Class 9 General Science | Chapter 10 | মহাকৰ্ষণ | MCQs Short Question Answer |

Chapter 10

মহাকৰ্ষণ

১) আইজাক নিউটনৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৬৩৪

(খ) ১৬৪২

(গ) ১৬৫৬

উত্তৰঃ (খ) ১৬৪২

২) আৰ্কিমিডিচ এগৰাকী কি আছিল ?

(ক) গ্ৰীক বিজ্ঞানী

(খ) বুৰঞ্জীত বিজ্ঞানী

(গ) বতৰ বিজ্ঞানী

উত্তৰঃ (ক) গ্ৰীক বিজ্ঞানী

৩) Gৰ গৃহীত মান আছেনে ?

(ক) আছে

(খ) নাই

(গ) কেতিয়াবা থাকে কেতিয়াবা নাথাকে

উত্তৰঃ (ক) আছে

৪) সমানুপাতিক ধ্ৰুৱ কোনতো ?

(ক) g

(খ) G

(গ) B

উত্তৰঃ (খ) G

৫) বিশ্বজনীন ধ্ৰুৱক বুলি কোনতোক কোৱা হয় ?

(ক) B

(খ) H

(গ) G

উত্তৰঃ (গ) G

৬) আইজাক নিউটনে কি নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল ?

(ক) কলন গণিত

(খ) গোলক গণিত

(গ) এটাও নহয়

উত্তৰঃ (খ) গোলক গণিত

৭) কিমান খ্ৰীঃৰ বহুতো জ্যোতিৰ্বিদে গ্ৰহবোৰৰ গতিৰ সম্পৰ্কত বহুতো তথ্য সংগ্ৰহ কৰিছিল ?

(ক) ১৭ খ্ৰীঃৰ

(খ) ১৮ খ্ৰীঃৰ

(গ) ১৬ খীঃৰ

উত্তৰঃ (গ) ১৬ খীঃৰ

৮) পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ হয় নে ?

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

৯) তৰল কাক বোলে ?

(ক) সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে

(খ) সকলো গেচীয় পদাৰ্থকে তৰল বোলে

(গ) এটাও নহয়

উত্তৰঃ (ক) সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে

১০) প্লাবিতা মানে কি ?

(ক) সকলো জুলীয়া পদাৰ্থকে প্লাবিতা বোলে

(খ) পৃথিৱীয়ে আকৰৰ্ষণ কৰা সকলো বস্তুকে প্লাবিতা বোলে

(গ) পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে

উত্তৰঃ (গ) পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে

১১) সকলো বস্তুৱেই তৰলত ডুবালে কি বল অনুভৱ কৰে ?

(ক) প্লাবিতা বল

(খ) মধ্যাকৰ্ষণ বল

(গ) এটাও নহয়

উত্তৰঃ (ক) প্লাবিতা বল

১২) ঘনত্ব কাক বোলে ?

(ক) সকলো বস্তু একক আয়তনৰ ভৰক ঘনত্ব বোলে

(খ) গেচীয় একক আয়তনৰ ভৰক ঘনত্ব বোলে

(গ) পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে

উত্তৰঃ (গ) পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে

১৩) ঘনত্ব একক কিমান ?

(ক) ঘনমিটাৰ প্ৰতি কিল’গ্ৰাম

(খ) কিল’গ্ৰাম প্ৰতি ঘনমিটাৰ

(গ) মিটাৰ প্ৰতি ছেকেণ্ড

উত্তৰঃ (খ) কিল’গ্ৰাম প্ৰতি ঘনমিটাৰ

১৪) পদাৰ্থৰ চাৰিত্ৰিক ধৰ্মবোৰৰ এটা অন্যতম ধৰ্ম কি ? 

(ক) ঘনত্ব

(খ) প্লাবিতা

(গ) এটাও নহয়

উত্তৰঃ (ক) ঘনত্ব

১৫) সোণৰ ঘনত্ব কিমান ?

(ক) 19300

(খ) 20400

(গ) 22859

উত্তৰঃ (ক) 19300

১৬) পানীৰ ঘনত্ব কিমান ?

(ক) 3000

(খ) 2000

(গ) 1000

উত্তৰঃ (গ) 1000

১৭) নিউটনে এদিন গছৰ তলত বহি থাকোতে কি সৰি তেওঁৰ গাতে পৰিছিল ?

(ক) আম

(খ) আপেল

(গ) কমলা

উত্তৰঃ (খ) আপেল