Class 9 General Science | Chapter 9 | বল আৰু গতিবিষয়ক সূত্ৰসমূহ | MCQs Short Question Answer |

Chapter 9

বল আৰু গতিবিষয়ক সূত্ৰসমূহ

১) গেলিলিও কিমান চনত জন্ম হৈছিল?

(ক) 1568 চনত

(খ) 1665 চনত

(গ) এটাও শুদ্ধ নহয়।

উত্তৰঃ (গ) এটাও শুদ্ধ নহয়।

২) গেলিলিও এজন কি শিল্পী আছিল?

(ক) সংগীত শিল্পী

(খ) গ্ৰন্থাকাৰ শিল্পী

(গ) হস্ত শিল্পী

উত্তৰঃ (গ) হস্ত শিল্পী

৩) তলৰ কোনটো নিউটনৰ শুদ্ধ চিহ্ন?

(ক) NI

(খ) N

(গ) NU

উত্তৰঃ (খ) N

৪) গেলিলিও জন্ম হোৱা ঠাইখনৰ নাম কি?

(ক) ইটালীৰ পিচা নামৰ ঠাই এখনত

(খ) ইংলেণ্ডৰ ব্ৰিটেইন চহৰত

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) ইটালীৰ পিচা নামৰ ঠাই এখনত

৫) এলানি দূৰবীক্ষণ কোনে পোনপ্ৰথমে তৈয়াৰ কৰিছিল?

(ক) ছাৰ আইজাক নিউটন

(খ) ছাৰ ট’মাছ ৰ’

(গ) গেলিলিও গেলিলি

উত্তৰঃ (ক) ছাৰ আইজাক নিউটন

৬) দোলন ঘড়ী সাজি উলিওৱা প্ৰথমজন বিজ্ঞানীৰ নাম কি আছিল?

(ক) এলবাৰ্ট আইনষ্টাইন

(খ) মেৰি কিউৰি

(গ) ৰবাৰ্ট অপেনহাইমাৰ

উত্তৰঃ (গ) ৰবাৰ্ট অপেনহাইমাৰ

৭) কিমান খ্ৰীষ্টাব্দত গেলিলিও গেলিলিও এ পাদুৱা বিশ্ববিদ্য়ালয়ত নিযুক্তি পাইছিল?

(ক) 1558 খ্ৰীঃত

(খ) 1589 খ্ৰীঃত

(গ) 1592 খ্ৰীঃত

উত্তৰঃ (গ) 1592 খ্ৰীঃত

৮) বলৰ একক কি?

(ক) ভৰ

(খ) ত্বৰণ

(গ) নিউটন

উত্তৰঃ (গ) নিউটন

৯) ভৰ 2 কিগ্ৰা বস্তু এটা ঘৰ্ষণ কম পথালি টেবুলত 4 মিটাৰ/ছেনিং স্থিৰ বেগৰ সৈতে পিছলি আছে। বস্তুটো একে বেগেৰে চলাচল কৰি ৰাখিবলৈ প্ৰয়োজনীয় বল হৈছে-

(ক) 32 N

(খ) 8 N

(গ) 0 N

উত্তৰঃ (গ) 0 N

১০) যেতিয়া হাতৰ মাজত ধৰি ৰখা বেলুন এটা হেঁচি দিয়া হয়, ইয়াৰ আকৃতি সলনি হয়। এনে হোৱা কাৰণ কি?

(ক) সন্তুলিত শক্তিয়ে বেলুনৰ ওপৰত কাম কৰে

(খ) বেলুনৰ ওপৰত অসন্তুলিত শক্তিয়ে কাম কৰে

(গ) বেলুনৰ ওপৰত ঘৰ্ষণীয় শক্তিয়ে কাম কৰে

উত্তৰঃ (ক) সন্তুলিত শক্তিয়ে বেলুনৰ ওপৰত কাম কৰে

১১) জড়তাৰ জোখ কি?

(ক) মিটাৰ

(খ) কিলোমিটাৰ

(গ) ভৰ

উত্তৰঃ (গ) ভৰ

১২) জড়়তা জোখৰ S.I. একক কি?

(ক) মিটাৰ

(খ) কি. মি.

(গ) গ্ৰাম

(ঘ) কিলোগ্ৰাম

উত্তৰঃ (ঘ) কিলোগ্ৰাম