Class 12 Economics Book Chapter 6 | (part 2) মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান | MCQs Short Question And Answer |

Chapter 6

মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থনীতি বিজ্ঞান

১. বৈদেশিক লেনদেনৰ বিবৃতিৰ হিচাপ থাকে

(ক) ৩ টা

(খ) ২ টা

(গ) ৬ টা

উত্তৰঃ (খ) ২ টা

২. অনা উপাদানৰ আয় কৰ উদাহৰণ

(ক) জাহাজ

(খ) বেংক

(গ) দুয়োটাই

উত্তৰঃ (গ) দুয়োটাই

৩. 2004 বৰ্ষত ভাৰতৰৰ বৈদেশিক বাণিজ্য আছিল

(ক) 38.9%

(খ) 38.5%

(গ) 38.2%

উত্তৰঃ (ক) 38.9%

৪. ১৯৮৫ বৰ্ষত ভাৰতৰৰ বৈদেশিক বাণিজ্য আছিল

(ক) ২৫%

(খ) ১৬%

(গ) ২৩%

উত্তৰঃ (খ) ১৬%

৫. স্বৰ্ণমান পদ্ধতি কেতিয়া প্ৰচলিত আছিল

(ক) ১৯১৫-১৯১৯

(খ) ১৮৮০-১৯১২

(গ) ১৮৭০-১৯১৪

উত্তৰঃ (গ) ১৮৭০-১৯১৪

৬. সোণ মিতব্যয়তাৰ বাবে ব্যৱহাৰ কৰা আন পদ্ধতি হল

(ক) স্বৰ্ণবিনিময় মান

(খ) মহামন্দা

(গ) এটাও নহয়

উত্তৰঃ (ক) স্বৰ্ণবিনিময় মান

৭. ব্ৰিটোন উড্চ্ অধিবেশন কোন চনত হৈছিল

(ক) ১৯৪৩

(খ) ১৯৪৪

(গ) ১৯৪৫

উত্তৰঃ (খ) ১৯৪৪

৮. প্ৰতি ডলাৰত কিমান ফ্ৰাঙ্ক

(ক) ৫

(খ) ৭

(গ) ৯

উত্তৰঃ (ক) ৫

৯. স্মিথোচোনিয়ান চুক্তি কেতিয়া সম্পন্ন হৈছিল

(ক) ১৯৭৬

(খ) ১৯৭০

(গ) ১৯৭১

উত্তৰঃ (গ) ১৯৭১

১০. মুদ্ৰা বৰ্ড পদ্ধতি কেতিয়া প্ৰবৰ্তন কৰা হৈছিল

(ক) ১৯৯৩

(খ) ১৯৯১

(গ) ১৯৯৫

উত্তৰঃ (খ) ১৯৯১