Class 3 Assamese | Chapter 10 | আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ | MCQs Short Question And Answer (SCERT) |

Chapter 10

আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ

১. কাৰ দেউতাক এজন ভাল খেতিয়ক ?

(ক)উজ্জ্বলৰ দেউতাক

(খ)আব্দুলৰ দেউতাক

(গ)এটাও নহয়

উত্তৰঃ (খ)আব্দুলৰ দেউতাক

২. মানুহজনে কি হিচাপে চৰকাৰী বঁটা পাইছে ?

(ক)আদৰ্শ খেতিয়ক হিচাপে

(খ)আদৰ্শ শিক্ষক হিচাপে

(গ)এটাও নহয়

উত্তৰঃ (ক)আদৰ্শ খেতিয়ক হিচাপে

৩. আব্দুলৰ দেউতাকে নতুনকৈ কি কিনিছে ?

(ক)এখন ঠেলা গাড়ী

(খ)ট্ৰেক্টৰ

(গ)এটাও নহয়

উত্তৰঃ (খ)ট্ৰেক্টৰ

৪. আব্দুলহঁতৰ ঘৰলৈ সেইদিনা ৰাতিপুৱা কোন কোন আহিছিল ?

(ক)উজ্জ্বল আৰু সংগীতা

(খ)ফৰিদা

(গ)এটাও নহয়

উত্তৰঃ (ক)উজ্জ্বল আৰু সংগীতা

৫. আব্দুলৰ ভনীয়েকৰ নামটো কি ?

(ক)সংগীতা

(খ)ফৰিদা

(গ)এটাও নহয়   

উত্তৰঃ (খ)ফৰিদা

৬. ” বাঃ ! কি ধুনীয়া ট্ৰেক্টৰ ” এই কথাষাৰি কোনে কৈছিল ?

(ক)ফৰিদাই

(খ)সংগীতাই

(গ)এটাও নহয়

উত্তৰঃ (গ)এটাও নহয়

৭. ” পেলনীয়া জাবৰ-জোঁথৰ গাঁত খান্দি পুতি থ’লে সেইবোৰ কি হয় ?

(ক)পচন সাৰ

(খ)ৰাসায়নিক সাৰ

(গ)এটাও নহয়

উত্তৰঃ (ক)পচন সাৰ

৮. বগলী __________ আকাশত উৰিছে ।

(ক)বোৰ

(খ)জাক

(গ)এটাও নহয়

উত্তৰঃ (খ)জাক

৯. মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো কি ?

(ক)দুই অক্টোবৰ

(খ)পাঁচ ছেপ্তেম্বৰ

(গ)এটাও নহয়

উত্তৰঃ (ক)দুই অক্টোবৰ 

১০. ৰমলাৰ চুলি __________ দীঘল ।

(ক)থোপা

(খ)বোৰ

(গ)এটাও নহয়

উত্তৰঃ (গ)এটাও নহয়