Class 9 General Science | Chapter 14 | প্ৰাকৃতিক সম্পদ | MCQs Short Question Answer |

Chapter 14

প্ৰাকৃতিক সম্পদ

১) পৃথিৱীৰ খোলাটোৰ ওপৰিভাগৰ কঠিন অংশটোক কি বুলি কোৱা হয় ?

(ক) জনমণ্ডল

(খ) স্থলমণ্ডল

(গ) বায়ুমণ্ডল

উত্তৰঃ (খ) স্থলমণ্ডল

২) পানীভাগৰ পৰিমাণ শতকৰা কিমান ভাগ ?

(ক) 75 ভাগ

(খ) 71 ভাগ

(গ) 72 ভাগ

উত্তৰঃ (ক) 75 ভাগ

৩) তলৰ কোনটো স্তৰত মানুহৰ বসতি আছে ?

(ক) জনমণ্ডল

(খ) স্থলমণ্ডল

(গ) বায়ুমণ্ডল

(ঘ) ওপৰৰ তিনিওটাতে মানুহে বসবাস কৰে

উত্তৰঃ (ঘ) ওপৰৰ তিনিওটাতে মানুহে বসবাস কৰে

৪) জীৱসমূহে বসবাস কৰা সমগ্ৰ অঞ্চলতোক কি বুলি কোৱা হয় ?

(ক) জীৱমণ্ডল

(খ) স্থলমণ্ডল

(গ) জলমণ্ডল

উত্তৰঃ (ক) জীৱমণ্ডল

৫) জীৱমণ্ডলত জীৱসমূহে কাৰ লগত ক্ৰিয়া-বিক্ৰিয়া কৰি থাকে ?

(ক) জনমণ্ডলৰ লগত

(খ) পাৰিপাৰ্শ্বিকতা লগত

(গ) বায়ুমণ্ডলৰ লগত

উত্তৰঃ (খ) পাৰিপাৰ্শ্বিকতা লগত

৬) জীৱমণ্ডলত থকা সকলোবিলাক জীৱক একেলগে কি বুলি কোৱা হয় ?

(ক) জৈৱিক উপাদান

(খ) অজৈৱিক উপাদান

(গ) এটাও নহয়

উত্তৰঃ (ক) জৈৱিক উপাদান

৭) বায়ু এবিধ কি পদাৰ্থ ?

(ক) গেছীয় পদাৰ্থ

(খ) জুলীয়া পদাৰ্থ

(গ) মিশ্ৰ পদাৰ্থ

উত্তৰঃ (গ) মিশ্ৰ পদাৰ্থ

৮) কাৰ্বনডাই অক্সাইডৰ শতকৰা পৰিমান কিমান ?

(ক) 93-95 ভাগ

(খ) 95-97 ভাগ

(গ) 94-96 ভাগ

উত্তৰঃ (খ) 95-97 ভাগ

৯) বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহনৰ ফলত যথেষ্ট পৰিমাণে কি উৎপন্ন হয় ?

(ক) কাৰ্বনডাই অক্সাইড

(খ) নাইট্ৰজেন

(গ) এটাও নহয়

উত্তৰঃ (ক) কাৰ্বনডাই অক্সাইড

১০) মাটি  আৰু জলভাগৰ ওপৰিভাগত অসমভাৱে বায়ুভাগ গৰম হোৱাৰ ফলত কি বলে ?

(ক) জলবতাহ

(খ) স্থলবতাহ

(গ) বতাহ

উত্তৰঃ (গ) বতাহ

১১) সেউজীয়া উদ্ভীদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বনডাই অক্সাইডৰ পৰা কি উৎপন্ন কৰে

(ক) নাইট্ৰজেন

(খ) গ্লক’জ

(গ) এটাও নহয়

উত্তৰঃ (খ) গ্লক’জ

১২) কিছুমান সামুদ্ৰিক প্ৰাণীয়ে পানীত দ্ৰৱীভূত কি ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে ?

(ক) কাৰ্বনেট

(খ) নাইট্ৰজেন

(গ) অক্সিজেন

উত্তৰঃ (ক) কাৰ্বনেট

১৩) মাটি এবিধ কি পৰ্দাথ ?

(ক) তৰল পৰ্দাথ

(খ) মিশ্ৰ পদাৰ্থ

(গ) গেছীয় পদাৰ্থ

উত্তৰঃ (খ) মিশ্ৰ পদাৰ্থ

১৪) বায়ুমণ্ডলত নাইট্ৰ’জেন গেছৰ শতকৰা পৰিমান কিমান ভাগ ?

(ক) 78 ভাগ

(খ) 79 ভাগ

(গ) 72 ভাগ

উত্তৰঃ (ক) 78 ভাগ

১৫) মাহজাতীয় উদ্ভদৰ শিপাত থকা কি নামৰ টেমুনাবোৰত বেক্টেৰিয়া বাস কৰে  ?

(ক) এমিন

(খ) ন’ডিওল

(গ) স্থিতি

উত্তৰঃ (খ) ন’ডিওল

১৬) শিলাস্তৰৰ মাজেদি পানী বৈ যাওঁতে কি পদাৰ্থ দ্ৰৱীভূত হয় ?

(ক) খনিজ পদাৰ্থ

(খ) গেছীয় পদাৰ্থ

(গ) তৰল পদাৰ্থ

উত্তৰঃ (ক) খনিজ পদাৰ্থ

১৭) মাটিৰ লৱণৰ লগত মুক্ত হৈ কি যৌগ গঠন হয় ?

(ক) স্থিতি যৌগ

(খ) এমিন যৌগ

(গ) নাইট্ৰেট যৌগ

উত্তৰঃ (গ) নাইট্ৰেট যৌগ

১৮) আমাৰ পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো কি ?

(ক) নাইট্ৰজেন

(খ) অক্সিজেন

(গ) নাইট্ৰেট

উত্তৰঃ (খ) অক্সিজেন

১৯) জলভাগৰ পৰা পানী বাষ্পীভূত হয় আৰু ই কি হয় বৰষুণ সৃষ্টি হয় ?

(ক) গেছীয়

(খ) তৰল

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

২০) পৃথিৱীৰ উত্তাপ বাঢ়ি যোৱাৰ কাৰণে কি উষ্ণতা বৃদ্ধি পাইছে ?

(ক) গোলকীয় উষ্ণতা

(খ) বায়ুমণ্ডলৰ উষ্ণতা

(গ) এটাও নহয়

উত্তৰঃ (ক) গোলকীয় উষ্ণতা