Class 9 বৈচিত্ৰময় অসম SEBA | Chapter 11 | ডিমাছাসকল Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 11

ডিমাছাসকল

১। ডিমাছাসকল মূলতঃ বৰ্তমান কৰ জিলাৰ বাসিন্দা?

উত্তৰঃ ডিমা হাচাও জিলাৰ বাসিন্দা।


২। এওঁলোকৰ প্ৰতিটো গোত্ৰ কি আখৰে শেষ হয়? আৰু উদাহৰণ দিয়া।

উত্তৰঃ ‘চা’ আখৰে শেষ হয়। যেনে- লাংথাচা, ডিফুচা, হোজাইচা ইত্য়াদি।

৩। ডিমাছাসকলে পিতৃৰ বংশক কি বোলে? আৰু মাতৃৰ বংশক কি বোলে?

উত্তৰঃ পিতৃৰ বংশক পিতৃবংশ আৰু মাতৃৰ বংশক মাতৃবংশ বোলে। 


৪। ডিমাছাসকলৰ ভাষা কি?

উত্তৰঃ ডিমাছা।


৫। ডিমাছা ভাষা কাৰ লগত প্ৰায় একেই থাকে?

উত্তৰঃ বড়ো ভাষাৰ লগত।


৬। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?

উত্তৰঃ বিছু ডিমা উৎসৱ।


৭। ইতিহাসৰ অনুসৰি বৰ্তমানৰ সমগ্ৰ অসম, ত্ৰিপুৰা, আৰু বাংলাদেশৰ কিছু অংশলৈকে কোনে ৰাজত্ব কৰিছিল?উত্তৰঃ ডিমাছাসকলে।


৮। ডিমাছাসকল  কিহত বিশ্বাসী?

উত্তৰঃ ব্ৰায়-চিব্ৰায় আৰু আমাং-গামাংডি বা শিৱ-পাৰ্ৱতি পৰম্পৰাত বিশ্বাসী।


৯। এওঁলোকৰ  জনজাতীয় সাজপাৰসমূহ কেনেধৰণৰ?

উত্তৰঃ উজ্জ্বল আৰু ৰংচঙীয়া।


১০। বিছু ডিমা অনুষ্ঠানত এওঁলোকে কিহেৰে ভোজ ভাত খায়?

উত্তৰঃ কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰী আদিৰে সমজুৱাভাৱে ভোজ ভাত খায়।