Class 9 General Science | Chapter 11 | কাৰ্য আৰু শক্তি | MCQs Short Question Answer |

Chapter 11

কাৰ্য আৰু শক্তি

১) বহুতো প্ৰাকৃতিক পৰিঘটনাৰ তাতপৰ্য বুজাত সহায় কৰিব পৰা আন এটা ধাৰণা কি ?

(ক) কাৰ্য

(খ) কৰ্ম

(গ) শক্তি

উত্তৰঃ (ক) কাৰ্য

২) কাৰ্য সম্পাদনৰ বাবে কেইটা চৰ্ত পূৰণ হ’ব লাগে ?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (খ) দুটা

৩) কাৰ্যৰ একক নিউটন কি ?

(ক) মিটাৰ বা জুল

(খ) মিটাৰ বা চেকেণ্ড

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) মিটাৰ বা জুল

৪) দুটা দিশৰ মাজৰ কোণ কিমান ডিগ্ৰী হ’ব ?

(ক) 110 ডিগ্ৰী

(খ) 380 ডিগ্ৰী

(গ) 180 ডিগ্ৰী

উত্তৰঃ (গ) 180 ডিগ্ৰী

৫) বলে কৰা কাৰ্য কি হ’ব পাৰে ?

(ক) ধনাত্মক

(খ) ঋণাত্মক

(গ) দুইটা শুদ্ধ

উত্তৰঃ (গ) দুইটা শুদ্ধ

৬) শক্তিৰ বৃহত্তম প্ৰাকৃতিক উৎস কি ?

(ক) চন্দ্ৰ

(খ) সূৰ্য

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) সূৰ্য

৭) শক্তিৰ একক কাৰ্য কি ?

(ক) জুল

(খ) মিটাৰ বা জুল

(গ) চেকেণ্ড

উত্তৰঃ (ক) জুল

৮) 1 জুল শক্তি বুলিলে কি বুজা ?

(ক) যেতিয়া বস্তু এটা কিছু উচ্চতালৈ উঠোৱা হয় তেতিয়া তাক 1জুল শক্তি বুলি কোৱা হয়

(খ) কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকেই 1জুল শক্তি বুলি কোৱা হয়

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকেই 1জুল শক্তি বুলি কোৱা হয়

৯) কি নামৰ শক্তিৰ ডাঙৰ একক এটাৰ প্ৰচলন আছে ?

(ক) তাপশক্তি

(খ) গতিশক্তি

(গ) কিল’জুল

উত্তৰঃ (গ) কিল’জুল

১০) জেমছ প্ৰেছকট জুলৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৮১৮ চনত

(খ) ১৮১৯ চনত

(গ) ১৯৩৪ চনত

উত্তৰঃ (ক) ১৮১৮ চনত

১১) জেম্ছ প্ৰেছে্কট্  জুল এজন কি আছিল ?

(ক) ইনঞ্জিনীয়া

(খ) মহান বৃটিছ পদাৰ্থবিজ্ঞানী

(গ) উকিল

উত্তৰঃ (খ) মহান বৃটিছ পদাৰ্থবিজ্ঞানী

12) জেম্ছ প্ৰেছ্কট জুলৰ কিমান চনত মৃত্যু হৈছিল ?

(ক) ১৮৮৭ চনত

(খ) ১৮৮৮ চনত

(গ) ১৮৮৯ চনত

উত্তৰঃ (গ) ১৮৮৯ চনত

১৩) স্থিতিশক্তি বুলিলে কি বুজা ?

(ক) কোনো বস্তুৱে তাৰ অৱস্থান বা অবয়ৱৰ বিন্যাসৰ বাবে আহৰণ কৰা শক্তিকে স্থিতিশক্তি বোলে

(খ) যেতিয়া বস্তু এটা কিছু উচ্চতালৈ উঠোৱা হয় তেতিয়া তাক স্থিতিশক্তি বোলে

(গ) কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকে স্থিতিশক্তি বোলে

উত্তৰঃ (ক) কোনো বস্তুৱে তাৰ অৱস্থান বা অবয়ৱৰ বিন্যাসৰ বাবে আহৰণ কৰা শক্তিকে স্থিতিশক্তি বোলে

১৪) গতিশক্তি মানে কি ?

(ক) কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিক গতিশক্তি বোলে

(খ) গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে

১৫) বস্তু এটাৰ গতিশক্তি কিহৰ সৈতে বৃদ্ধি হয় ?

(ক) বেগৰ সৈতে

(খ) স্থিতিশক্তিৰ সৈতে

(গ) দ্ৰুতিৰ সৈতে

উত্তৰঃ (গ) দ্ৰুতিৰ সৈতে

১৬) গতিশীল বস্তুত কি নিহিত থাকে ?

(ক) শক্তি

(খ) কাৰ্য

(গ) এটাও নহয়

উত্তৰঃ (ক) শক্তি

১৭) ক্ষমতাৰ এচ আই একক কি ?

(ক) জুল

(খ) নিউটন

(গ) ৱাট

উত্তৰঃ (গ) ৱাট