Class 3 Assamese | Chapter 12 | শিৱসাগৰ চাওঁ আহা | MCQs Short Question And Answer (SCERT) |

Chapter 12

শিৱসাগৰ চাওঁ আহা

1. অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’ত যা’ব ?

(ক)গুৱাহাটীলৈ

(খ)শিৱসাগৰলৈ

(গ)এটাও নহয়

উত্তৰঃ(খ)শিৱসাগৰলৈ

2. অনিল আৰু সান্ত্বনাৰ মাহীয়েকৰ পুতেকজনৰ নাম কি আছিল ?

(ক)দীপক

(খ)জাহ্নৱ

(গ)এটাও নহয়

উত্তৰঃ(ক)দীপক

3. শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দা হৈছিল ?

(ক)স্বৰ্গদেউ শিৱসিংহৰ দিনত

(খ)স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত

(গ)এটাও নহয়

উত্তৰঃ(ক)স্বৰ্গদেউ শিৱসিংহৰ দিনত

4. মৈদাম মানে কি ?

(ক)মৈদাম হ’ল আহোম প্ৰথা মতে মৃতকক সমাধিস্থ কৰা ঠাই

(খ)চিৰকাললৈ উজ্জ্বলাই ৰাখিবলৈ নিৰ্মিত চিহ্ন

(গ)এটাও নহয়

উত্তৰঃ (ক)মৈদাম হ’ল আহোম প্ৰথা মতে মৃতকক সমাধিস্থ কৰা ঠাই

5. উভতি অহাৰ আগদিনা অনিলহঁতে কি চালে ?

(ক)জয়দ’ল

(খ)আজান পীৰৰ দৰগাহ

(গ)এটাও নহয়

উত্তৰঃ(খ)আজান পীৰৰ দৰগাহ

6. স্ফূৰ্তি শব্দৰ অৰ্থ কি ?

(ক)সূক্ষ্মভাবে বিচাৰ কৰা

(খ)তত হেৰোৱা

(গ)এটাও নহয়

উত্তৰঃ(গ)এটাও নহয়

7. ‘হ্ন’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব-

(ক)হ + ণ

(খ)হ + ন

(গ)এটাও নহয়

উত্তৰঃ (খ)হ + ন

8. এশিঙীয়া গঁড় ক’ত পোৱা যায় ?

(ক)কাজিৰঙাত

(খ)শিৱসাগৰত

(গ)এটাও নহয়

উত্তৰঃ(ক)কাজিৰঙাত

9. দিন-ৰাতি কিহৰ ফলত হয় ?

(ক)সূৰ্য্য়ৰ ফলত

(খ)আহ্নিক গতিৰ ফলত

(গ)এটাও নহয়

উত্তৰঃ(খ)আহ্নিক গতিৰ ফলত

10. জয়দ’ল আৰু জয়সাগৰ পুখুৰী কোনে সজাইছিল ?

(ক)স্বৰ্গদেউ শিৱসিংহই

(খ)আজান পীৰে

(গ)এটাও নহয়

উত্তৰঃ(গ)এটাও নহয়