৰ জীৱৰীৰ।

মহম্মদ ঘোৰীৰ জীৱৰীৰ।

ওপৰৰ এটাও নহয়।

Answer: হজৰদ মহম্মদৰ জীৱৰীৰ।

১৭) কোন প্ৰথম তুৰ্কী-আফগান চুলতান আছিল?

দাক্ষিণাত্য জয় কৰা আলাউদ্দি খিলিজি।

মোবাৰক ছাহ।

খিজিৰ খাঁ।

Answer: দাক্ষিণাত্য জয় কৰা আলাউদ্দি খিলিজি।

১৮) চুলতানী যুগত বজাৰ ব্যৱস্থাৰ ভূ-ৰখাৰ বাবে ৰজাই কাক নিয়োগ ৰাখিছিল?

মন্ত্ৰীক।

জনসাধাৰণক।

চোৰাংচোৱাক।

Answer: চোৰাংচোৱাক।

১৯) ফিৰোজছাহ টোগলকে কেইখন নগৰ নিৰ্মাণ কৰিছিল?

৪ খন।

৯ খন।

৫ খন।

Answer: ৫ খন।

২০) চুলতান কুতুবুদ্দিনৰ সেনাপতি কোন আছিল?

ইবন-বখ্তিয়াৰ খিলিজি।

চুলতান মামুদ।

ওপৰৰ এটাও নহয়।

Answer: ইবন-বখ্তিয়াৰ খিলিজি।